• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

1 month ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

15 minutes ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

1 hour ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

2 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

3 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

3 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

4 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

5 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

6 hours ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

15 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

16 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

16 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

দীপলিনা ডেকা ফাউণ্ডেচনৰ সহযোগত অসমত দ্য গ্ৰেট খালি

editor by editor
August 20, 2026
in অসম, ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত, লেখা
0
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
0
SHARES
377
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন্তঃৰাষ্ট্ৰীয়ভাৱে পৰিচিত WWE তাৰকা দ্য গ্ৰেট খালি ওৰফে দলীপ সিং ৰাণা, বানপীড়িত লোকসকলৰ সহায়ৰ বাবে অসমত উপস্থিত হৈছে। উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দি তেওঁ সাহায্য আগবঢ়াবলৈ আহিছে বুলি জানিব পৰা গৈছে। দ্য গ্ৰেট খালি ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয়। বিমানবন্দৰৰ পৰা তেওঁ শিৱসাগৰৰ দৰিকালৈ ৰাওনা হয়। দৰিকাত বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ মাজত সাহায্য সামগ্ৰী বিতৰণৰ বাবে উপস্থিত হৈছে দ্য গ্ৰেট খালিয়ে। এই যাত্ৰাপথত মৰাণৰ Pacifica Innত তেওঁ কিছু সময়ৰ বাবে জিৰণি লয়।

অসম Live24 সৈতে হোৱা এক চুটি সাক্ষাৎকাৰত দ্য গ্ৰেট খালিয়ে কয় যে-বিপদৰ সময়ত অসহায় মানুহৰ কাষত থিয় দিয়াটো প্ৰতিগৰাকী ব্যক্তিৰ দায়িত্ব। বানপানীৰ দৰে সংকটৰ সময়ত মানুহে মানুহৰ বাবে আগবাঢ়ি আহিব লাগে বুলিও তেওঁ বাৰ্তা দিয়ে। এই সাহায্য অভিযান True Hope Foundation, Ayan Foundation আৰু কণ্ঠশিল্পী দীপলিনা ডেকা ফাউণ্ডেচনৰ সহযোগত আয়োজন কৰা হৈছে। দৰিকাৰ প্ৰায় ৪০০ৰ পৰা ৫০০টা বানপীড়িত পৰিয়ালৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। বানপীড়িত লোকসকলৰ বাবে বিছনা, কম্বল, গাৰু আৰু পানী পৰিশোধন কৰা ফিল্টাৰ আদি সামগ্ৰী প্ৰস্তুত কৰা হৈছে। বানৰ ফলত বহু পৰিয়ালৰ দৈনন্দিন জীৱন ব্যাহত হৈ পৰাৰ সময়ত এই সামগ্ৰীয়ে তেওঁলোকক কিছু সকাহ দিব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে গ্ৰাম্য অঞ্চলৰ সাধাৰণ মানুহৰ প্ৰতি দ্য গ্ৰেট খালিৰ বিশেষ মৰম আৰু আগ্ৰহ আছে। সেই বাবেই এইবাৰো বানপীড়িত অসমৰ লোকসকলৰ সহায়ৰ বাবে তেওঁ নিজে আগবাঢ়ি আহিছে। দ্য গ্ৰেট খালি দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে। এই সময়ছোৱাত তেওঁ বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে সাহায্য বিতৰণৰ কাৰ্যসূচীত অংশ ল’ব। কেৱল নিজেই সহায় আগবঢ়োৱাই নহয়, সমগ্ৰ দেশৰ চলচ্চিত্ৰ, ক্ৰীড়া আৰু সাংস্কৃতিক জগতৰ তাৰকাসকলকো অসমৰ বানপীড়িত লোকসকলৰ কাষত থিয় দিবলৈ আহ্বান জনাইছে দ্য গ্ৰেট খালিয়ে। সংকটৰ সময়ত সকলোৱে নিজৰ সামৰ্থ্য অনুসৰি সহায় আগবঢ়ালে বানপীড়িত পৰিয়ালসমূহে কিছু সকাহ লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। দ্য গ্ৰেট খালিৰ এই পদক্ষেপে অসমৰ বানপীড়িত লোকসকলৰ প্ৰতি দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ সহানুভূতি আৰু সহায়ৰ বাৰ্তা কঢ়িয়াই আনিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24the great khali
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম
বাণিজ্য

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

September 30, 2026
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?
জীৱনশৈলী

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

September 30, 2026
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!
বিনোদন

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

September 30, 2026
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ
প্ৰযুক্তি

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

September 30, 2026
Next Post
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

'বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে'

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.