অসম লাইভ ২৪ঃ বলীউড অভিনেত্ৰী আৰু এসময়ৰ SUPER MODEL মালাইকা অড়োৰাৰ কথা সকলোৱেই জানে। সকলো সময়তে হিট্ এণ্ড ফিটত থকা মালাইকাৰ এখন ফটো ইতিমধ্যে ইনষ্টাগ্ৰামত ভাইৰেল হৈছে।

বলীউড অভিনেত্ৰী মালাইকাক যেতিয়া টিভি শ্ব’ত দেখা পোৱা খুব তেওঁ STYILISH LOOKতেই দেখিবলৈ পোৱা যায়। কিন্তু আজি মালাইকাক দেখিবলৈ পোৱা গৈছে এটা বেলেগ ৰূপত। কোনো ৰূপ সজ্জা নকৰাকৈয়ে ৰ’দ বহি ফটো পজ দিছে অভিনেত্ৰীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