• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশজুৰি তোলপাৰ লগোৱা ঘটনা, টুকুৰা টুকুৰ কৰি ছুটকেছত…

দেশজুৰি তোলপাৰ লগোৱা ঘটনা, টুকুৰা টুকুৰ কৰি ছুটকেছত…

1 year ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

59 minutes ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

2 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

3 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

3 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

5 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

6 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

7 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

7 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

8 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

8 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দেশজুৰি তোলপাৰ লগোৱা ঘটনা, টুকুৰা টুকুৰ কৰি ছুটকেছত…

editor by editor
March 28, 2025
in বিবিধ, ভাৰত
0
দেশজুৰি তোলপাৰ লগোৱা ঘটনা, টুকুৰা টুকুৰ কৰি ছুটকেছত…
0
SHARES
687
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশজুৰি তোলপাৰ লগোৱা ঘটনা, টুকুৰা টুকুৰ কৰি ছুটকেছত…

বেংগালুৰুত সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ দেশজুৰি তোলপাৰ লগাইছে। এটা ভয়ংকৰ হত্যাকাণ্ডৰ গোচৰ পোহৰলৈ আহিছে, য’ত এজন লোকে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। কেৱল সিমানেই নহয়স পত্নীক হত্যা কৰি স্বামীয়ে মৃতদেহটো টুকুৰা টুকুৰ কৰি ছুটকেছত ভৰাই থয়।

অভিযুক্ত মহাৰাষ্ট্ৰৰ ৰাকেশ। হত্যাকাণ্ডৰ পিছত ৰাকেশে নিজেই পত্নীৰ পিতৃ-মাতৃক ফোন কৰি এই ভয়ানক অপৰাধৰ বিষয়ে অৱগত কৰে।

মৃত মহিলাগৰাকীৰ নাম ৩২ বছৰীয়া গৌৰী অনিল সম্বেকাৰ। গৌৰীৰ সৈতে বাংগালুৰুত বাস কৰিছিল স্বামী ৰাকেশ। ব্যক্তিগত কোম্পানীত কাম কৰা ৰাকেশে ঘৰৰ পৰাই কাম কৰি আছিল।

মহাৰাষ্ট্ৰ আৰক্ষীৰ পৰা তথ্য লাভ কৰাৰ পিছতে ততাতৈয়াকৈ হুলিমাভু আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়।

ডিচিপি চাউথ-ইষ্টৰ মতে, স্বামী-স্ত্ৰীয়ে হুলিমাভু থানাৰ সীমাৰ অধীনত থাকিবলৈ আৰম্ভ কৰিছিল। দুয়োজনেই আছিল মহাৰাষ্ট্ৰৰ।

গৌৰীয়ে গণসংযোগ বিভাগত স্নাতক ডিগ্ৰী লাভ কৰি বৰ্তমান নিবনুৱা হৈ আছিল। আনহাতে, ৰাকেশ ব্যক্তিগত কোম্পানীত কাম কৰি ঘৰৰ পৰাই কাম কৰি আছিল। ঘৰৰ মালিক আৰু ওচৰ-চুবুৰীয়াৰ মতে, দুয়োৰে সঘনাই কাজিয়া হৈছিল।

সূত্ৰ অনুসৰি গৌৰীয়ে আনকি কেইবাবাৰো ৰাকেশৰ ওপৰত হাত উঠাইছিল। যাৰ বাবে এই কাজিয়াবোৰৰ ওপৰত ভিতৰি অধিক খং উঠি আছিল ৰাকেশৰ।

ঘটনাৰ পূৰ্বেও দুয়োৰে মাজত কাজিয়া হৈছিল। সেই কাজিয়া পিছলৈ তৰ্ক হৈ ইমানেই বাঢ়ি যায় যে খঙত ৰাকেশে গৌৰীৰ পেটত ছুৰীৰে আঘাত কৰে। তাৰ পিছত ডিঙি ৰেপি হত্যা কৰে।

হত্যাকাণ্ডৰ পিছত ৰাকেশে গৌৰীৰ মৃতদেহটো এটা ডাঙৰ ট্ৰেভেল ছুটকেছত ভৰাই বাথৰুমত থৈ পলায়ন কৰে। বহু তদন্তৰ অৱশেষত পুনেৰ পৰা আটক কৰিবলৈ সক্ষম হয় পত্নী হত্যাকাৰী ৰাকেশ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bangaluru Murderhusband killed wifemurder caseRajesh Gauri case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
Next Post
বিল গেটছৰ ভৱিষ্যদ্বাণী, কি ৩ টা কাম কাঢ়িব নোৱাৰে AI

বিল গেটছৰ ভৱিষ্যদ্বাণী, কি ৩ টা কাম কাঢ়িব নোৱাৰে AI

মীৰুটৰ ৰাজপথত কোনেও আদায় কৰিব নোৱাৰিব নামাজ, উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

মীৰুটৰ ৰাজপথত কোনেও আদায় কৰিব নোৱাৰিব নামাজ, উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.