• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ এক ঠাইত সন্ধিয়া ৭বজাৰ পিছত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব মুছলমান মহিলা

অসমৰ এক ঠাইত সন্ধিয়া ৭বজাৰ পিছত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব মুছলমান মহিলা

2 years ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

4 minutes ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

1 hour ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

2 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

4 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

5 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

5 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

7 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

8 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

8 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

9 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমৰ এক ঠাইত সন্ধিয়া ৭বজাৰ পিছত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব মুছলমান মহিলা

editor by editor
January 15, 2025
in অসম, উত্তৰ-পূব
0
অসমৰ এক ঠাইত সন্ধিয়া ৭বজাৰ পিছত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব মুছলমান মহিলা
0
SHARES
650
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ এক ঠাইত সন্ধিয়া ৭বজাৰ পিছত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব মুছলমান মহিলা। মহিলাৰ ক্ষেত্ৰত এই কঠোৰ নিয়ম আনিছে , যাৰ বাবে এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি।

ৰূপহীহাটৰ এক সভাত এই সিদ্ধান্ত। সিদ্ধান্ত লোৱাৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। এই সভাতেই মুছলমান মহিলা সন্দৰ্ভত দিয়া হয় এই মন্তব্য। সবাত কোৱা হয় যে,-

সন্ধিয়া ৭বজাৰ পিছত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব মুছলমান যুৱতী আৰু মহিলা। মুছলমান যুৱতী-মহিলা দেৰিলৈকে ঘৰৰ পৰা বাহিৰত থকাটো বেয়া কথা। ই ইছলাম ধৰ্মক ক্ষতি কৰে। সন্ধিয়া হোৱাৰ লগে লগে ঘৰত থাকিব লাগে মুছলমান যুৱতী আৰু মহিলাসকল।

লগতে ইয়াকো কয় যে, ইছলাম ধৰ্মক বদনাম কৰি আছে একাংশ মুছলমান যুৱতী-মহিলাই। ইছলাম ধৰ্মক ক্ষতি কৰি আছে একাংশ মুছলমান যুৱতী-মহিলাই।

ধৰ্মীয় সভাৰ মীনা বজাৰত সন্ধিয়া মুছলমান যুৱতী-মহিলা অহাক লৈ সৰৱ একাংশ মুছলমান লোক।

ইছলাম ধৰ্মৰ ধৰ্মীয় সভাত সন্ধিয়া মহিলাৰ উপস্থিতিক লৈ ক্ষোভ একাংশৰ।  তাৰ পাছতে সভাত এই সিদ্ধান্ত । কিন্তু চাৰ বিপৰিতে একাংশৰ ক্ষোভ। এতিয়াও মুছলমান সমাজত যুৱতী-মহিলাৰ স্বাধীনতা নাই নেকি বুলি প্ৰশ্ন কিছু লোকৰ।

সন্ধিয়া হ’লেই কিয় ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰে মুছলমান যুৱতী-মহিলা? মুছলমান সমাজৰ নিয়মক লৈ প্ৰশ্ন সচেতন ৰাইজৰ।

ৰূপহী হাটৰ শিঙিমাৰীত ধৰ্মীয় সভাত উত্তপ্ত পৰিস্থিতি।  অধিক মূল্যত বস্তু বিক্ৰীক লৈও সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam Rupohihat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Next Post
চন্দ্ৰ মংগল বিশেষ যুতিয়ে সলনি কৰি তুলিব ৩ ৰাশিৰ জীৱন

চন্দ্ৰ মংগল বিশেষ যুতিয়ে সলনি কৰি তুলিব ৩ ৰাশিৰ জীৱন

BCCIৰ আন এক নতুন নিয়মে চিন্তা বঢ়াইছে খেলুৱৈৰ, কৰ্তন হ’ব পাৰে দৰমহা

BCCIৰ আন এক নতুন নিয়মে চিন্তা বঢ়াইছে খেলুৱৈৰ, কৰ্তন হ'ব পাৰে দৰমহা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.