• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৃথিৱী পুৰুষ শূন্য হ’ব! বিজ্ঞানীৰ দাবী, পৃথিৱীত কেতিয়া কেনেকৈ শেষ হ’ব পুৰুষ জাতি?

পৃথিৱী পুৰুষ শূন্য হ’ব! বিজ্ঞানীৰ দাবী, পৃথিৱীত কেতিয়া কেনেকৈ শেষ হ’ব পুৰুষ জাতি?

2 years ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

18 minutes ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

35 minutes ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

2 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

2 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

3 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

4 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

5 hours ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

15 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

15 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

15 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

15 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৃথিৱী পুৰুষ শূন্য হ’ব! বিজ্ঞানীৰ দাবী, পৃথিৱীত কেতিয়া কেনেকৈ শেষ হ’ব পুৰুষ জাতি?

পৃথিৱী পুৰুষ শূন্য হ’ব! বিজ্ঞানীৰ দাবী, পৃথিৱীত কেতিয়া কেনেকৈ শেষ হ’ব পুৰুষ জাতি?

editor by editor
August 27, 2024
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
পৃথিৱী পুৰুষ শূন্য হ’ব! বিজ্ঞানীৰ দাবী, পৃথিৱীত কেতিয়া কেনেকৈ শেষ হ’ব পুৰুষ জাতি?
0
SHARES
749
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কন্যাভ্ৰুণ হত্যাৰ কথা প্ৰায়েই শুনা যায়৷ পুত্ৰসন্তানৰ জন্ম নহ’লেই পত্নীৰ ওপৰত নিৰ্যাতন কৰাৰ খবৰ আহে৷ কিন্তু বিজ্ঞানে কয়, সন্তান পুত্ৰ হ’বনে কন্যা হ’ব সেয়া নিৰ্ভৰ কৰে পুৰুষৰ ওপৰতেই৷ পিতৃৰ ক্ৰমজমৰ ওপৰত এয়া নিৰ্ভৰশীল৷ পুৰুষৰ yক্ৰমজমৰ সহায়তেই কন্যা নে পুত্ৰ সন্তান জন্ম হ’ব সেয়া নিৰ্ভৰ কৰে৷ কিন্তু এই y ক্ৰমজমক লৈয়ে চিকিৎসাবিজ্ঞানীয়ে আশংকা ব্যক্ত কৰিছে৷

মানুহৰ দেহৰ প্ৰতি কোষত এযোৰকৈ চেক্স ক্ৰমজম থাকে৷ নাৰীৰ দেহত দুটা ক্ৰমজমেই এক্স ক্ৰমজম৷ আৰু পুৰুষৰ দেহত এটা এক্স ক্ৰমজম আৰু এটা ৱাই ক্ৰমজম থাকে৷ চিকিৎসা বিজ্ঞানীয়ে দাবী কৰিছে যে ডিম্বানুৰ নিষেক ঘটি, সেয়া এক্স ক্ৰমজম বহনকাৰী যে ৱাই ক্ৰমজম বহনকাৰী শুক্ৰানুৰ সৈতে মিলিত হৈছে তাৰ ওপৰতেই নিৰ্ভৰ কৰে সন্তানটো কন্যা হ’ব নে লৰা৷

প্ৰছেডিংছ অৱ দ্যা নেশ্ব্যনেল একাডেমি অৱ চায়েন্স নামৰ জাৰ্নেলত এক গৱেষণাৰ ৰিপৰ্ট প্ৰকাশিত হৈছে৷ সেই গৱেষণা পত্ৰতেই উল্লেখ আছে যে y ক্ৰমজমৰ সংকোচন ঘটিছে৷ দুবছৰ পূৰ্বে প্ৰকাশ হোৱা এই গৱেষণাপত্ৰত প্ৰকাশ পাইছে যে ধীৰে ধীৰে সংকুচিত হৈ এসময়ত y ক্ৰমজম বিলুপ্ত হৈ পৰিব৷

