• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কৃতজ্ঞতা ভৰা হৃদয়েৰে মই বিদায় লৈছো…!’ কোহলীৰ বিদায়ক লৈ কিয় অনুষ্কাই লিখিলে, ‘মনত ৰাখিম তোমাৰ চকুপানী, যি চকুলো তুমি সকলোৰে পৰা লুকুৱাই ৰাখিছিলা!’

‘কৃতজ্ঞতা ভৰা হৃদয়েৰে মই বিদায় লৈছো…!’ কোহলীৰ বিদায়ক লৈ কিয় অনুষ্কাই লিখিলে, ‘মনত ৰাখিম তোমাৰ চকুপানী, যি চকুলো তুমি সকলোৰে পৰা লুকুৱাই ৰাখিছিলা!’

11 months ago
নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

9 hours ago
আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

10 hours ago
সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

10 hours ago
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

10 hours ago
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

11 hours ago
গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

11 hours ago
এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

12 hours ago
৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

12 hours ago
কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

13 hours ago
৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

13 hours ago
বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

14 hours ago
আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘কৃতজ্ঞতা ভৰা হৃদয়েৰে মই বিদায় লৈছো…!’ কোহলীৰ বিদায়ক লৈ কিয় অনুষ্কাই লিখিলে, ‘মনত ৰাখিম তোমাৰ চকুপানী, যি চকুলো তুমি সকলোৰে পৰা লুকুৱাই ৰাখিছিলা!’

‘কৃতজ্ঞতাৰে ভৰা হৃদয়েৰে মই বিদায় লৈছো...!’ কোহলীৰ বিদায়ক লৈ কিয় অনুষ্কাই লিখিলে, ‘মনত ৰাখিম তোমাৰ চকুপানী, যি চকুলো তুমি সকলোৰে পৰা লুকুৱাই ৰাখিছিলা!’

editor by editor
May 12, 2025
in ক্ৰীড়া, বিশ্ব, ভাৰত, লেখা
0
‘কৃতজ্ঞতা ভৰা হৃদয়েৰে মই বিদায় লৈছো…!’ কোহলীৰ বিদায়ক লৈ কিয় অনুষ্কাই লিখিলে, ‘মনত ৰাখিম তোমাৰ চকুপানী, যি চকুলো তুমি সকলোৰে পৰা লুকুৱাই ৰাখিছিলা!’
0
SHARES
672
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিৰাট ক’হলিয়ে অৱসৰ গ্ৰহণ কৰিলে টেষ্ট ক্ৰিকেটৰ পৰা৷ ১৪ বছৰ ভাৰতৰ হৈ বগা জাৰ্ছি পিন্ধা বিৰাটে আৰু নিপিন্ধে সেই জাৰ্ছি৷ টেষ্ট ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ ক্ষণত কোহলীয়ে অনুষ্কা শৰ্মাক নিজৰ এগৰাকী আটাইতকৈ বিশ্বাসী সমৰ্থক বুলিও জনাইছে৷ কঠিন সময়ত কেনেকৈ অনুষ্কা তেওঁৰ কাষত থিয় দি আছিল সেই কথাও জনাইছে বিৰাটে৷ কোহলিৰ অৱসৰৰ পাছতেই মুখ খুলিছে অনুষ্কাইয়ো৷ কোহলিক আৱেগঘন বাৰ্তা দিছে অনুষ্কাই৷

সামাজিক মাধ্যমত এখন ছবি শ্বেয়াৰ কৰিছে অনুষ্কাই৷ তাতেই দেখা গৈছে দুয়ো হাঁহিমুখে আছে৷ কোহলিয়ে টেষ্ট ক্ৰিকেটৰ জাৰ্ছি পিন্ধি আছে৷ অনুষ্কাই সেই ফটোৰ সৈতে লিখিছে কেইশাৰীমান বাক্য৷ তেওঁ লিখিছে, ‘তেওঁলোকে ৰেকৰ্ড আৰু মাইলফলকক লৈ কথা ক’ব৷ কিন্তু মই  মনত ৰাখিম চকুপানী, যি তুমি কাৰো সন্মুখত দেখুওৱা নাছিলা৷ সেই সকলো যুঁজ যি যুঁজ অন্যই দেখা নাছিল৷ মনত ৰাখিম এই ফৰমেটক য’ত তুমি তোমাৰ সম্পূৰ্ণ ঢালি দিছা৷ মই জানো এই খেলৰ বাবেই তুমি কিমান ত্যাগ কৰিছা৷ প্ৰতিখন টেষ্ট চিৰিজৰ পাছত তুমি উভতি আহিছা পূৰ্বতকৈ অধিক পৈণত হৈ, অধিক নম্ৰ হৈ৷ এই সময়বোৰৰ,  তোমাৰ পৰিবৰ্তনৰ মই সাক্ষী হৈ আছো৷’

