• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমত পৰিছিল, প্ৰতিশ্ৰুতিও দিছিল, কিন্তু কিয় প্ৰেয়সীক বিয়া নকৰালে ৰতন টাটাই?

প্ৰেমত পৰিছিল, প্ৰতিশ্ৰুতিও দিছিল, কিন্তু কিয় প্ৰেয়সীক বিয়া নকৰালে ৰতন টাটাই?

2 years ago
‘ৰামায়ণ’ত অসমৰ শিল্পকলাৰ চমক!

‘ৰামায়ণ’ত অসমৰ শিল্পকলাৰ চমক!

50 minutes ago
ৰাশি অনুসৰি দেৱী লক্ষ্মীক কি ফুল আগবঢ়াব?

ৰাশি অনুসৰি দেৱী লক্ষ্মীক কি ফুল আগবঢ়াব?

2 hours ago
চোৰাংচোৱাৰ ভয়ংকৰ তথ্য! পুনৰ মুম্বাইৰ ২৬/১১ৰ দৰে আক্ৰমণৰ পৰিকল্পনা?

চোৰাংচোৱাৰ ভয়ংকৰ তথ্য! পুনৰ মুম্বাইৰ ২৬/১১ৰ দৰে আক্ৰমণৰ পৰিকল্পনা?

2 hours ago
ছলমান খানৰ টোপনি হৰণ কৰা হেৰী বক্সাৰক গ্ৰেপ্তাৰ

ছলমান খানৰ টোপনি হৰণ কৰা হেৰী বক্সাৰক গ্ৰেপ্তাৰ

3 hours ago
মহানগৰীত বস্তাৰ ভিতৰত উদ্ধাৰ মৃ*তদেহৰ টুকুৰা-টুকুৰ অংশ

মহানগৰীত বস্তাৰ ভিতৰত উদ্ধাৰ মৃ*তদেহৰ টুকুৰা-টুকুৰ অংশ

4 hours ago
পিতৃৰ কোলাতে প্ৰাণ হেৰুৱালে ২২ বছৰীয়া পুত্ৰই

পিতৃৰ কোলাতে প্ৰাণ হেৰুৱালে ২২ বছৰীয়া পুত্ৰই

4 hours ago
য’ত আৰম্ভ হৈছিল, তাতেই শেষ… অৱসৰৰ বাবে ছামিয়ে কিয় বাছি ল’লে ৬ নৱেম্বৰ?

য’ত আৰম্ভ হৈছিল, তাতেই শেষ… অৱসৰৰ বাবে ছামিয়ে কিয় বাছি ল’লে ৬ নৱেম্বৰ?

5 hours ago
ৰে’লযাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ!

ৰে’লযাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ!

5 hours ago
অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি, এজন-দুজন নহয়, ১৯১জন লোকক হত্যা!

অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি, এজন-দুজন নহয়, ১৯১জন লোকক হত্যা!

6 hours ago
কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?

কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?

6 hours ago
এই ৩ ৰাশিৰ আজি লাভেই লাভ!

এই ৩ ৰাশিৰ আজি লাভেই লাভ!

7 hours ago
হৃদয়স্পর্শী! কৃত্ৰিম চকু লাভ কৰি মুখত হাঁহি বিৰিঙিল কণমানিৰ!

হৃদয়স্পর্শী! কৃত্ৰিম চকু লাভ কৰি মুখত হাঁহি বিৰিঙিল কণমানিৰ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেমত পৰিছিল, প্ৰতিশ্ৰুতিও দিছিল, কিন্তু কিয় প্ৰেয়সীক বিয়া নকৰালে ৰতন টাটাই?

প্ৰেমত পৰিছিল, প্ৰতিশ্ৰুতিও দিছিল, কিন্তু কিয় প্ৰেয়সীক বিয়া নকৰালে ৰতন টাটাই?

editor by editor
August 14, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
প্ৰেমত পৰিছিল, প্ৰতিশ্ৰুতিও দিছিল, কিন্তু কিয় প্ৰেয়সীক বিয়া নকৰালে ৰতন টাটাই?
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত তথা বিশ্বৰ প্ৰথম শাৰীৰ এজন ধনী ব্যক্তি হৈছে ৰতন টাটা। প্ৰায় ১৫৭ বছৰ পুৰণি টাটা গ্ৰুপ এণ্ড ইণ্ডাষ্ট্ৰীজৰ দায়িত্বও তেওঁৰ কান্ধত। কেইবাদশক পূৰ্বে তেওঁ যেতিয়া টাটা গ্ৰুপ এণ্ড ইণ্ডাষ্ট্ৰীজৰ দায়িত্ব ল’লে তেতিয়াৰে পৰাই সফলতাৰ শীৰ্ষলৈ গতি কৰিছে টাটা কোম্পানীও। বহু সম্পত্তিৰ মালিক হ’লেও তেনেই সাধাৰণ এজন মানুহ ৰতন টাটা। তেওঁৰ ব্যক্তিত্বক লৈ সেয়ে প্ৰতিসময়তে চৰ্চা হয়। খুবেই শান্ত প্ৰকৃতিৰ মানুহ ৰতন টাটাৰ কাষত মানুহৰ অভাৱ নাই। কিন্তু এই মানুহৰ ভীৰতো একাকীত্বৰ জীৱন ৰতন টাটাৰ। ৮৫বছৰীয়া ৰতন টাটাই সংবাদমাধ্যমৰ আগত দিয়া মন্তব্যত এই সন্দৰ্ভত কৈছিল, ‘একাকীত্বৰ অনুভূতি কি আপুনি অকলে নাথাকিলে বুজিব নোৱাৰিব?’ কিন্তু কিয় অকলশৰীয়া জীৱনটোক বাচি ল’লে ৰতন টাটাই?

