• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন! ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

4 weeks ago
কি ভিটামিন বেছি খালে কিডনি নষ্ট হ’ব পাৰে? কিডনি ফেইলাৰৰ পৰা ৰক্ষা পাবলৈ কি কৰিব?

কি ভিটামিন বেছি খালে কিডনি নষ্ট হ’ব পাৰে? কিডনি ফেইলাৰৰ পৰা ৰক্ষা পাবলৈ কি কৰিব?

13 hours ago
বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

14 hours ago
এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

14 hours ago
কাইলৈৰ ৰাশিফলঃ ৰবি যোগৰ সৈতে বৈধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সুখৰ দিন ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ ৰবি যোগৰ সৈতে বৈধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সুখৰ দিন ৫ৰাশিৰ

15 hours ago
চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

16 hours ago
গণেশৰ প্ৰিয় এই ৩ৰাশি, টকাৰ গাদীত শুব পৰাকৈ সুখ দিয়ে গণেশে, য’তেই হাত দিয়ে সেয়াই সোণ হৈ পৰে

গণেশৰ প্ৰিয় এই ৩ৰাশি, টকাৰ গাদীত শুব পৰাকৈ সুখ দিয়ে গণেশে, য’তেই হাত দিয়ে সেয়াই সোণ হৈ পৰে

17 hours ago
মঙ্গলৰ গোচৰত বেয়া সময় এই ৫ৰাশিৰ, যিকোনো কামতেই ভাৱিচিন্তি আগবাঢ়ক, অন্যথা বিপদ আপোনাৰেই

মঙ্গলৰ গোচৰত বেয়া সময় এই ৫ৰাশিৰ, যিকোনো কামতেই ভাৱিচিন্তি আগবাঢ়ক, অন্যথা বিপদ আপোনাৰেই

17 hours ago
পুৱাই গৰম চাহ নাখালে টোপনি নাভাঙে? খালী পেটত চাহ খোৱাটো স্বাস্থ্যকৰ নে? কি কি সমস্যা বাঢ়িব পাৰে?

পুৱাই গৰম চাহ নাখালে টোপনি নাভাঙে? খালী পেটত চাহ খোৱাটো স্বাস্থ্যকৰ নে? কি কি সমস্যা বাঢ়িব পাৰে?

19 hours ago
ধনু ৰাশিলৈ আহিব সূৰ্য, ডিচেম্বৰৰ ভিতৰত মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

ধনু ৰাশিলৈ আহিব সূৰ্য, ডিচেম্বৰৰ ভিতৰত মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

20 hours ago
কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, হনুমানৰ আশীৰ্বাদত উপকৃত হ’ব এই ৫ৰাশি

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, হনুমানৰ আশীৰ্বাদত উপকৃত হ’ব এই ৫ৰাশি

2 days ago
২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

2 days ago
৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 10, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন! ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন! ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

editor by editor
November 12, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জৈছ এ মহম্মদ মহিলা শাখা, ‘জামাত উল মমিনত’ৰ ভাৰতীয় শাখাৰ দায়িত্বত আছিল ডাঃ শ্বাহিন শাহিদ৷ এইগৰাকী মানৱসেৱাত কৰ্মৰত এগৰাকী মহিলাই এক নৃশংস ঘাতক হৈ ঘাপটোযে মেৰিব সেয়া ভাৱিব পৰা নাছিল কোনোৱে৷ শ্বাহিন ছাহিদ লক্ষ্ণৌৰ লালবাগ এলেকাৰ বাসিন্দা৷ ফৰিদাবাদত জৈছৰ সন্ত্ৰাসবাদী নেটৱৰ্ক ধৰা পৰাৰ পাছতেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে৷ আৰক্ষীয়ে তেওঁৰ বাহনৰ পৰা এটা এছল্ট ৰাইফলো উদ্ধাৰ কৰিছে৷ জনা গৈছে যে কানপুৰৰ জিএছভিএম মেডিকেল কলেজৰ সৈতে তেওঁৰ দীৰ্ঘদিনৰ সম্পৰ্ক আছিল৷ শ্বাহিনে তাতেই বহু বছৰ ধৰি বসবাস কৰি অহাৰ লগতে কামো কৰি আহিছিল৷ গ্ৰেপ্তাৰৰ পাছতেই তেওঁৰ সংস্থাসমূহৰ লগতে তেওঁৰ জীৱনৰ প্ৰতিটো দিশেই এতিয়া চালিজাৰি চাইছে তদন্তকাৰী বিষয়াই৷

