মেঘঃ মংগল গ্ৰহৰ প্ৰভাৱত কৰ্ম সম্পন্ন কৰিব পাৰিব। পিছবেলা দূৰ ভ্ৰমণ নকৰিব। কৰ্মস্থানত মধ্যম। বগা শুভ ৰং, শুভ সংখ্যা ৩।
বৃষঃ পুৰণি ৰোগে আমনি কৰিব। হঠাৎ কোনো ব্যক্তিৰ মতানৈক্যৰ সৃষ্টি হ’ব পাৰে। কৰ্মস্থানত শুভ। বিদ্যাত মধ্যম। শুভ ৰং নীলা, শুভ সংখ্য ৮।
মিথুনঃ সামাজিক কামত আগ্ৰহ বাঢ়িব। মানসিক শান্তি, দুষ্ট লোকৰ পৰা সাৱধান। আয়তকৈ ব্যয় বৃদ্ধি। কৰ্মত শুভ। শুভ ৰং সোণালী, শুভ সংখ্যা ৫।
কৰ্কটঃ শৰীৰৰ প্ৰতি নজৰ ৰাখিব। খং ত্যাগ কৰক। পদোন্নতিৰ যোগ। বন্ধুৰ পৰা সাৱধান হওঁক। নিজৰ লক্ষ্যৰ প্ৰতি নজৰ ৰাখক। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৭।
সিংহঃ কৰ্মত উদাৰতা থাকিব। আৰ্থিক উন্নতি। ৰাজনীতি বা সামাজিক ক্ষেত্ৰত উন্নতি হ’ব। কৰ্মক্ষেত্ৰত শুভ। হতাশা দূৰ হ’ব। শুভ ৰং কমলা, শুভ সংখ্যা ৩।
কন্যাঃ দূৰ ভ্ৰমণ কৰিব পাৰিব। চাকৰিৰ যোগ। কৰ্মত উন্নতি আৰু পৰিৱৰ্তন। প্ৰেমত শুভ। গুৰুৰ কৃপা লাভ কৰিব। সোণালী ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ২।
তুলাঃ কৰ্মসংস্থাপনৰ যোগ। ঘৰুৱাত মধ্যম। ভ্ৰমণত বাধা। আৰ্থিকত শুভ। শত্ৰুৰ পৰা সাৱধান। হালধীয়া শুভ ৰং। শুভ সংখ্যা ৯।
বৃশ্চিকঃ ভবাতকৈ অধিক আনন্দিত হ’ব। ৰৈ থকা কাম সমাধান হ’ব। দূৰ ভ্ৰমণ নকৰাই ভাল। কৰ্মস্থানত মধ্যম। অৰ্থ লাভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।
ধনুঃ নতুন কামত তৎপৰ হওঁক। ভ্ৰমণত শুভ। বগলা পূজা কৰক। শাৰীৰিক দুৰ্বলতা আঁতৰিব। দাম্পত্যত মধ্যম। গেৰুৱা শুভ ৰং, শুভ সংখ্যা ৬।
মকৰঃ নতুন যোগাযোগৰ পৰা উপকৃত হ’ব। বন্ধুৰ পৰা আনন্দ লাভ কৰিব। লক্ষত উপনীত হ’ব পাৰিব। প্ৰেমত বাধা। খৰচ বৃদ্ধি। সেউজীয়া শুভ ৰং, শুভ সংখ্যা ৩।
কুম্ভঃ অৰ্থ লাভ। কৰ্মত শুভ। ঘৰুৱাত মধ্যম। গোপন শত্ৰু বৃদ্ধি। বন্ধুৰ পৰা আনন্দ লাভ। যান-বাহনৰ পৰা সাৱধান। কমলা শুভ ৰং, শুভ সংখ্যা ৬।
মীনঃ যান-বাহনৰ ক্ষতি হ’ব পাৰে। কৰ্মস্থানত শুভ। বিদ্যাৰ্থীসকলে অধিক কষ্ট কৰিব লাগিব। শৰীৰৰ প্ৰতি লক্ষ্য ৰাখক। মাখন শুভ ৰং, শুভ সংখ্যা ৭।
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