• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংগোপনে আশানা শ্ৰফৰ সৈতে বিয়াত বহিল আৰমান মালিক, পাছে কোন হয় আশানা

সংগোপনে আশানা শ্ৰফৰ সৈতে বিয়াত বহিল আৰমান মালিক, পাছে কোন হয় আশানা

2 years ago
৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা

৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা

20 minutes ago
অনলাইন জুৱাৰ বাবেই দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ!

অনলাইন জুৱাৰ বাবেই দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ!

53 minutes ago
৩ দিনলৈ বন্ধ থাকিব যাত্ৰীবাহী বাহনৰ চলাচল!

৩ দিনলৈ বন্ধ থাকিব যাত্ৰীবাহী বাহনৰ চলাচল!

1 hour ago
‘ধোনীবিহীন CSK কল্পনাই কৰিব নোৱাৰি’

‘ধোনীবিহীন CSK কল্পনাই কৰিব নোৱাৰি’

2 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

মুছলিম ৰাষ্ট্ৰত দুৰ্যোগ, ঘৰ-বাৰী এৰি পলায়ন জনতাৰ

4 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

হোৰাহোৰে হ্ৰাস পাইছে সোণৰ মূল্য! নৱেম্বৰৰ শেষলৈকে সোণৰ হাৰ ১.২৯ লাখ টকা হ’ব নেকি?

4 hours ago
আৰক্ষীৰ জালত দুলীয়াজানৰ ট্ৰিপ’ল মাৰ্ডাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড, ৰে’লত উঠাৰ সময়তে গ্ৰেপ্তাৰ কৰে ৰাজু দাসক

আৰক্ষীৰ জালত দুলীয়াজানৰ ট্ৰিপ’ল মাৰ্ডাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড, ৰে’লত উঠাৰ সময়তে গ্ৰেপ্তাৰ কৰে ৰাজু দাসক

5 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

প্ৰেমৰ ক্ষেত্ৰত আটাইতকৈ বিশ্বাসী এই ৫ ৰাশিৰ লোক, নিদিয়ে কাৰো মনত আঘাত!

5 hours ago
পুৰণি দুখ-কষ্টৰ অন্ত! ২০২৭ চনত সোণালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ বাবে

পুৰণি দুখ-কষ্টৰ অন্ত! ২০২৭ চনত সোণালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ বাবে

6 hours ago
সাৱধান! ৰাহু-কেতুৰ প্ৰভাৱত জীৱনলৈ আহিব পাৰে নানা সমস্যা, জানক জ্যোতিষশাস্ত্ৰই কি কয়

সাৱধান! ৰাহু-কেতুৰ প্ৰভাৱত জীৱনলৈ আহিব পাৰে নানা সমস্যা, জানক জ্যোতিষশাস্ত্ৰই কি কয়

6 hours ago
ৰক সংগীতেৰে কঁপিব গুৱাহাটী! আজি খানাপাৰাত বিশ্ববিখ্যাত Guns N’ Rosesৰ সংগীতানুষ্ঠান, উছাহত মতলীয়া অনুৰাগী

ৰক সংগীতেৰে কঁপিব গুৱাহাটী! আজি খানাপাৰাত বিশ্ববিখ্যাত Guns N’ Rosesৰ সংগীতানুষ্ঠান, উছাহত মতলীয়া অনুৰাগী

7 hours ago
জোকে ধৰিলে কি কৰিব? তেজ নাখাবলৈ কি কৰিব লাগে জানি লওক

জোকে ধৰিলে কি কৰিব? তেজ নাখাবলৈ কি কৰিব লাগে জানি লওক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

সংগোপনে আশানা শ্ৰফৰ সৈতে বিয়াত বহিল আৰমান মালিক, পাছে কোন হয় আশানা

editor by editor
January 2, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, সংগীত
0
সংগোপনে আশানা শ্ৰফৰ সৈতে বিয়াত বহিল আৰমান মালিক, পাছে কোন হয় আশানা
0
SHARES
345
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সংগোপনে আশানা শ্ৰফৰ সৈতে বিয়াত বহিল আৰমান মালিক, পাছে কোন হয় আশানা

দীৰ্ঘদিনীয়া প্ৰেমিকা আশানা শ্ৰফৰ সৈতে বিয়াত বহিল বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিক। সংগোপনে বিয়া পাতে আশানাক। ইনষ্টাগ্ৰামত ফটো বিয়াৰ ফটো শ্বেয়াৰ কৰাতহে অনুৰাগীয়ে জানিব পাৰে আৰমানৰ বিয়াৰ কথা।