অন্য ১০ জন মানুহৰ দৰেই ৰতন টাটাৰ জীৱনলৈকো প্ৰেম আহিছিল। প্ৰেয়সীক বিয়া কৰাবও খুজিছিল। কিন্তু তেওঁলোকৰ প্ৰেমত বাধা হৈ পৰে চীন-ভাৰতৰ যুদ্ধ। ৰতন টাটা যেতিয়া লছ এঞ্জেলছত আছিল তেতিয়াই তেওঁ এগৰাকী মাৰ্কিন যুৱতীৰ প্ৰেমত পৰে। সেই যুৱতীগৰাকীৰ সৈতে সাতোজীৱনলৈ একেলগে থকাৰ সপোন দেখিছিল ৰতন টাটাই।

বিদেশত নতুন চাকৰি, সুন্দৰ পৰিবেশ, নতুন প্ৰেম সকলো মিলি দিন ভালদৰেই পাৰ হৈছিল। কিন্তু হঠাৎ ৰতন টাটাৰ আইতাকৰ গা বেয়া হোৱাৰ খবৰ লাভ কৰে। ৰতন টাটাই আইতাকৰ গা বেয়াৰ খবৰ লাভ কৰি লগে লগেই ভাৰতলৈ অহাৰ সিদ্ধান্ত লয়। ৰতন টাটাই তেতিয়া প্ৰেয়সীক কথা দিছিল যে ভাৰতলৈ গৈ তেওঁ প্ৰেমৰ কথা ঘৰত জনাব। অচিৰেই দুয়ো বিবাহপাশত আৱদ্ধ হ’ব। ৰতন টাটা ঘৰলৈ অহাৰ পাছতেই ১৯৬২ চনত ভাৰত চীনৰ মাজত যুদ্ধ আৰম্ভ হয়। ৰতন টাটা ভাৰতলৈ আহিল যদিও তেওঁৰ প্ৰেয়সী কিন্তু ভাৰতলৈ আহিব নোৱাৰিল। যুদ্ধৰ বাবে টাটাৰ প্ৰেয়সীক তেওঁৰ পিতৃমাতৃয়ে ভাৰতলৈ পঠিয়াবলৈ মান্তি নহ’ল। সপোনবোৰ সপোনতেই মৰহি গ’ল টাটাৰ। ইয়াৰ পাছত ৰতন টাটাৰ জীৱনলৈ নাৰী আহিল যদিও শেষ পৰ্যন্ত বিবাহপাশত আৱদ্ধ নহ’ল ৰতন টাটা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাশি অনুসৰি দেৱী লক্ষ্মীক কি ফুল আগবঢ়াব?
জীৱনশৈলী

ৰাশি অনুসৰি দেৱী লক্ষ্মীক কি ফুল আগবঢ়াব?

November 7, 2026
চোৰাংচোৱাৰ ভয়ংকৰ তথ্য! পুনৰ মুম্বাইৰ ২৬/১১ৰ দৰে আক্ৰমণৰ পৰিকল্পনা?
ভাৰত

চোৰাংচোৱাৰ ভয়ংকৰ তথ্য! পুনৰ মুম্বাইৰ ২৬/১১ৰ দৰে আক্ৰমণৰ পৰিকল্পনা?

November 7, 2026
ছলমান খানৰ টোপনি হৰণ কৰা হেৰী বক্সাৰক গ্ৰেপ্তাৰ
অপৰাধ

ছলমান খানৰ টোপনি হৰণ কৰা হেৰী বক্সাৰক গ্ৰেপ্তাৰ

November 7, 2026
পিতৃৰ কোলাতে প্ৰাণ হেৰুৱালে ২২ বছৰীয়া পুত্ৰই
ভাৰত

পিতৃৰ কোলাতে প্ৰাণ হেৰুৱালে ২২ বছৰীয়া পুত্ৰই

November 7, 2026
Next Post
অশনি সংকেট, চেনি-নিমখত পোৱা গৈছে কন কন প্লাষ্টিকৰ টুকুৰা

অশনি সংকেট, চেনি-নিমখত পোৱা গৈছে কন কন প্লাষ্টিকৰ টুকুৰা

কোনোদিনে আৰু দেখা নাযাব জাৰ্চি নম্বৰ ১৬, ভাৰতীয় হকী দলৰ বিশেষ সিদ্ধান্ত

কোনোদিনে আৰু দেখা নাযাব জাৰ্চি নম্বৰ ১৬, ভাৰতীয় হকী দলৰ বিশেষ সিদ্ধান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.