• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৃথিৱী ভালে নাই! ২০০০ বছৰৰ সৰ্বাধিক গৰম চলিত বৰ্ষত… নিৰ্বাচনী ধামখুমীয়াত আপুনিও পাহৰিছে নেকি, আজি বিশ্ব পৰিবেশ দিৱস

পৃথিৱী ভালে নাই! ২০০০ বছৰৰ সৰ্বাধিক গৰম চলিত বৰ্ষত… নিৰ্বাচনী ধামখুমীয়াত আপুনিও পাহৰিছে নেকি, আজি বিশ্ব পৰিবেশ দিৱস

2 years ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

28 minutes ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

54 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

1 hour ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

2 hours ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

3 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

7 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

8 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

8 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

10 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

10 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

11 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৃথিৱী ভালে নাই! ২০০০ বছৰৰ সৰ্বাধিক গৰম চলিত বৰ্ষত… নিৰ্বাচনী ধামখুমীয়াত আপুনিও পাহৰিছে নেকি, আজি বিশ্ব পৰিবেশ দিৱস

পৃথিৱী ভালে নাই! ২০০০ বছৰৰ সৰ্বাধিক গৰম চলিত বৰ্ষত… নিৰ্বাচনী ধামখুমীয়াত আপুনিও পাহৰিছে নেকি, আজি বিশ্ব পৰিবেশ দিৱস

editor by editor
June 5, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা, শিক্ষা
0
পৃথিৱী ভালে নাই! ২০০০ বছৰৰ সৰ্বাধিক গৰম চলিত বৰ্ষত… নিৰ্বাচনী ধামখুমীয়াত আপুনিও পাহৰিছে নেকি, আজি বিশ্ব পৰিবেশ দিৱস
0
SHARES
95
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্বাচন আহে নিৰ্বাচন যায়, ক্ষমতাই মুখ সলাই, কেতিয়াবা থকাজনেই ক্ষমতাত থাকিও যায়, কিন্তু পৰিবেশক লৈ যি উদাসীনতা সেই উদাসীনতাৰ ছবিহে সলনি নহয়৷ প্ৰদূষণ বাঢ়িয়েই থাকে৷ প্ৰদূষণৰ সমান্তৰালকৈ বাঢ়ি থাকে বিশ্ব উষ্ণায়নো৷ এইসমূহৰ মাজতেই কেলেণ্ডাৰৰ পাতত আকৌ উভতি আহে ৫ জুন৷ বিশ্ব পৰিবেশ দিৱস৷ সমগ্ৰ দুনীয়াৰ সমস্ত মানুহৰ পৰিবেশক লৈ সচেতন কৰি তোলাৰ দিন বিশ্ব পৰিবেশ দিৱস৷

এই বছৰৰ বিশ্ব পৰিবেশ দিৱসৰ থিম হৈছে, ‘Our land. Our future. We are #GenerationRestoration’. দায়িত্ব ল’ব লাগিব নতুন প্ৰজন্মই, পৰিবেশ সুন্দৰ কৰি ৰখাৰ দায়িত্ব, এই পৃথিৱীক বাসোপযোগী কৰি ৰখাৰ দায়িত্ব হাতত তুলি লব লাগিব নতুন প্ৰজন্মই৷ ১৯৭২ চনত ‘ষ্টকহোম কনফাৰেন্স অন হিউমেন এনভায়ৰণমেণ্টে ৫জুনৰ দিনটোক বিশ্ব পৰিবেশ দিৱস হিচাপে বাচি লৈছিল৷ ১৯৭৩ চনত প্ৰথমবাৰ উদযাপিত হয় বিশ্ব পৰিবেশ দিৱস৷ শ্লোগান আছিল, ‘অনলি ৱান আৰ্থ৷’ ষ্টকহোম কনফাৰেন্সৰ পৰা ইউনাইটেড নেশ্বনছ এনভায়ৰনমেণ্ট প্ৰগ্ৰেম বা UNEP নামেৰে এখন আন্তৰ্জাতিক মঞ্চও তৈয়াৰ কৰা হয়৷ বিগত ৫১ বছৰ ধৰি পালিত হৈ আহিছে বিশ্ব পৰিবেশ দিৱস৷

গ্লৱেল ৱাৰ্মিং অৰ্থাৎ বিশ্ব উষ্ণায়ণৰ ফলত ক্ৰমশ সমুদ্ৰৰ জলস্তৰ বাঢ়িছে৷ হিমবাহ গলিছে, তাপমাত্ৰাই পূৰ্বৰ ৰেকৰ্ড ভংগ কৰিছে৷ কঠিন পৰিস্থিতি অচিৰেই আহি আছে বুলিও পৰিবেশ বিজ্ঞানীয়ে বাৰে বাৰে সতৰ্ক কৰিও আছে৷ বিশ্ব উষ্ণায়ণৰ যুগ পাৰ কৰি এইবাৰ পৃথিৱী প্ৰৱেশ কৰিছে গ্লৱেল বয়েলিং যুগলৈ৷ এই আশংকাৰ কথা আমি কোৱা নাই৷ এই কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰপুঞ্জৰ প্রধান এণ্টেনিঅ’ গুটেৰেছে৷

