• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭বছৰে সৰু ছায়ৰা প্ৰকৃততে কোন? বিয়াৰ পূৰ্বে ছায়ৰাক কি চৰ্ত দিছিল ৰহমানে?

৭বছৰে সৰু ছায়ৰা প্ৰকৃততে কোন? বিয়াৰ পূৰ্বে ছায়ৰাক কি চৰ্ত দিছিল ৰহমানে?

1 year ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

13 minutes ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

1 hour ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

2 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

3 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

4 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

14 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

14 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

14 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

15 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৭বছৰে সৰু ছায়ৰা প্ৰকৃততে কোন? বিয়াৰ পূৰ্বে ছায়ৰাক কি চৰ্ত দিছিল ৰহমানে?

৭বছৰে সৰু ছায়ৰা প্ৰকৃততে কোন? বিয়াৰ পূৰ্বে ছায়ৰাক কি চৰ্ত দিছিল ৰহমানে?

editor by editor
November 20, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
৭বছৰে সৰু ছায়ৰা প্ৰকৃততে কোন? বিয়াৰ পূৰ্বে ছায়ৰাক কি চৰ্ত দিছিল ৰহমানে?
0
SHARES
642
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

খ্যাতনামা স্বামীৰ নামৰ বাবেই বহু পত্নীৰ নিজা পৰিচয় হেৰাই যায়৷ সেই বিষয়টোকলৈ অস্তিত্বৰ সংকটত ভূগিবলগীয়া হয় বহু তাৰকাৰ পত্নীয়েই৷ ফলত শেষ সিদ্ধান্ত হয় বিবাহবিচ্ছেদ৷ এই ঘটনা বলীউডত এতিয়া তেনেই সাধাৰণ ঘটনা৷ এইবাৰ এ আৰ ৰহমান আৰু তেওঁৰ পত্নী ছায়ৰা বানুৱেও দাম্পত্য জীৱনৰ যতি পেলালে৷ পৰিচয়ক লৈ অৱশ্যে ছায়ৰাৰ বিশেষ সমস্যা হোৱা নাছিল৷ কাৰণ প্ৰথমৰ পৰাই সুৰকাৰ ৰহমানৰ চৰ্ত মানি বিয়াত সন্মতি দিছিল তেওঁ৷

ৰহমান জন্ম হৈছিল দক্ষিণ ভাৰতৰ মুছলমান পৰিয়ালৰ সন্তান৷ ছায়ৰা অৱশ্যে গুজৰাটৰ৷ ১৮৭৩ চনত ছায়ৰাৰ জন্ম৷ তেওঁলোকৰ বয়সৰ পাৰ্থকৈ হৈছে ৭বছৰ৷ ৰহমানৰ ২৮সংখ্যক জন্মদিনত তেওঁলোকৰ দেখা হৈছিল৷ পাত্ৰী বিচৰাৰ সময় নাছিল ৰহমানৰ৷ মাতৃ আৰু ভগ্নীয়ে মিলি পছন্দ কৰিছিল ছায়ৰাক৷ এটা দৰগাহত আলাপ হৈছিল তেওঁলোকৰ৷ তাৰপিছতেই কেইমাহ ফোনত কথোপকথন৷ সেই বাৰ্তালাপৰ পাছতেই বিবাহ দুয়োৰে৷ গুজৰাটৰ উচ্চবিত্ত পৰিয়ালৰ যুৱতী আছিল ছায়ৰা৷ সাংস্কৃতিক মনস্ক পৰিয়ালত ডাঙৰ হৈছিল ছায়ৰা৷ মিতভাষী সুন্দৰী ছায়ৰাক দেখামাত্ৰকেই সেয়ে বিবাহৰ বাবে ৰাজী হৈছিল ৰহমান৷

ছায়ৰা গুজৰাটৰ কন্যা হোৱাৰ বাবে তেওঁ গুজৰাটৰ স্থানীয় ভাষাতেই কথা কৈছিল৷ সেই বিষয়ত আপত্তি আছিল ৰহমানৰ৷ বিয়াৰ পূৰ্বেই ছায়ৰাক চৰ্ত দিয়ে যে ৰহমানৰ সৈতে বিয়া কৰালে ইংৰাজীত কথা ক’ব লাগিব৷ চৰ্ত মানি লয় ছায়ৰাই৷ স্বামীৰ সংগীত কেৰিয়াৰত তেওঁৰ অবদানো যথেষ্ট বেছি৷

নৰম মনৰ মানুহ ছাকাই দান ধ্যান যথেষ্ট কৰে৷ সুগন্ধীক লৈ তেওঁৰ আছে বিশেষ চখ৷ শেষবাৰ দম্পত্তি হিচাপে তেওঁলোকক দেখা গৈছিল আম্বানীৰ বিয়াত৷ তাৰ কেইমাহৰ ভিতৰতেই সম্পৰ্কৰ এনে পৰিণতি হ’ব যে কোনোৱে কল্পনা কৰিব পৰা নাছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট
বিনোদন

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

April 7, 2026
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!
জীৱনশৈলী

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

April 7, 2026
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ
বাণিজ্য

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
Next Post
অতিকে শোকাৱহ, বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৫ নিহত, ১৫ৰো অধিক আহত

অতিকে শোকাৱহ, বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৫ নিহত, ১৫ৰো অধিক আহত

২০০ কোটি টকাৰ প্ৰৱঞ্চনা কৰিও গ্ৰেপ্তাৰ নহয় আদানী, শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী ৰাহুল গান্ধীৰ

২০০ কোটি টকাৰ প্ৰৱঞ্চনা কৰিও গ্ৰেপ্তাৰ নহয় আদানী, শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী ৰাহুল গান্ধীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.