• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

3 months ago
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

28 minutes ago
ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

1 hour ago
এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

2 hours ago
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

2 hours ago
প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

3 hours ago
ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

4 hours ago
পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

4 hours ago
আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

4 hours ago
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

5 hours ago
বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

5 hours ago
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

7 hours ago
তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

editor by editor
May 22, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি
0
SHARES
514
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহে আৰামদায়ক জীৱনযাপনৰ বাবে অৰ্থ উপাৰ্জনৰ উপায় বিচাৰে৷ যদিও ইঞ্জিনিয়াৰিং আৰু চিকিৎসক হোৱাটোকেই প্রধান পেছা হিচাপে বহুজনে বাচি লয়৷ চিকিৎসক, অভিযন্তাৰ ওপৰিও ভাল দৰমহাত আৰামদায়ক চাকৰি আছে বুলি বহুজনে নাজানে৷ ইংলেণ্ডৰ মানচেষ্টাৰ চহৰৰ বাসিন্দা আনিকো ৰোজৰ বৃত্তিয়ে চকু কঁপালত তুলিছে বহুজনৰ৷ তেওঁ এনে এক বৃত্তি বাচি লৈছে যি বৃত্তি আপোনাৰ মোৰ কল্পনাৰো অগোচৰ৷ খুব কম সময় কাম কৰিয়েই তেওঁ অৰ্জন কৰিছে কোটি কোটি ধন৷ আনিকো ৰোজৰ পেছা হৈছে আলিংগন কৰা৷ ব্যক্তিক আলিংগন কৰিয়েই তেওঁ উপাৰ্জন কৰি আহিছে কোটি কোটি ধন৷ বহুতৰে বাবে বিষয়টো অদ্ভুত যেন লাগিলেও এয়াই সত্য৷

সম্প্ৰতি এক প্ৰতিবেদনত প্ৰকাশ পোৱামতে আনিকোৰ প্ৰধান পেছাই হৈছে আলিংগন কৰা৷ ৪২ বছৰীয়া আনিকোয়ে বিগত তিনিবছৰ ধৰি এই কাম কৰি আহিছে৷ আনিকোৰ দাবী এজন ব্যক্তিক আলিংগন কৰিলে ব্যক্তিজনৰ মানসিক চাপ আৰু একাকীত্বৰ চাপ আঁতৰি যায়৷ অৰ্থাৎ ব্যক্তি একোজনে একাকীত্বৰ পৰা মুক্তি লাভ কৰে৷ স্পৰ্শই ব্যক্তি একোজনৰ মানসিক স্বাস্থ্য উন্নতি হোৱাত সহায় কৰে৷ আনিকো ৰোজৰ কাষত সেয়ে আলিংগনৰ বাবে ভিৰ কৰি থাকে শ শ লোকে৷ গ্ৰাহকৰ বিশাল লাইন প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাৰ পাছত পোহৰলৈ আহে সমগ্ৰ তথ্য৷ দিনক দিনে তেওঁৰ কাষত বৃদ্ধি পাইছে গ্ৰাহকৰ ভিৰো৷ অৰ্থাৎ বিশ্বৰ সকলো প্ৰান্ততেই ব্যক্তিৰ মাজত একাকীত্বৰ পৰিমাণ বৃদ্ধি পাব ধৰিছে৷

আনিকো এই পেছাত প্ৰতি ঘণ্টা আলিংগনৰ বাবে গ্ৰাহকৰ ওচৰত বান্ধি দিছে বিশেষ দাম৷ এঘণ্টাৰ চাৰ্জ ৭৪০০ টকা৷ আনিকোয়ে দাবী কৰা অনুসৰি তেওঁৰ কাষলৈ অহা গ্ৰাহকৰ ভিতৰত ২০ বছৰীয়া যুৱক বা যুৱতীৰ পৰা ৬৫ বছৰীয়া বয়স্ক লোকো আছে৷ যদিওবা এই থেৰাপী চেছন কেৱল এঘণ্টাৰ বাবেই হয় কিন্তু কিছু লোকে এই থেৰাপী চেছন বঢ়াইয়ো লয়৷ সমগ্ৰ ঘটনাৰ সত্যাসত্য কিমান এই সম্পৰ্কে স্পষ্ট নহ’লেও আনিকো ৰোজ এতিয়া সামাজিক মাধ্যমত খুবেই ভাইৰেল৷ আনিকোৰ সফলতাই প্ৰমাণ কৰিছে যে বিশ্বত ভয়াৱহ ৰূপত একাকীত্বৰ সমস্যা বৃদ্ধি পাব ধৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ
জীৱনশৈলী

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

August 22, 2026
ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?
জীৱনশৈলী

ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

August 22, 2026
এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ
জীৱনশৈলী

এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

August 22, 2026
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?
বিনোদন

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

August 22, 2026
Next Post
কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.