এক গৱেষণাই কৈছে যে উত্তৰ গোলাৰ্ধত ২০২৩ চনৰ গ্ৰীষ্মকাল আছিল উষ্ণতম৷ পৃথিৱী সৃষ্টিৰ ২০০০ বছৰৰ পাছত এই উষ্ণায়ণ৷ ইফালে প্লাষ্টিক প্ৰদূষণৰ খবৰ দৈনিক প্ৰকাশ হৈছে৷ সমুদ্ৰৰ তলদেশত তৈয়াৰ হৈছে প্লাষ্টিকৰ পাহাৰ৷ পানীত তলত থকা প্ৰাণীৰ শৰীৰত পোৱা গৈছে প্লাষ্টিকৰ অংশ৷ বিশ্ব উষ্ণায়ণৰ কথাও অজানা নহয়৷ বিশ্বজুৰি তাপমাত্ৰা বাঢ়িছে, মেৰু প্ৰদেশত বৰফ গলিবলৈ আৰম্ভ কৰিছে৷ প্ৰতি বছৰৰ তাপমাত্ৰা পূৰ্বতকৈ বাঢ়ি আছে৷ বনাঞ্চল ক্ৰমশ ধ্বংস হৈ আছে৷ বনাঞ্চল ধ্বংসৰ কাৰণেই নিশ্চিহ্ন হৈ গৈছে বহু প্ৰজাতিৰ জীৱ৷ ফলত ক্ৰমশ কমি গৈছে জৈৱ বৈচিত্ৰ৷ মুঠতে পৃথিৱী ভালে নাই৷ কেৱল নিজৰ জাগতিক চৌপাশ এৰি পৰিবেশৰ কথাও ভাৱো তেতিয়াহে হয়তো প্ৰকৃতিয়ে অলপমানকৈ হ’লেও ঘূৰাই পাব উশাহ৷ আমালৈকো উভতাই দিব ভালপোৱা৷

শ্য়ামলা এই পৃথিৱীৰ য’ত প্ৰাণৰ সঞ্চাৰ, এই সকলোবোৰক সামৰিয়েই জৈৱ বৈচিত্ৰ, সেই জৈৱ বৈচিত্ৰৰ সৈতে পাহাৰ, নদী, মৰুভূমি, জংঘল সকলোবোৰ সামপি আমাৰ পৰিবেশ৷ পৰিবেশ প্ৰদূষণৰ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰিব ধৰিছে৷ জটিল ৰোগে বাহ বান্ধিছে শৰীৰত৷ মনতো অসুখে বান্ধিছে বাঁহ৷ পৃথিৱীৰ লক্ষ কোটি প্ৰাণ নিশব্দে হেৰাই গৈছে চিৰদিনৰ বাবে৷ আমি ইমানেই স্বাৰ্থপৰ যে আমাৰ বাদে পৃথিৱীৰ কোন প্ৰজাতি হেৰাই গৈছে সেই বিষয়টোক লৈ আমি একেবাৰেই উদাসীন৷ আমি এবাৰলৈকেও ভৱা নাই যে জৈৱ বৈচিত্ৰ অবিহনে আমিও বাচি থকা সম্ভৱ হৈ নাথাকিব এই পৃথিৱীত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?
জীৱনশৈলী

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

October 10, 2026
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস
জীৱনশৈলী

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

October 10, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

October 10, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

October 10, 2026
Next Post
ৰায়বৰেলীক মাতৃ ছোনীয়াতকৈয়ো বেছি ভোটত জিকিল ৰাহুল, ৱাইনাডত জয়ী হ’লেও কমিল ভোট

ৰায়বৰেলীক মাতৃ ছোনীয়াতকৈয়ো বেছি ভোটত জিকিল ৰাহুল, ৱাইনাডত জয়ী হ’লেও কমিল ভোট

ৰাম মন্দিৰ আমিয়েই বনালো…! অথচ অযোধ্যাস্থিত ফৈজাবাদ সমষ্টিত বিজেপিৰ শোচনীয় পৰাজয়, কাৰণ কি?

ৰাম মন্দিৰ আমিয়েই বনালো…! অথচ অযোধ্যাস্থিত ফৈজাবাদ সমষ্টিত বিজেপিৰ শোচনীয় পৰাজয়, কাৰণ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.