• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

5 months ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

32 minutes ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

57 minutes ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

1 hour ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

2 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

2 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

16 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

16 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

16 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

17 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

18 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

19 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

editor by editor
April 27, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ
0
SHARES
369
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিজন ল’ৰাৰ মনত এটা প্ৰশ্ন চলি থাকে যে ছোৱালীয়ে কেনেধৰণৰ ল’ৰাক ভাল পায়। এই কথা জানিবলৈ ল’ৰাবোৰে ইমান চেষ্টা কৰে যে ছোৱালীয়ে কেনেকুৱা ল’ৰাক ভাল পায়? নিচাযুক্ত সামগ্ৰীৰ প্ৰতি আসক্ত যুৱকসকলে বৰ্তমান একাংশ নাৰীৰ হৃদয় চুৰি কৰিছে। বৰ্তমান সামাজিক মাধ্যমতো এনে ল’ৰাৰ যথেষ্ঠ জনপ্ৰিয়তা আছে। বৰ্তমানৰ প্ৰজন্মই দেখুৱাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। এনে যুৱকৰ প্ৰতি আকৰ্ষণ মূল কাৰণ এটা বুলি ক’ব নোৱাৰি। এয়া মানসিক আৰু সামাজিক কাৰকৰ দ্বাৰা পৰিচালিত হয়, আসক্তিৰ দ্বাৰা নহয়। কিছুমান যুৱতীয়ে এনে পুৰুষক আকৰ্ষণ বাঢ়ি যায়, কিন্তু এই আকৰ্ষণ সকলোৰে বাবে নহয়।

কেইটামান কাৰণ জানক

  1. Bad Boy ৰ প্ৰতি একাংশ যুৱতী আকৰ্ষণ হোৱাৰ মূল কাৰণ হৈছে এনে যুৱকবোৰ প্ৰায়ে বিদ্ৰোহী ভাবমূৰ্তিৰ হয়। যিটো কিছুমান যুৱতীয়ে আকৰ্ষণীয় বুলি বিবেচনা কৰে।
  2. নিচা আসক্তসকলে কেতিয়াও লাজ নকৰে আৰু অতি আত্মবিশ্বাসী যেন লাগে, যিয়ে ছোৱালীক আপ্লুত কৰিব পাৰে।
  3. কিছুমান ছোৱালীয়ে এনে ল’ৰাবোৰক ৰোমান্টিক বুলি ভাবে।

এই ক্ষেত্ৰত বেলজিয়ামৰ গেণ্ট বিশ্ববিদ্যালয়ৰ গৱেষণাই সহায় কৰিব। ২৩৯ গৰাকী ছোৱালীৰ ওপৰত কৰা এই অধ্যয়নত দেখা গৈছে যে ছোৱালীয়ে “বেড”ক পছন্দ কৰে। এই সমীক্ষা অনুসৰি ছোৱালীয়ে ধূমপান আৰু মদ্যপান কৰা ল’ৰাক বেছি পছন্দ কৰে।

এই সমীক্ষাৰ ফলাফলে সকলোকে আচৰিত কৰি তুলিছে। ছোৱালীয়ে হ্ৰস্বম্যাদী সম্পৰ্ক আৰু ধূমপান আৰু মদ্যপান কৰা পুৰুষক বাছি লৈছিল। তেওঁলোকৰ মতে এনে পুৰুষ অন্য পুৰুষতকৈ সম্পৰ্কত অধিক মুকলি।

ইয়াৰ উপৰিও Flings বা One Night Stands ভাল পোৱা ছোৱালীয়ে এই ধৰণৰ পুৰুষক বেছি গুৰুত্ব প্ৰদান কৰে। কাৰণ তেওঁলোকে নিজৰ সম্পৰ্কৰ প্ৰতি বেছি আৱেগিক নহয়।

(অস্বীকাৰঃ এই সম্পূৰ্ণ তথ্য সামাজিক মাধ্যমৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। ইয়াৰে সৈতে Asom Live 24 ৰ কোনো সম্পৰ্ক নাই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা
ভাৰত

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

October 2, 2026
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?
ভাৰত

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

October 2, 2026
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?
অসম

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

October 2, 2026
Next Post
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ'ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ'ব পাৰে PCOD ৰ লক্ষণ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.