চাকৰি আৰু শিক্ষা

২০০৬ৰ পৰা ২০১৩ চন পৰ্যন্ত শ্বাহিনে ফাৰ্মাকোলজি বিভাগৰ লেকচাৰাৰ হিচাপে কাম কৰে৷ আগষ্ট ২০০৬ চনত তেওঁৰ চাকৰি পাব্লিক ছাৰ্ভিচ কমিছনৰ দ্বাৰা অনুমোদিত হয়৷ ২০০৯-১০ চনত ছমাহৰ বাবে তেওঁ কনৌজ মেডিকেল কলেজত কাম কৰে৷ তাৰপিছতেই জিএছভিএম কলেজলৈ আহে৷ কিন্তু ২০১৩ চনত হঠাৎ তেওঁ বিনা নটিছত বিভাগ এৰি দিয়ে৷ ২০২১ চনত চৰকাৰে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰে৷

জিএছভিএমৰ নথি অনুসৰি ডাঃ শ্বাহিন মূলত লক্ষ্ণৌৰ বাসিন্দা৷ তেওঁ লালবাগ গাৰ্লছ ইণ্টাৰ কলেজত পঢ়াশুনা কৰিছে৷ ২০০৩ চনত সেই প্ৰয়াগৰাজ মেডিকেল কলেজৰ পৰা MBBS সম্পন্ন কৰে আৰু ২০০৫ চনত এম ডি ডিগ্ৰি লাভ কৰে৷ প্ৰায় ৮ বছৰ ধৰি লেকচাৰাৰ হিচাপে কাম কৰাৰ সময়ত বিভিন্ন বিতৰ্কৰ খবৰো শিৰোনামত আছিল৷

ব্যক্তিগত জীৱন

ডাঃ শ্বাহিনে কলেজৰ এল ব্লকৰ ২৯ নম্বৰ ঘৰত আছিল৷ বিয়া হৈছিল মহাৰাষ্ট্ৰৰ চিকিৎসক জাফৰ হায়াতৰ সৈতে৷ ২০১৫ চনত তেওঁৰ বিবাহ বিচ্ছেদ হয়৷ তাৰপিছতেই শ্বাহিন ফৰিদাবাদলৈ যায়৷ ইয়াতেই তেওঁৰ আকৌ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে মোজাম্মিলৰ সৈতে৷ শ্বাহিনৰ হাতত ধৰিয়েই তেওঁৰ প্ৰেমিক সন্ত্ৰাসবাদী গোষ্ঠীত সোমাই পৰে৷ শ্বাহিনে সেই কলেজত কাম কৰিলেও নিজ বিভাগৰ বাহিৰে অন্য বিভাগৰ অধ্যাপকসকলৰ সৈতে বিশেষ ঘনিষ্ঠ সম্পৰ্ক নাছিল৷

শ্বাহীনে উদাৰ মনস্কতাৰ পৰিচয় দিছিল৷ মিঠামুখীয়া আছিল শ্বাহিন৷ লগতে ভাল ৰান্ধনীও আছিল৷ বিশেষকৈ বিৰিয়ানি ৰন্ধাৰ বাবে তেওঁৰ বিশেষ নাম আছিল৷ ইয়াৰোপৰি শ্বাহিনে ভাল বন্দুকো চলাইছিল৷

কামত অনুপস্থিতি

তেওঁ কাম কৰা কলেজৰ প্ৰায়সংখ্যক সহকৰ্মীয়ে জনাইছে যে শ্বাহিন প্ৰায়েই কলেজত অনুপস্থিত আছিল৷ সেয়ে চৰকাৰে তেওঁক বৰ্খাস্ত কৰিছে৷ কলেজৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি অন্যান্য অধ্যাপক পৰ্যন্ত তেওঁ কাৰোৰে সৈতেই যোগাযোগ ৰখা নাছিল৷ কলেজৰ কৰ্মী আৰু প্ৰতিবেশীসকলেও তেওঁৰ বিষয়ে কোনো কথাই ক’ব খোজা নাই৷