ফটো শ্বেয়াৰ কৰি দম্পতীহালে, কেপচনত লিখে- টু হি মেৰা ঘৰ।

বৰ্তমানে ছ’চিয়েল মিডিয়া আৰু ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে দম্পতীহালৰ বিয়াৰ ফটো। ফটো ভাইৰেল হোৱাৰ পাছতে অন্য চেলিব্ৰিটি আৰু অনুৰাগী সকলে নৱ দম্পতিহালক অভিনন্দন জনোৱা দেখা গৈছে।

https://www.instagram.com/p/DEUDw6Gs97M/?utm_source=ig_web_copy_link

পাছে জানেনে আশানা শ্ৰফ কোন ! ২০২৩ চনৰ আগষ্ট মাহৰ পৰাই অৰমানে ইনষ্টাগ্ৰামত আশানাৰ প্ৰতি থকা প্ৰেমৰ বিষয়ে কৈ আহিছে। আৰমানাৰ পত্নী আশানা শ্ৰফৰ ইনষ্টাগ্ৰাম প্ৰফাইল সন্দৰ্ভত দেখা যায় যদি, আশানা ডিজিটেল ফেশ্বন আৰু সৌন্দৰ্য্যৰ ক্ষেত্ৰখনত নিজকে এগৰাকী আগশাৰীৰ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিছে।

এগৰাকী ভাৰতীয় ফেশ্বন আৰু বিউটি ব্লগাৰ, ইউটিউবাৰ আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী মহিলা আশানা। ইনষ্টাগ্ৰামত ১০ লাখতকৈ অধিক ফ’ল’ৱাৰ থকা আশ্বনা এক সুপৰিচিত নাম।

আশানাই তৰুণ তাহিলিয়ানী, মনীষ মালহোত্ৰা আৰু জে জে ৱালিয়াৰ দৰে বিখ্যাত ব্ৰেণ্ডৰ সৈতে সহযোগিতা আগবঢ়াইছে। ইয়াৰ উপৰিও ডিঅ’ৰ, ট’ৰী বাৰ্চ, হাৰ্মিছ, ডিজেল, টডছ আৰু বেইলীৰ দৰে বিলাসী ব্ৰেণ্ডৰ দ্বাৰা আয়োজিত বিশ্বব্যাপী অনুষ্ঠানৰ অংশ হিচাপেও অংশগ্ৰহণ কৰিছে। ২০১৩ চনৰ নৱেম্বৰ মাহত আশানাই তেওঁৰ অনলাইন ব্যৱসায় দ্য স্নব শ্বপ আৰম্ভ কৰে, যিয়ে ফেশ্বন জগতত দ্ৰুতগতিত চৰ্চা লাভ কৰে।

৩১ বছৰীয়া আশানাই মুম্বাইৰ এম আই টি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি নিউজিলেণ্ড টাৰ্চিয়েৰী কলেজত অধ্যয়ন কৰিছে। বৰ্তমানে আশানাৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩৭ কোটি টকা। খবৰ অনুসৰি ২৯ বছৰীয়া আৰমান মালিকৰো সম্পত্তি ৩৭ কোটি টকা পৰ্যন্ত হ’ব বুলি ধাৰণা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Arman Malikviral photoWedding
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা
ভাৰত

৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা

November 17, 2026
৩ দিনলৈ বন্ধ থাকিব যাত্ৰীবাহী বাহনৰ চলাচল!
অসম

৩ দিনলৈ বন্ধ থাকিব যাত্ৰীবাহী বাহনৰ চলাচল!

November 17, 2026
‘ধোনীবিহীন CSK কল্পনাই কৰিব নোৱাৰি’
বিনোদন

‘ধোনীবিহীন CSK কল্পনাই কৰিব নোৱাৰি’

November 17, 2026
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
বিশ্ব

মুছলিম ৰাষ্ট্ৰত দুৰ্যোগ, ঘৰ-বাৰী এৰি পলায়ন জনতাৰ

November 17, 2026
Next Post
বেয়া বতৰৰ  মাজতে দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল অসম, শংকাই বিৰাজ কৰিছে চাৰিওফালে

বেয়া বতৰৰ  মাজতে দুটাকৈ ভূমিকম্পই জোকাৰি গ'ল অসম, শংকাই বিৰাজ কৰিছে চাৰিওফালে

আজৱ দেশৰ গজৱ কথা, পথৰ গাঁতত থেকেচা খাই জী উঠিল চিকিৎসকে মৃত ঘোষণা কৰা ব্যক্তি

আজৱ দেশৰ গজৱ কথা, পথৰ গাঁতত থেকেচা খাই জী উঠিল চিকিৎসকে মৃত ঘোষণা কৰা ব্যক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.