• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভুলতে স্বামীৰ সলনি যমজ ভাতৃৰ সৈতে চৰম সুখত লিপ্ত পত্নী! সন্তানৰ ডি এন এ পৰীক্ষাতো দুই যমজ ভাতৃৰ সৈতে মিলিল সন্তানৰ ডিএনএ, কোন হ’ব সন্তানৰ পিতৃ?

ভুলতে স্বামীৰ সলনি যমজ ভাতৃৰ সৈতে চৰম সুখত লিপ্ত পত্নী! সন্তানৰ ডি এন এ পৰীক্ষাতো দুই যমজ ভাতৃৰ সৈতে মিলিল সন্তানৰ ডিএনএ, কোন হ’ব সন্তানৰ পিতৃ?

2 years ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

6 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

6 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

7 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

7 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

9 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

9 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

10 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

10 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

10 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

11 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

12 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভুলতে স্বামীৰ সলনি যমজ ভাতৃৰ সৈতে চৰম সুখত লিপ্ত পত্নী! সন্তানৰ ডি এন এ পৰীক্ষাতো দুই যমজ ভাতৃৰ সৈতে মিলিল সন্তানৰ ডিএনএ, কোন হ’ব সন্তানৰ পিতৃ?

ভুলতে স্বামীৰ সলনি যমজ ভাতৃৰ সৈতে চৰম সুখত লিপ্ত পত্নী! সন্তানৰ ডি এন এ পৰীক্ষাতো দুই যমজ ভাতৃৰ সৈতে মিলিল সন্তানৰ ডিএনএ, কোন হ’ব সন্তানৰ পিতৃ?

editor by editor
March 12, 2025
in জীৱনশৈলী
0
ভুলতে স্বামীৰ সলনি যমজ ভাতৃৰ সৈতে চৰম সুখত লিপ্ত পত্নী! সন্তানৰ ডি এন এ পৰীক্ষাতো দুই যমজ ভাতৃৰ সৈতে মিলিল সন্তানৰ ডিএনএ, কোন হ’ব সন্তানৰ পিতৃ?
0
SHARES
943
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ যমজ ভাতৃ ভগ্নীৰ কাহিনীক লৈ বহু চিনেমা তৈয়াৰ হৈছে৷ কিন্তু কেতিয়াও ৰিয়েল লাইফত এনে ঘটনা হয়তো আপুনি শুনা নাই৷ তেনে এক ঘটনাৰ কথাই প্ৰকাশ পাইছে নেটমাধ্যম ৰেডিটত৷ নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক এজন ব্যক্তিয়ে লিখিছে যে তেওঁৰ পত্নীয়ে তেওঁক ঠগিছে৷ অন্যৰ শয্যাসংগিনী হৈছে তেওঁৰ পত্নী৷ আৰু যাৰ সৈতে পৰকীয়াত সোমাইছে তেওঁ আন কোনো নহয়, যুৱকজনৰ নিজৰেই যমজ ভায়েক৷

নাম প্ৰকাশত অনিচ্ছুক সেই ব্যক্তিয়ে জনাইছে যে ২৮ বছৰ বয়সীয়া স্ত্ৰীৰ সৈতে প্ৰায় ৫ বছৰ একেলগে আছে তেওঁ৷ পত্নীক অন্ধৰ দৰে ভালোপায়৷ কিছুদিন পূৰ্বে পত্নীয়ে জনাইছে যে তেওঁ ৪মাহৰ অন্তঃসত্ত্বা৷ পিতৃ হ’ব ভাৱি আনন্দতে আত্মহাৰাও হৈ পৰিছিল তেওঁ৷ কিন্তু খবৰটো তেওঁ মাকক জনাওঁতেই মাতৃ খঙত ফাটি পৰে৷ তেতিয়াই কাৰণ বুজিব পাৰে ব্যক্তিজনে৷

ব্যক্তিজনৰ মাকে স্পষ্টকৈ জনাই দিছে যে এই সন্তান মুঠেও তেওঁৰ নহয়৷ এই কথা শুনি মাতৃৰ ওপৰত মাৰাত্মকভাৱে খঙত ফাটি পৰে যুৱকজন৷ নিজৰ মনৰ সন্দেহ দূৰ কৰিবলৈ পত্নীৰ প্ৰশ্ন কৰে তেওঁ৷ প্ৰাথমিকভাৱে পত্নীয়ে অস্বীকাৰ কৰিছিল এই অভিযোগ৷ কিন্তু ইয়াৰ পাছতেই আৰু এটা খবৰ পুত্ৰক দিয়ে মাতৃয়ে৷ তেওঁ জনায় যে এই সন্তানৰ প্ৰকৃত পিতৃ যুৱকৰেই যমজ ভায়েক৷

সন্তানৰ পিতৃপৰিচয় জানিবলৈ পত্নীক ডি এন এ পৰীক্ষা কৰাবলৈ কয় যুৱকে৷ কিন্তু যিহেতু নিজৰেই যমজ ভাতৃ এই কাণ্ডত জড়িত থকাৰ সন্দেহ সেয়ে ডি এন এ টেষ্টৰ ফলত এই কথা বুজা সম্ভৱ নহয়৷ যুৱকজনে এই কথা জানিব পাৰি মানসিকভাৱে ভাঙি পৰিছে৷ ডি এন এ পৰীক্ষাত চিকিৎসকেও তেওঁ আৰু যমজ ভাতৃ দুয়োৰে ডিএনএৰ সৈতে সন্তানৰ ডিএনএৰ মিল থকা বুলি কয়৷ কাৰণ যুৱকজন আৰু তেওঁৰ ভাতৃ মনোজাইগেটিক টুইন৷ সেয়ে দুয়োৰে ডিএনএৰ গঠনো একেই৷ ফলত দুয়োৱেই সেই সন্তানৰ পিতৃত্বৰ দাবীদাৰ হব পাৰে বুলিও জনাইছে চিকিৎসকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা
জীৱনশৈলী

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

September 25, 2026
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক
জীৱনশৈলী

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

September 25, 2026
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?
জীৱনশৈলী

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

September 25, 2026
Next Post
বৃহস্পতিবাৰে নাৰায়ণৰ কৃপাত ধন আহিব এই ৫ৰাশিৰ হাতলৈ! ভাগ্যবানৰ তালিকাত আছেনে আপুনি? আজিয়েই জানি থওক

বৃহস্পতিবাৰে নাৰায়ণৰ কৃপাত ধন আহিব এই ৫ৰাশিৰ হাতলৈ! ভাগ্যবানৰ তালিকাত আছেনে আপুনি? আজিয়েই জানি থওক

দৈনিক ৰাশিফল- কেনে যাব আজিৰ দিনটো পঢ়ক ১২ ৰাশিৰ ৰাশিফল

দৈনিক ৰাশিফল- কেনে যাব আজিৰ দিনটো পঢ়ক ১২ ৰাশিৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.