শ্বাহিনৰ পিতৃৰ প্ৰতিক্ৰিয়া

ডাঃ শ্বাহিনক ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে৷ ইয়াৰ পাছতেই আৰক্ষীয়ে তেওঁৰ লক্ষ্ণৌৰ লালবাগনৰ ঘৰ আৰু দালিগঞ্জৰ পুৰণি ঘৰলৈ যায়৷ তেওঁৰ পিতৃয়ে এতিয়াও সেই কথা মানি ল’ব পৰা নাই৷ পিতৃয়ে কয়, ‘মোৰ কন্যা এগৰাকী চিকিৎসক৷ সমগ্ৰ জীৱন মানুহৰ সেৱা কৰিছে৷ মই বিশ্বাস নকৰো, এনে সন্ত্ৰাসবাদী কাৰ্যকলাপত তাই যুক্ত থাকিব পাৰে৷’

দিল্লীৰ লালকিল্লাৰ বিস্ফোৰণ

সোমবাৰে পুৱা দিল্লীৰ কাষত ফৰিদাবাদত বিপুল পৰিমাণে বিস্ফোৰক পোৱা গৈছে৷ সেইদিনা সন্ধিয়াবেলা লালকিল্লাৰ মেট্ৰো ষ্টেচনৰ কাষতেই এক বিস্ফোৰণত ১৩ গৰাকীৰ মৃত্যু হয় আৰু ২০জন গুৰুতৰভাৱে আহত হয়৷ ঘটনাৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগেই আৰক্ষীয়ে ডাঃ শ্বাহিনক ঘটনাৰ সৈতে সম্পৰ্কিত বুলি গ্ৰেপ্তাৰ কৰিছে৷ তেওঁৰ বাহনৰ পৰা উদ্ধাৰ কৰিছে এটা একে-৪৭ ৰাইফল৷ তদন্তত জনা গৈছে বিস্ফোৰণত ব্যৱহৃত অস্ত্ৰ আৰু বিস্ফোৰক সৰবৰাহত তেওঁৰ বাহন ব্যৱহাৰ হৈছিল৷

মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে যোগাযোগ

ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ হোৱা ডাঃ শ্বাহিনক জৈছৰ মহিলা শাখা ভাৰতত গঠন কৰাৰ দায়িত্ব দিয়া হৈছিল৷ সেই ধৃত সন্ত্ৰাসী চিকিৎসক ডাক্তৰ আছিল মুজাম্মিলৰ প্ৰেয়সী৷ পাছলৈ জনা যায় যে জৈছ প্ৰধান মাছুদ আজহাৰৰ ভনীয়েক ছাদিয়া আজহাৰৰ সৈতে যোগাযোগ ৰাখিছিল৷ তেওঁৰ নিৰ্দেশতেই শ্বাহিনে ভাৰতৰ মহিলাসকলক লৈ এটা সন্ত্ৰাসবাদী দল তৈয়াৰ কৰি আছিল৷ তেওঁ জৈছৰ জামাত-উল-মোমিনাত সংগঠনৰ সদস্য আছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি ভিটামিন বেছি খালে কিডনি নষ্ট হ’ব পাৰে? কিডনি ফেইলাৰৰ পৰা ৰক্ষা পাবলৈ কি কৰিব?
জীৱনশৈলী

কি ভিটামিন বেছি খালে কিডনি নষ্ট হ’ব পাৰে? কিডনি ফেইলাৰৰ পৰা ৰক্ষা পাবলৈ কি কৰিব?

December 9, 2025
বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ
জীৱনশৈলী

বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

December 9, 2025
এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?
জীৱনশৈলী

এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

December 9, 2025
কাইলৈৰ ৰাশিফলঃ ৰবি যোগৰ সৈতে বৈধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সুখৰ দিন ৫ৰাশিৰ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰবি যোগৰ সৈতে বৈধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সুখৰ দিন ৫ৰাশিৰ

December 9, 2025
Next Post
বৃশ্চিক ৰাশিত গোচৰ হৈছে সূৰ্য, অলপ অসাবধান হ’লেই ডাঙৰ বিপদত পৰিব এই ৫ৰাশিৰ জাতক

বৃশ্চিক ৰাশিত গোচৰ হৈছে সূৰ্য, অলপ অসাবধান হ’লেই ডাঙৰ বিপদত পৰিব এই ৫ৰাশিৰ জাতক

শনিৰ নক্ষত্ৰলৈ আহিছে সূৰ্য, ১৯ নৱেম্বৰৰ পৰা সোণৰ দৰে জিলিকিব ৩ ৰাশিৰ ভাগ্য

শনিৰ নক্ষত্ৰলৈ আহিছে সূৰ্য, ১৯ নৱেম্বৰৰ পৰা সোণৰ দৰে জিলিকিব ৩ ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.