অনুষ্কাই ভাৱিছিল এইবাৰৰ টেষ্ট ক্ৰিকেটৰ পাছত অৱসৰ ল’ব কোহলিয়ে৷ কিন্তু তেওঁ পূৰ্বেই অৱসৰ ল’লে৷ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’লেও এদিনীয়া ক্ৰিকেট খেলিব কোহলিয়ে৷ অনুষ্কাই লিখিছে, ‘তুমি সকলো সময়তে নিজৰ মনৰ কথা শুনিছা৷ মই কেৱল এটা কথাই ক’ব বিচাৰিম, এই বিদায়ৰ প্ৰতিটো মুহূৰ্ত তুমি অৰ্জন কৰিছা৷’ কোহলিৰ সৈতে বিবাহৰ পাছত মাজে মাজে কোহলিৰ মেচত দেখা যায় অনুষ্কাক৷ ২০২৩ চনত দেশৰ মাটিত এদিনীয়া বিশ্বকাপৰ ফাইনেলত স্বপ্নভংগৰ পাছত সকলোতকৈ আগতে অনুষ্কাক ধৰি কান্দিছিল কোহলিয়ে৷ আকৌ কোহলিৰ চেম্পিয়নছ ট্ৰফি জয়ৰো সাক্ষী আছিল তেওঁ৷ জীৱনৰ প্ৰতিটো পদত এজনে আনজনৰ হাতত ধৰি থিয় দিছে৷ টেষ্ট কেৰিয়াৰৰ শেষ মুহূৰ্ততো কোহলিৰ কাষত আছে অনুষ্কা৷

সোমবাৰে সামাজিক মাধ্যমত এটা পোষ্ট কৰি টেষ্ট ক্ৰিকেটক বিদায় দিয়াৰ কথা জনাইছে কোহলিয়ে৷ তেওঁ লিখিছে, ‘১৪ বছৰ পূৰ্বে প্ৰথম টেষ্ট ক্ৰিকেটৰ নীলা টুপি পিন্ধিছিলো৷ সঁচা কথা ক’বলৈ গলে তেতিয়া নাজানিছিলো, ক্ৰিকেটৰ এই ফৰমেটত মই কিমান দূৰ আগুৱাই যাম৷ কল্পনাও কৰা নাছিলো এই জীৱনৰ৷ এই ফৰমেটে মোৰ পৰীক্ষা লৈছে৷ মোক শক্তিশালী কৰিছে৷ মোক শিক্ষা দিছে৷ গোটেই জীৱন এই শিক্ষা বহন কৰিম৷’ তেওঁ আকৌ লিখিছে, ‘বগা পোছাকত খেলাৰ মাজত কিছু ব্যক্তিগত গভীৰ বিষয় থাকে৷ শান্ত পৰিবেশ, দীৰ্ঘ সময়জুৰি খেলা, সৰু সৰু মুহূৰ্তসমূহ কোনেও দেখা নাপায়৷ এইসমূহেই চিৰকাল মোৰ সংগী হৈ থাকিব৷’

কোহলিয়ে জনাইছে অৱসৰৰ সিদ্ধান্ত লোৱা সহজ নাছিল৷ তেওঁ লিখিছে, ‘ক্ৰিকেটৰ এই ফৰমেটৰ পৰা বিদায় লোৱা সহজ নহয়৷ কিন্তু সিদ্ধান্ততো সঠিক বুলি ভাৱিছো৷ মই মোৰ সকলোবোৰ এই ফৰমেটৰ বাবেই দিছো৷ যি আশা কৰিছিলো তাতকৈ বহু বেছি পাইছো৷ কৃতজ্ঞতাৰে ভৰা হৃদয়েৰে মই বিদায় লৈছো৷ যিসকলৰ সৈতে মেচ ভগাই লৈছো এই যাত্ৰাপথত হাতে হাত ধৰি আগুৱাইছো, সহায় পাইছো সকলোৰে ওচৰত মই কৃতজ্ঞ৷ সকলো সময়ত হাঁহিমুখে নিজৰ টেষ্টজীৱনৰ ক্ষণবোৰ উভতি চাম৷ ২৬৯ নম্বৰ টুপিৰ যাত্ৰা শেষ হ’ল৷’ লেখাৰ শেষত কোহলিয়ে দিছে ভালপোৱাৰ এটা ইমোজি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?
জীৱনশৈলী

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

April 7, 2026
সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি
জীৱনশৈলী

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

April 7, 2026
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?
খাদ্য

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

April 7, 2026
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?
খাদ্য

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

April 7, 2026
Next Post
পানীৰ তলত এই ব্ৰহ্মাস্ত্ৰ ফাটিলেই আহিব ছুনামী, মাত্ৰ দুখন দেশৰ হাতত আছে এই মাৰণাস্ত্ৰ

পানীৰ তলত এই ব্ৰহ্মাস্ত্ৰ ফাটিলেই আহিব ছুনামী, মাত্ৰ দুখন দেশৰ হাতত আছে এই মাৰণাস্ত্ৰ

হিৰোছিমাৰ ‘লিটল বয়’তকৈ ৩ হাজাৰ গুণ শক্তিশালী, বিশ্বৰ কোন দেশত আছে এই পাৰমাণৱিক বোমা?

হিৰোছিমাৰ ‘লিটল বয়’তকৈ ৩ হাজাৰ গুণ শক্তিশালী, বিশ্বৰ কোন দেশত আছে এই পাৰমাণৱিক বোমা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.