• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হাছবেণ্ড পুৰুষনে…?’ ৫৪ বছৰীয়া স্বামীক আদালতকৈ লৈ গ’ল পত্নীয়ে, তাৰপিছতেই বোম্বে হাইকৰ্টে দিছে চাঞ্চল্যকৰ ৰায়

‘হাছবেণ্ড পুৰুষনে…?’ ৫৪ বছৰীয়া স্বামীক আদালতকৈ লৈ গ’ল পত্নীয়ে, তাৰপিছতেই বোম্বে হাইকৰ্টে দিছে চাঞ্চল্যকৰ ৰায়

1 year ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

16 minutes ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

52 minutes ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

1 hour ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

2 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

5 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

5 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

6 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

7 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

7 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

8 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘হাছবেণ্ড পুৰুষনে…?’ ৫৪ বছৰীয়া স্বামীক আদালতকৈ লৈ গ’ল পত্নীয়ে, তাৰপিছতেই বোম্বে হাইকৰ্টে দিছে চাঞ্চল্যকৰ ৰায়

‘হাছবেণ্ড পুৰুষনে...?’ ৫৪ বছৰীয়া স্বামীক আদালতকৈ লৈ গ’ল পত্নীয়ে, তাৰপিছতেই বোম্বে হাইকৰ্টে দিছে চাঞ্চল্যকৰ ৰায়

editor by editor
March 24, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
‘হাছবেণ্ড পুৰুষনে…?’ ৫৪ বছৰীয়া স্বামীক আদালতকৈ লৈ গ’ল পত্নীয়ে, তাৰপিছতেই বোম্বে হাইকৰ্টে দিছে চাঞ্চল্যকৰ ৰায়
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্প্ৰতি মুম্বাই আদালতত চলি থকা এটা গোচৰক লৈ দেশজুৰি চলিছে চৰ্চা৷ ছচিয়েল মিডিয়াতো এই গোচৰক লৈ তীব্ৰ বিতৰ্ক চলিছে নেটিজেনৰ মাজত৷ কি এনে ঘটনা ঘটিল বোম্বে হাইকৰ্টত?

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ২০১৭ চনৰ জুন মাহত বিয়া কৰাইছিল এই দম্পতিয়ে৷ বিবাহৰ মাত্ৰ ১৭ দিন তেওঁলোক দুয়ো একেলগে আছিল৷ ইয়াৰপাছতেই ২০১৭ চনৰ অক্টোবৰত, পত্নীয়ে হিন্দু বিবাহ আইনৰ অধীনত বিবাহ বাতিল কৰাৰ বাবে আদালতৰ ওচৰত এক আবেদন কৰে৷ তাতেই কাৰণ দৰ্শাই জনাইছে যে তেওঁৰ স্বামীৰ পুৰুষত্বহীনতাৰ কাৰণেই তেওঁৰ বিবাহ সফল নহল৷ তেওঁৰ স্বামীৰ ক্ষমতা অৰ্থাৎ তেওঁৰ যৌনতা আৰু পুৰুষত্ব পৰীক্ষা কৰাৰ বাবে এটা মেডিকেল পৰীক্ষা কৰাৰো অনুৰোধ কৰিছিল আদালতৰ ওচৰত৷

বোম্বে হাইকৰ্টে এই বিষয়ে কি ৰায় দিছে?

ছাতাৰা ছিভিল হাস্পতালত কোনো বিশেষজ্ঞ নাথাকিলে ২০১৯ চনৰ মে মাহত বিচাৰকে পুনেৰ চাছুন হাস্পতালত তেওঁৰ স্বামীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ নিৰ্দেশ দিয়ে৷ হাস্পতালখনত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত ২০১৯ চনৰ আগষ্ট মাহত এক ৰিপৰ্ট জমা দিয়ে৷ ৰিপৰ্টত কোৱা হৈছে যে তেওঁলোকে এনে কোনো ৰিপৰ্ট পোৱা নাই৷ সেই ব্যক্তিৰ যৌন অক্ষমতাৰো কোনো প্ৰমাণ তেওঁলোকে পোৱা নাই৷ এই ৰিপৰ্টেই পাছত পাৰিবাৰিক আদালততো জমা দিয়া হয়৷ ইয়াৰ সৈতে চিকিৎসকৰ ৰিপৰ্ট অনুসৰি ২০২৩ চনৰ ডিচেম্বৰত এক প্ৰশ্ন কৰা হয়৷ ইয়াৰপাছতেই পত্নীয়ে ২০২৪ চনৰ ফেব্ৰুৱৰীত আকৌ স্বামীৰ পূৰ্ণাংগ শৰীৰৰ পৰীক্ষাৰ বাবে আবেদন কৰে৷

