• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক, দৌৰত আছে শচীন, ধোনী, যুৱী, গম্ভীৰৰ নাম

কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক, দৌৰত আছে শচীন, ধোনী, যুৱী, গম্ভীৰৰ নাম

2 years ago
পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

6 minutes ago
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

19 minutes ago
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

36 minutes ago
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

1 hour ago
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

2 hours ago
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

2 hours ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

3 hours ago
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

4 hours ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

5 hours ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

6 hours ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

7 hours ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক, দৌৰত আছে শচীন, ধোনী, যুৱী, গম্ভীৰৰ নাম

editor by editor
May 28, 2024
in ক্ৰীড়া, ভাৰত
0
কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক, দৌৰত আছে শচীন, ধোনী, যুৱী, গম্ভীৰৰ নাম
0
SHARES
310
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক, দৌৰত আছে শচীন, ধোনী, যুৱী, গম্ভীৰৰ নাম

এফালে টি২০ বিশ্বকাপক লৈ ক্ৰিকেট মহল গৰম, আনফালে দলটোৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ পদৰ কোন হ’ব প্ৰাৰ্থী তাকো লৈয়ে গৰম হৈ আছে বি চি চি আই। কোন হ’ব পৰৱৰ্তী মুখ্য প্ৰশিক্ষক।

টি -২০ বিশ্বকাপৰ পাছতে বৰ্তমানৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে এৰিব মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, আৰু বৃদ্ধি কৰিব নিবিচাৰে তেখেতৰ কাৰ্যকাল। যাৰ বাবে গুগল যোগে বিচাৰ হৈছে মুখ্য প্ৰশিক্ষক পদৰ বাবে আবেদন।

ইয়াৰ পাছতে ভাৰতীয় ক্ৰিকেট সন্থা বিচিচিআইয়ে অনলাইল যোগে লাভ কৰিছে ৩ হাজাৰ আবেদন। যাৰ ভিতৰত আছে বহু কেইগৰাকী প্ৰাক্তন ৰথী-মহাৰথী ক্ৰিকেট খেলুৱৈৰ নাম।

ইয়াৰ ভিতৰত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্ৰন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ নাম বৰ্তমানে শীৰ্ষত আছে। আই পি এলৰ প্ৰশিক্ষক হিচাপে কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ সোৱাদ দিয়াৰ পাছতে গৌতম গমভীৰৰ নাম উচ্চাৰিত হবলৈ ধৰিছে এই পদৰ বাবে। আনহাতে বিচিচিআইৰ হৈ জয় শ্বাহে গম্ভীৰৰ সৈতে কথা পতা ফটোও বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

পাছে বৰ্তমানলৈ এইটো স্পষ্ট হোৱা নাই যে, গম্ভীৰে মুখ্য প্ৰশিক্ষকৰ দায়িত্বৰ বাবে আবেদন কৰিছিল নে নাই। অৱশ্যে বিচিচিআই কিম্বা গম্ভীৰৰ ফালৰ পৰাও এই ক্ষেত্ৰত কোনো ধৰণৰ তথ্য প্ৰকাশ পোৱা নাই।

তাৰ বিপৰীতে প্ৰকাশ পোৱা এক তথ্য অনুসৰি, আবেদন কৰা ৩০০০ লোকৰ মাজত মোদী আৰু অমিত শ্বাহৰো নাম আছে। কোনোৱে হয়তো ধেমালিৰে তেনেদৰে কৰিছে বুলি প্ৰকাশ। তেনেদৰে বহু ভুৱা আৱেদন তালিকাত থকা বুলি জানিব পৰা গৈছে।

তাৰ বিপৰীতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি আৱেদনকাৰী সকলৰ মাজত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ধুৰন্ধৰ যুৱৰাজ সিং, মহেন্দ্ৰ সিং ধোনীৰো নাম আছে। তাৰোপৰি ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰো নাম এই তালিকাত আছে বুলি প্ৰকাশ।

উল্লেখ্য যে, এইবাৰৰ দৰে পূৰ্বেও এনেদৰে অনলাইন আৱেদন বিচৰা হৈছিল ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে। এইবাৰ ৩০০০ লোকে আৱেদন কৰিছিল, পূৰ্বৰ বাৰ ৫০০০ লোকে আৱেদন কৰিছিল এই পদত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CoachcricketCricket Coach
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ
জীৱনশৈলী

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

August 21, 2026
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়
জীৱনশৈলী

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

August 21, 2026
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!
জীৱনশৈলী

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

August 21, 2026
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’
বিনোদন

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

August 21, 2026
Next Post
২ জুনত আত্মসমৰ্পণ কৰিব লাগিব কেজৰিৱালে! উচ্চতম ন্যায়ালয়ৰ পৰা মোক্ষম আঘাত

২ জুনত আত্মসমৰ্পণ কৰিব লাগিব কেজৰিৱালে! উচ্চতম ন্যায়ালয়ৰ পৰা মোক্ষম আঘাত

অতিকে শোকাৱহ, একেটা দিনতে একেটা কোঠাতে উদ্ধাৰ পৰিয়ালৰ ৯ জন লোকৰ নিথৰ দেহ

অতিকে শোকাৱহ, একেটা দিনতে একেটা কোঠাতে উদ্ধাৰ পৰিয়ালৰ ৯ জন লোকৰ নিথৰ দেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.