চৰকাৰে কমাই দিলে মদৰ দাম। আনন্দত আত্মহাৰা একাংশ। এতিয়া ১০০ টকীয়া মদ পাব মাত্ৰ ৭৫ টকাত। সমান্তৰালভাৱে কমিল পেট্ৰ’ল-ডিজেলৰ দামো। সাংবাদিক বিপাঞ্চীৰ বিশেষ প্ৰতিবেদন।