পাৰিবাৰিক আদালতেও সেয়া গ্ৰহণ কৰে৷ এই ক্ষেত্ৰত স্বানীয়ে সেই আদালতক চেলেঞ্জ কৰি হাইকৰ্টৰ কাষ চাপে স্বামী৷ হাইকৰ্টে সেই গোচৰত জনাই যে সেই মহিলাৰ স্বামীক কেইবাজনো বিশেষজ্ঞই পৰীক্ষা কৰিছে৷ ইমান বছৰৰ পাছত পুৰুষত্ব পৰীক্ষা কৰোৱা ঠিক নহব কাৰণ এয়া সৰ্বতোভাৱে স্বীকৃত যে বয়সৰ সৈতে ব্যক্তিৰ যৌন আচৰণ পৰিবৰ্তিত হয়৷ বয়সৰ কাৰমে তেওঁৰ যৌন ক্ৰিয়া বৰ্তমান ধীৰ আৰু কম তীব্ৰ হৈ পৰিব পাৰে৷ অৰ্থাৎ এইক্ষেত্ৰত তেওঁৰ বয়স বৃদ্ধিয়ে মেডিকেল পৰীক্ষাক প্ৰভাৱিত কৰিব পাৰে বুলি ৰায় দিয়ে আদালতে৷

হাইকৰ্টে জনাই যে বয়স বঢ়াৰ লগে লগে আমাৰ শৰীৰৰ পৰিবৰ্তন হয়৷ সেয়ে সঠিক পৰীক্ষাৰ ফলাফল দিব নোৱাৰি৷ ন্যায়াধীশ মাধৱ জামদাৰে এই গোচৰত তেওঁৰ মন্তব্য স্পষ্টকৈ জনাইছে যে, ২০১৭ চনত স্বামী পুৰুষত্বহীন নে আন কিবা সেয়া নিৰ্ধাৰণৰ বাবে ৮ বছৰ পাছত মেডিকেল পৰীক্ষাৰ অনুমতি দিয়াটো কোনোমতেই সঠিক আৰু আইনসংগত নহয়৷’ ৮বছৰীয়া বৈবাহিক সংসাৰৰ পাছত বম্বে হাইকৰ্টে পুৰুষত্ব পৰীক্ষা কৰাটোত সন্মতি নিদিয়ে৷ হাইকৰ্টে এই বিতৰ্কিত গোচৰত পাৰিবাৰিক আদালতেও সিদ্ধান্ত বাতিল কৰি দিয়ে৷ পত্নীৰ আবেদন মঞ্জুৰ কৰি পাৰিবাৰিক আদালতে যি আদেশ দিছিল সেয়াও বাতিল কৰিছে হাইকৰ্টে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!
অপৰাধ

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

September 10, 2026
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ
বিনোদন

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

September 10, 2026
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!
প্ৰযুক্তি

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

September 10, 2026
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!
বিশ্ব

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

September 10, 2026
Next Post
২২ গজত অঘটন, খেলৰ মাজতেই বুকুত মাৰাত্মক বিষ, এয়াৰ এম্বুলেন্সতো উঠাব পৰা নাই তামিম ইকবালক, সংকটজনক অৱস্থাত চিকিৎসাধীন তামিম ইকবাল

২২ গজত অঘটন, খেলৰ মাজতেই বুকুত মাৰাত্মক বিষ, এয়াৰ এম্বুলেন্সতো উঠাব পৰা নাই তামিম ইকবালক, সংকটজনক অৱস্থাত চিকিৎসাধীন তামিম ইকবাল

জোফ্ৰা আৰ্চাৰক ক’লা টেক্সিৰ লগত তুলনা কৰি বিতৰ্কত হৰভজন সিং

জোফ্ৰা আৰ্চাৰক ক’লা টেক্সিৰ লগত তুলনা কৰি বিতৰ্কত হৰভজন সিং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.