• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সেউজ সংকেট পাব নে বুমৰাহে, খেলিব পাৰিবনে চেম্পিয়নছ ট্ৰফী !

সেউজ সংকেট পাব নে বুমৰাহে, খেলিব পাৰিবনে চেম্পিয়নছ ট্ৰফী !

1 year ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

33 minutes ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

1 hour ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

2 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

3 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

4 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

5 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

6 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

6 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

7 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

9 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

9 hours ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সেউজ সংকেট পাব নে বুমৰাহে, খেলিব পাৰিবনে চেম্পিয়নছ ট্ৰফী !

editor by editor
February 11, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
সেউজ সংকেট পাব নে বুমৰাহে, খেলিব পাৰিবনে চেম্পিয়নছ ট্ৰফী !
0
SHARES
172
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সেউজ সংকেট পাব নে বুমৰাহে, খেলিব পাৰিবনে চেম্পিয়নছ ট্ৰফী !

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বলাৰ যশপ্ৰীত বুমৰাহ চেম্পিয়নছ ট্ৰফী খেলিব নে নাই সেই সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত লোৱা হ’ব। আজি প্ৰতিযোগিতাখনৰ বাবে চূড়ান্ত দল নিৰ্বাচনৰ অন্তিম তাৰিখ।

১১ ফেব্ৰুৱাৰীৰ ভিতৰত সকলো দেশেই নিজৰ দল আইচিচিলৈ প্ৰেৰণ কৰিব লাগিব। অষ্ট্ৰেলিয়া ভ্ৰমণত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত জশপ্ৰিত বুমৰাহ চেম্পিয়নছ ট্ৰফীত খেলাক লৈ সন্দেহৰ সৃষ্টি হৈছে। এইগৰাকী তাৰকা বলাৰৰ ফিটনেছক লৈ আজি বিচিচিআইয়ে এটা ডাঙৰ সিদ্ধান্ত ল’ব পাৰে।

বেংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমী (এনচিএ)ত গুৰুত্বপূৰ্ণ বডি স্কেন আৰু সম্পূৰ্ণ পৰীক্ষা কৰা হৈছে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ জশপ্ৰিত বুমৰাহ। তেওঁৰ ফিটনেছ আৰু চেম্পিয়নছ ট্ৰফীত খেলা সম্পৰ্কীয় খবৰ অতি সোনকালে প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে।

টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি বুমৰাহ বেংগালুৰুত থাকিব পাৰে যাতে তেওঁ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ চিকিৎসা দলৰ সৈতে আলোচনা কৰিব পাৰে।

কেৱল ভাৰতীয় ক্ৰিকেট দলৰ বাবেই নহয়, বুমৰাহক এই সন্মানীয় প্ৰতিযোগিতাত খেলিবলৈ চাব বিচৰা লাখ লাখ অনুৰাগীৰ বাবেও পৰৱৰ্তী ২৪ ঘণ্টা অতি গুৰুত্বপূৰ্ণ। বিচিচিআইৰ চিকিৎসা দলটোৱে খেলুৱৈগৰাকীৰ আঘাতৰ ওপৰত চকু ৰাখিছে।

ই এছ পি এনক্ৰিচিনফ’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ বুমৰাহৰ কঁকালৰ স্কেন কৰা হৈছে বেংগালুৰুৰ চেণ্টাৰ অৱ এক্সেলেন্সত। যশপ্ৰীত বুমৰাহৰ আঘাত সন্দৰ্ভত মেডিকেল ষ্টাফে মেনেজমেণ্ট মেম্বাৰ আৰু চিলেক্টৰক সাক্ষাৎ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Champions TrophyIndian BallerJashprit Boomrah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ
বাণিজ্য

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

June 26, 2026
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?
জীৱনশৈলী

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

June 26, 2026
Next Post
১২ ফেব্ৰুৱাৰীৰ পৰা ৫টা ৰাশিৰ সকলো সমস্যাৰ অন্ত পৰিব, লাভ কৰিব সুখবৰ

১২ ফেব্ৰুৱাৰীৰ পৰা ৫টা ৰাশিৰ সকলো সমস্যাৰ অন্ত পৰিব, লাভ কৰিব সুখবৰ

এটা বান্দৰৰ বাবেই ভাৰতৰ চুবুৰীয়া দেশত দেশজুৰি বিদ্যুৎ বিচ্ছিন্ন

এটা বান্দৰৰ বাবেই ভাৰতৰ চুবুৰীয়া দেশত দেশজুৰি বিদ্যুৎ বিচ্ছিন্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.