• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

3 years ago
সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

4 hours ago
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

4 hours ago
যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

5 hours ago
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

5 hours ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

6 hours ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

7 hours ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

7 hours ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

8 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

9 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

9 hours ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

10 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

editor by editor
February 1, 2023
in অসম, লেখা, শিক্ষা
0
যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…
0
SHARES
21.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসম সাহিত্য সভাৰ অধিৱেশনলৈ কিয় নগ’ল সাহিত্যিক ৰীতা চৌধুৰী? ৰীতা চৌধুৰীয়ে সামাজিক মাধ্যমত অসম সাহিত্যসভাক লৈ দিলে এটা বিশেষ প’ষ্ট৷ প’ষ্টত কি লিখিলে ৰীতা চৌধুৰীয়ে?

বিশিষ্ট সাহিত্যিকগৰাকীয়ে প’ষ্টত লিখিছে, ‘প্ৰসংগঃ অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনলৈ আমন্ত্ৰণ

অসমৰ এই শতবৰ্ষ অতিক্ৰম কৰা ঐতিহ্যপূৰ্ণ আৰু মানুহৰ অন্তৰত স্থান লাভ কৰা অনুষ্ঠানটোৰ প্ৰতি সদিচ্ছা আছে৷ কিন্তু ৰাইজৰ জ্ঞাতাৰ্থে কেইটামান কথা লিখাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ, অন্যথাই ৰাইজে মোক ভুল বুজাৰ সম্ভাৱনা৷

দুদিনমান আগতে সামাজিক মাধ্যমত অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ কাৰ্যসূচীখনক কেন্দ্ৰ কৰি আলোচনা হোৱা দেখি চোৱাত মোৰ নামটো চকুত পৰিল৷ মোক অধিবেশনৰ এখন মুকলি সভা উদ্বোধনৰ দায়িত্ব দিয়া হৈছে৷ আচৰিত হৈ পৰিলোঁ৷ কাৰণ এই সম্পৰ্কে মোৰ লগত কোনো যোগাযোগ হোৱা নাছিল৷ মোক নজনোৱাকৈ তেওঁলোকে মোৰ নামটো কাৰ্যসূচীত সন্নিবিষ্ট কৰিছে৷ সামাজিক মাধ্যমত লিখাৰ আগতে সভাপতি কুলধৰ শইকীয়াক ফোন কৰি জনালোঁ এই ধৰণৰ কাম গ্ৰহণযোগ্য নহয়৷ উচিতো নহয়৷ তাৰ দুদিন পিচত দেৱজিত বৰাই ফোন কৰিলে৷ মই সুধিলোঁ তেওঁ সাহিত্য সভাৰ কি দায়িত্বত আছে— তেওঁ তেনে কোনো বিশেষ দায়িত্বত নাই আৰু শইকীয়া ডাঙৰীয়াই যোগাযোগ কৰিবলৈ কোৱাৰ বাবে মোলৈ ফোন কৰিছে বুলি জনালে৷ তাৰ এদিন পিচত বোধকৰোঁ কোনোবাই আমাৰ ঘৰত নিমন্ত্ৰণী পত্ৰ এখন দি থৈ গ’ল৷ কোনো ফোন নাহিল৷ দিল্লীত আছোঁ বাবে পত্ৰখন মই দেখা নাই৷

সামাজিক সৌজন্য মানি প্ৰথাগতভাৱে আমন্ত্ৰণ নকৰা এটা অনুষ্ঠানৰ নিমন্ত্ৰণ গ্ৰহণ কৰাটো মই উচিত বুলি বিবেচনা নকৰোঁ৷ সেয়েহে বহুত ভাবি ৰাজহুৱা কৰিবলৈ সিদ্ধান্ত ল’লো, যাতে ৰাইজে মোৰ অনুপস্থিতিক ভুল ভাবে নলয়৷ শইকীয়া ডাঙৰীয়াই মোলৈ ফোন কৰি সভালৈ যাবলৈ অনুৰোধ কৰিছে কিন্তু মোৰ বাবে এই কাম সম্ভৱ নহ’ব৷
নাৰয়ণপুৰ অধিবেশনৰ সফলতা কামনা কৰিলোঁ৷ অসম সাহিত্য সভাৰ প্ৰতি সদিচ্ছা সদায় আছে আৰু থাকিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?
জীৱনশৈলী

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

May 26, 2026
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!
অসম

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

May 26, 2026
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী
অসম

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

May 26, 2026
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!
অসম

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

May 26, 2026
Next Post
বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

হোলা মুখৰ খোলা হাঁহিটো আৰু নেদেখিব অসমবাসীয়ে! কলিজা আইতা গ’লগৈ ওভতি নহাৰ বাটেৰে…

হোলা মুখৰ খোলা হাঁহিটো আৰু নেদেখিব অসমবাসীয়ে! কলিজা আইতা গ’লগৈ ওভতি নহাৰ বাটেৰে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.