• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

4 months ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

9 minutes ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

35 minutes ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

1 hour ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

2 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

3 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

3 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

4 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

4 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

5 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

5 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

6 hours ago
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

editor by editor
June 9, 2026
in খাদ্য, জীৱনশৈলী, বিবিধ, ভাৰত
0
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ভাৰতত বিভিন্ন ধৰ্মীয় ৰীতি-নীতি তথা উৎসৱ পাৰ্বনত মিঠাইৰ গুৰুত্ব অপৰিসীম। বিভিন্ন পূজা, বিৱাহ অনুষ্ঠান আদিত ব্যৱহাৰ হোৱা বিভিন্ন মিঠাই যেনে পেড়া, বৰ্ফী, কাজু কাটলী, বুন্দিয়াৰ লাডু আদিত ৰূপৰ দৰে চিকমিকাই থকা পাতল তৰপ এটা ব্যৱহাৰ কৰা আপুনি নিশ্চয় দেখিছে, যাক Silver Foil বুলি কোৱা হয়। বৰ্তমান সময়ত আমি সকলোৱে কাৰখানাত নিৰ্মিত সহজতে উপলব্ধ Silver Foilৰ ব্যৱহাৰ কৰিলেও ভাৰতীয় সংস্কৃতিত প্ৰাচীন কালৰে পৰাই ইয়াৰ ব্যৱহাৰ আছিল। আজিৰ দৰে সহজে উপলব্ধ Silver Foil তেতিয়াৰ দিনত নাথাকিলেও বিশেষভাৱে নিৰ্মিত ৰূপৰ পাতল কাপোৰৰ দৰে প্লেট ব্যৱহাৰ কৰিছিল।
বহুতেই মিঠাইৰ প্ৰতিষ্ঠানসমূহে দেখিবলৈ ধুনীয়া লাগিবৰ বাবে ইয়াক ব্যৱহাৰ কৰা বুলি ভাবে। কিন্তু এই Silver Foilৰ ব্যৱহাৰৰ ফলত মিঠাইসমূহ দেখিবলৈ ধুনীয়া লগাৰ উপৰিও ইয়াৰ আছে বহু পুৰণি পৰম্পৰাগত ভাৰতীয় সংস্কৃতি আৰু বৈজ্ঞানিক ভিত্তি। এই Silver Foilৰ ব্যৱহাৰৰ ফলত বহু সময়লৈ মিঠাইসমূহ নষ্ট নোহোৱাকৈ থাকে। অৱশ্যে Silver Foilৰ এই গুণ বহুতেই জানে। Silver Foil বা ৰূপত এবিধ বিশেষ গুণ বা বৈশিষ্ট্য থাকে যাৰ ফলত ইয়াৰ ব্যৱহাৰে মিঠাইসমূহক বহু সময়লৈ খোৱাৰ বাবে উপযোগী কৰি ৰাখে।  Silver Foilত এণ্টি-বেক্টেৰিয়েল গুণ থাকে। যাৰ সহায়ত খাদ্য নষ্ট কৰিব পৰা বেক্টেৰিয়াই সহজে এনেধৰণৰ বিশেষকৈ গাখীৰৰ দ্বাৰা প্ৰস্তুত কৰা মিঠাই নষ্ট কৰিব নোৱাৰে। প্ৰাচীন কালত যিসময়ত ৰেফ্ৰিজৰেটৰৰ উদ্ভাৱন হোৱাই নাছিল তেতিয়া এনেদৰে গাখীৰেৰে প্ৰস্তুত বিভিন্ন ধৰণৰ মিঠাই কিছুদিনলৈ নষ্ট নোহোৱাকৈ ৰাখিবলৈ ভাৰতত এনেদৰে ঘৰতে নিৰ্মিত Silver Foil ব্যৱহাৰ কৰিছিল। ইয়াৰ উপৰিও আৰ্য়ুবেদ আৰু ধাৰ্মিক মান্যতা অনুসৰি ৰূপক শুদ্ধ, শীতল, পৱিত্ৰতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এনেদৰে  Silver Foil ব্যৱহাৰে মানসিক সন্তুলন বজাই ৰখাত সহায় হয় বুলি আৰ্য়ুবেদত মান্যতা আছে।
এই প্ৰতিবেদনটো যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24indian sweets
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি
বাণিজ্য

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

September 25, 2026
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ
বাণিজ্য

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

September 25, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
বিশ্ব

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

September 25, 2026
Next Post
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

আপোনাৰ দিনটো কেনেকুৱা হ’ব? সকলো উত্তৰ পাব আজিৰ ৰাশিফলত…

সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক

সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ'ব জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.