• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

5 years ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

2 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

2 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

3 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

4 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

5 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

5 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

6 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

6 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

8 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

8 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ 21 ফেব্ৰুৱাৰী দিনটো...

editor by editor
February 21, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
62
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ— কৰ্মস্থানত মধ্যম৷ সূৰ্য পূজা কৰক, ঘৰুৱা সামগ্ৰীৰ ওপৰত নজৰ দিয়ক৷ ব্যয় বৃদ্ধি৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২

 বৃষ— পৰিৱেশ অস্থিৰ হ’ব৷ শৰীৰৰ প্ৰতি যত্ন লওক৷ কৰ্মত শুভ, দুখীয়াক অন্ন দান কৰক৷ কমলা ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ১

 মিথুন— কৰ্মদক্ষতাৰ ওপৰত সা–সন্মান বৃদ্ধি৷ ভ্ৰমণত মধ্যম৷ বিদ্যাত কিছু জটিলতা আছে৷ ব্যয় বৃদ্ধি, গোপন শত্ৰু বৃদ্ধি৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৫

 কৰ্কট— কৰ্মব্যস্ততা বৃদ্ধি৷ দুখীয়া অন্ন–বস্ত্ৰ দান কৰক৷ শত্ৰু নাশ, খৰচৰ মাত্ৰা বৃদ্ধি৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৪

 সিংহ— তীৰ্থ ভ্ৰমণৰ যোগ৷ লেখক–ৰাজনীতিবিদ–সমাজকৰ্মী আদিৰ সন্মান বৃদ্ধি৷ আয় বৃদ্ধি, প্ৰেমত বাধা, শুভ ৰং ৰঙা, শুভ সংখ্যা ৭

 কন্যা— কোনো শুভ সংবাদ পাব পাৰে৷ প্ৰেমত কষ্ট৷ ভ্ৰমণত শুভ৷ শত্ৰুৰ পৰা সাৱধান! শুভ ৰং নীলা, শুভ সংখ্যা ৩

 তুলা— কৰ্মত উন্নতিৰ যোগ৷ নতুন বিদ্যাত ফলৱৰ্তী হ’ব৷ হঠাৎ শৰীৰ কিছু অসুস্থ হ’ব পাৰে৷ প্ৰেমত মধ্যম৷ ভ্ৰমণ নকৰাই ভাল৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮

 বৃশ্চিক— কৰ্মত উদাৰতা থাকিব৷ প্ৰেমত শুভ৷ মন্দিৰ দৰ্শনে আনন্দ দিব৷ মাটি–সম্পত্তি ক্ৰয় কৰিব পাৰিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯

 ধনু— কৰ্মস্থানত ধৈৰ্যৰ প্ৰয়োজন৷ যান–বাহনৰ পৰা সাৱধান! পাৰিবাৰিক মনোমালিন্য৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬

 মকৰ— কৰ্মস্থানত উন্নতিৰ যোগ৷ প্ৰদূষণৰ পৰা সাৱধান! কোনো প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰে৷ ঘৰুৱা কামত ব্যস্ততা বৃদ্ধি৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৩

 কুম্ভ— কিছু জটিল সমস্যাৰ সমাধান কৰিব লাগিব৷ ধৰ্মস্থান ভ্ৰমণত আনন্দিত হ’ব৷ চিন্তাশীল আৰু জনহিতকৰ কামত সুফল৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৮

 মীন— কাৰ্য সিদ্ধি হ’ব৷ নীলম ৰত্ন ধাৰণ কৰিব৷ বন্ধু–বৰ্গৰ পৰা সহায় পাব৷ খৰচ বৃদ্ধি৷ শত্ৰু কমিব, দাম্পত্যত মধ্যম৷ শুভ ৰং ক্ৰীম, শুভ সংখ্যা ৫

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
ReplyForward

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24astrologyastronomyaxom live 24Best Assamese News ChannelBest News Portal in Assamdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assamese
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!
বাণিজ্য

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

September 10, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
Next Post
পুৱাই স্বামীৰ বিচনাত যুৱতীৰ অৰ্ধ নগ্ন মৃতদেহ উদ্ধাৰ পত্নীৰ

পুৱাই স্বামীৰ বিচনাত যুৱতীৰ অৰ্ধ নগ্ন মৃতদেহ উদ্ধাৰ পত্নীৰ

হিজাব বিতৰ্কৰ মাজতে কৰ্ণাটকত বজৰং দলৰ সদস্যক হত্যা : প্ৰতিবাদত উত্তাল

হিজাব বিতৰ্কৰ মাজতে কৰ্ণাটকত বজৰং দলৰ সদস্যক হত্যা : প্ৰতিবাদত উত্তাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.