• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

3 weeks ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

3 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

5 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

5 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

5 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

6 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

6 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

8 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

9 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

9 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

9 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

10 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ কেক কটাৰ আগতেই শোকস্তব্ধ সকলো!

editor by editor
September 10, 2026
in বিবিধ, ভাৰত, লেখা
0
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰাষ্ট্ৰৰ থানেত জন্মদিন উদযাপনৰ মাজতে সংঘটিত এক কৰুণ ঘটনাই সকলোকে শোকস্তব্ধ কৰিছে। ৰাজপথত অনুষ্ঠিত জন্মদিনৰ পাৰ্টিৰ বাবে অবৈধভাৱে বিদ্যুৎ সংযোগ লোৱাৰ অভিযোগ উঠিছে। সেই তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী ৬৬ বছৰীয়া মহিলাৰ মৃ*ত্যু হয়। ঘটনাটো থানেৰ শাস্ত্ৰী নগৰ অঞ্চলত সংঘটিত হৈছে। মৃ*ত মহিলাগৰাকীৰ নাম সুৱৰ্ণা ডংগ্ৰে। আৰক্ষীৰ তথ্য অনুসৰি, ৰাজপথত জন্মদিন উদযাপনৰ বাবে মঞ্চ আৰু পোহৰৰ ব্যৱস্থা কৰা হৈছিল। অভিযোগ অনুসৰি, মঞ্চৰ লাইট আৰু অন্যান্য বৈদ্যুতিক সঁজুলি চলাবলৈ অনুমতি নোলোৱাকৈ ষ্ট্ৰীট লাইটৰ খুঁটাৰ পৰা বিদ্যুৎ সংযোগ লোৱা হৈছিল।

জানিব পৰা মতে, জন্মদিনৰ অনুষ্ঠানৰ বাবে বিদ্যুৎ সংযোগ কৰাৰ পাছত তাঁৰসমূহ পথৰ ওপৰত পৰি থকা অৱস্থাত আছিল। অভিযোগ অনুসৰি, তাঁৰ সংযোগ কৰাৰ সময়ত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থাও গ্ৰহণ কৰা হোৱা নাছিল। ইফালে, শাস্ত্ৰী নগৰ বাছ ষ্টপেজ নম্বৰ ৮ৰ পৰা ঘৰলৈ উভতি আহিছিল সুৱৰ্ণা ডংগ্ৰে। সেই সময়তে পথত পৰি থকা বিদ্যুতৰ তাঁৰত তেওঁৰ ভৰি লাগে। তাঁৰত বিদ্যুৎ প্ৰবাহ হৈ থকাৰ বাবে মহিলাগৰাকী তীব্ৰভাৱে বিদ্যুৎস্পৃষ্ট হয় আৰু পথতে ঢলি পৰে। ঘটনা সংঘটিতৰ পিছতে ওচৰৰ লোকসকলৰ মাজত হুৱাদুৱা লাগে।

ঘটনাৰ পাছত মৃ*ত মহিলাগৰাকীৰ পুত্ৰ আনন্দ ডংগ্ৰেই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত বর্তকনগৰ আৰক্ষীয়ে জন্মদিনৰ অনুষ্ঠানটোৰ আয়োজক হৰ্শল চৌধুৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ বিভিন্ন দিশ তদন্ত কৰি আছে। ৰাজহুৱা পথত জন্মদিনৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ অনুমতি লোৱা হৈছিল নেকি, বিদ্যুৎ সংযোগ কেনেদৰে লোৱা হৈছিল আৰু সংযোগৰ ক্ষেত্ৰত সুৰক্ষা বিধি মানি চলা হৈছিল নেকি—এই সকলো বিষয় আৰক্ষীয়ে পৰীক্ষা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24electrocut
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
Next Post
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.