• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী, তালিকাত নাম স্মৃতি ইৰাণীৰ পৰা মনোজ তিৱাৰীলৈ

কোন হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী, তালিকাত নাম স্মৃতি ইৰাণীৰ পৰা মনোজ তিৱাৰীলৈ

2 years ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

1 hour ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

2 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

2 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

3 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

3 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

4 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

4 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

5 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

5 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

6 hours ago
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

7 hours ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোন হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী, তালিকাত নাম স্মৃতি ইৰাণীৰ পৰা মনোজ তিৱাৰীলৈ

editor by editor
February 9, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কোন হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী, তালিকাত নাম স্মৃতি ইৰাণীৰ পৰা মনোজ তিৱাৰীলৈ
0
SHARES
975
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোন হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী, তালিকাত নাম স্মৃতি ইৰাণীৰ পৰা মনোজ তিৱাৰীলৈ

দিল্লী বিধানসভাৰ এইবাৰৰ ফলাফল একেবাৰে বেলেগ। শক্তিশালী আপত পৰাস্ কৰি জয়লাভ বিজোপিৰ। মোদী যাঁদু চলি যায় দিল্লীৰ বিধানসভা নিৰ্বাচনত। ৭০খন আসনৰ ভিতৰত ৪৮ খন আসনত বিজেপিয়ে জয়লাভ কৰিছে। আনহাতে আপে মাথো ২২ খন আসনহে লাভ কৰে। খোদ অৰবিন্দ কেজৰিৱালেই পৰাজিত হয় তেখেতৰ সমষ্টিত। কেৱল আতিশীয়ে ৰাখে মান।

বৰ্তমানে বিজেপিয়ে ২৭ বছৰৰ পাছত দিল্লীত চৰকাৰ গঠন কৰিবলৈ ওলাইছে। এতিয়া সকলোৰে দৃষ্টি বিজেপিয়ে কাক মুখ্যমন্ত্রী পাতিব ৰাজধানী দিল্লীৰ৷ বৰ্তমান এই দৌৰত ৫ জন লোকৰ নাম শীৰ্ষত।

১/ প্ৰবেশ সিং ভাৰ্মা
এই তালিকাৰ প্ৰথম নাম প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিং ভাৰ্মাৰ পুত্ৰ প্ৰবেশ ভাৰ্মাৰ। একেৰাহে দুটা কাৰ্যকাল পশ্চিম দিল্লীৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে প্ৰৱেশ ভাৰ্মাই। ২০১৯ চনত তেওঁ ৫.৭৮ লাখ ভোটত জয়লাভ কৰিছিল, যিটো দিল্লীৰ ইতিহাসৰ সৰ্ববৃহৎ জয়। এইবাৰ তেওঁ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ৪০৯৯ ভোটত পৰাস্ত কৰিছে।

২/ মনোজ তিৱাৰী
উত্তৰ-পূব দিল্লীৰ পৰা একেৰাহে তৃতীয়বাৰৰ বাবে লোকসভা নিৰ্বাচনত জয়লাভ কৰিছে মনোজ তিৱাৰীয়ে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে দিল্লীৰ পৰা ৭ জন সাংসদৰ ভিতৰত ৬ জনৰ টিকট কৰ্তন কৰিছিল যদিও মনোজ তিৱাৰীক পুনৰ দলে টিকট দিছিল। ইয়াৰ উপৰি ২০১৬ চনৰ পৰা ২০২০ চনলৈ দিল্লী বিজেপিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে তিৱাৰীয়ে। তাতে আৰ ৮ মাহৰ পিছতে বিহাৰত নিৰ্বাচন। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ প্ৰৱল দাবীদাৰ মনোজ তিৱাৰী।

৩/ মঞ্জিন্দৰ সিং ছিৰছা
২০১৩ আৰু ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত শিৰোমণি আকালি দলৰ টিকটত জয়ী হৈছিল মঞ্জিন্দৰ সিং ছিৰছা। ইয়াৰ পিছত তৃতীয়বাৰৰ বাবে ৰাজৌৰী গাৰ্ডেনৰ পৰা বিধায়ক নিৰ্বাচিত হয়। ২০২১ চনত শিৰোমণি আকালি দল এৰি বিজেপিত যোগদান কৰে। ইয়াৰ পিছত ২০২৩ চনৰ আগষ্ট মাহত তেওঁক বিজেপিৰ ৰাষ্ট্ৰীয় মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। লগতে ছিৰছা দিল্লীৰ শিখ সম্প্ৰদায়ৰ এজন ডাঙৰ নেতা।

৪/ স্মৃতি ইৰাণী
স্মৃতি ইৰাণীয়ো হব পাৰে বিজেপিৰ প্ৰথম পছন্দ। ২০১০ চনৰ পৰা ২০১৩ চনলৈ বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী আছিল ইৰাণী। ২০১৪ চনত লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতো মন্ত্ৰী হৈছিল ইৰাণী। ২০১৯ চনত ৰাহুল গান্ধীক পৰাস্ত কৰিছিল। দলত মহিলাৰ ভিতৰত এগৰাকী শীৰ্ষ নেত্ৰী ইৰাণী। বৰ্তমান বিজেপিত মহিলা মুখ্যমন্ত্ৰী নাই। এনে পৰিস্থিতিত স্মৃতি ইৰাণীক মুখ্যমন্ত্ৰী কৰি বিজেপিয়ে মহিলাক আগস্থান দিব পাৰে।

৫/ বিজেন্দৰ গুপ্তা
বিজেন্দ্ৰ গুপ্তাই একেৰাহে তৃতীয়বাৰৰ বাবে ৰোহিনী বিধানসভাৰ আসনৰ পৰা নিৰ্বাচনত জয়লাভ কৰিছে। তেওঁ দুবাৰকৈ দিল্লী বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ বাহিৰেও ২০১৫ চনত যেতিয়া বিজেপিৰ দিল্লী বিধানসভাত মাত্ৰ ৩ জন বিধায়ক আছিল, তাৰ ভিতৰত এজন আছিল বিজেন্দ্ৰ গুপ্তা। দিল্লীত বিজেপিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ বাহিৰেও সংঘ আৰু সংগঠনত তেওঁৰ দৃঢ় দখল আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bjpBJP New CMdelhiDelhi ElectionDelhi New CM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম
জীৱনশৈলী

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

September 19, 2026
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি
অসম

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

September 19, 2026
Next Post
পুনৰ মাওবাদীৰ সৈতে ভাৰতীয় সেনাৰ সংঘৰ্ষ, ১২ নক্সাল নিহত, ২ জোৱান শ্বহীদ

পুনৰ মাওবাদীৰ সৈতে ভাৰতীয় সেনাৰ সংঘৰ্ষ, ১২ নক্সাল নিহত, ২ জোৱান শ্বহীদ

আজি শুক্লা দ্বাদশী, গোটেই দিন প্ৰীতি যোগ, ৩ ৰাশিৰ বাবে বৃদ্ধি পাব সমস্যা

আজি শুক্লা দ্বাদশী, গোটেই দিন প্ৰীতি যোগ, ৩ ৰাশিৰ বাবে বৃদ্ধি পাব সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.