প্ৰফেছৰ জেনি গ্ৰেভছে বিষয়টোৰ বাখ্যা কৰি কয়, ‘অষ্ট্ৰেলিয়াৰ স্তন্যপায়ী প্ৰাণী প্লেটিপাছক পৰীক্ষা কৰি দেখা গৈছে যে XY এটা সাধাৰণ যোৰ ক্ৰমজম৷ যত সমান জিন আছে৷ ইয়াতেই মানুহৰ X ক্ৰমজমত প্ৰায়  ৯০০ টা জিন আছে৷ আৰু Y ক্ৰমজমত প্ৰায় ৫৫ টা জিন আৰু প্ৰচুৰ নন কোডিং DNA আছে৷ যাৰ অৰ্থ বিগত ১৬৬ মিলিয়ন বছৰত Y ক্ৰমজমৰ বাকী জিনসমূহ নষ্ট হৈছে৷ প্ৰতি মিলিয়ন অৰ্থাৎ ১০ লাখ বছৰত প্ৰায় ৫টা জিন নষ্ট হৈছে৷ এনেকৈ চলি থাকিলে শেষ ৫৫টা জিন ১১ মিলিয়ন অৰ্থাৎ ১১০ লাখ বছৰত শেষ হৈ যাব৷ তেতিয়া পৃথিৱীত কেৱল কন্যা সন্তানৰেই জন্ম হ’ব৷

পৃথিৱীৰ পৰা শেষ হৈ যাব পুৰুষৰ অস্তিত্ব!

নতুন আশাৰ কিৰণ দেখিছে প্ৰফেছাৰ গ্ৰেভছে৷ তেওঁ কয়, ‘গৱেষণাত দেখা গৈছে যে তেতিয়া নতুন লিংগ নিৰ্ধাৰণ জিন উদ্ভাৱন হ’ব পাৰে৷ তেতিয়া বিষয়টো সহজে কৈ দিয়া সম্ভৱ নহ’ব৷ নতুন লিংগ নিৰ্ধাৰণকাৰী জিনৰ বিৱৰ্তনৰ সৈতে অসুবিধাও আছে৷ যদি পৃথিৱীৰ ভিন্ন প্ৰান্তত পৃথক পৃথক বিৱৰ্তন হয় তেতিয়া কি হ’ব? নিজকেই প্ৰশ্ন কৰিলে প্ৰফেচাৰ গ্ৰেভছে৷ ফলত আজিৰ পৰা ১১০ লাখ বছৰৰ পাছত পৃথিৱীত কোনোৱা নতুন জীৱ যদি আহে তেতিয়া হয়তো মানুহৰ চিহ্নও বিচাৰি নাপাব কিংবা ভিন্ন ভিন্ন প্ৰজাতিৰ মানুহ দেখা পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?
জীৱনশৈলী

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

September 30, 2026
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে
জীৱনশৈলী

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

September 30, 2026
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ
জীৱনশৈলী

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

September 30, 2026
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন
জীৱনশৈলী

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

September 30, 2026
Next Post
UPS নে NPS কোনটো পেঞ্চন স্কিম ভাল? চৰকাৰী কৰ্মচাৰীয়ে কোনটো স্কিম বাচি ল’লে লাভৱান হ’ব?

UPS নে NPS কোনটো পেঞ্চন স্কিম ভাল? চৰকাৰী কৰ্মচাৰীয়ে কোনটো স্কিম বাচি ল’লে লাভৱান হ’ব?

সাধাৰণ মানুহৰ প্ৰৱেশ নিষেধ, এতিয়াও প্ৰতি নিশা ইয়াত ৰাধা-কৃষ্ণই ৰাসলীলা কৰে! ক’ত আছে এই স্থান?

সাধাৰণ মানুহৰ প্ৰৱেশ নিষেধ, এতিয়াও প্ৰতি নিশা ইয়াত ৰাধা-কৃষ্ণই ৰাসলীলা কৰে! ক’ত আছে এই স্থান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.