• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিজাব বিতৰ্কৰ মাজতে কৰ্ণাটকত বজৰং দলৰ সদস্যক হত্যা : প্ৰতিবাদত উত্তাল

হিজাব বিতৰ্কৰ মাজতে কৰ্ণাটকত বজৰং দলৰ সদস্যক হত্যা : প্ৰতিবাদত উত্তাল

5 years ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

31 minutes ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

55 minutes ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

2 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

2 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

3 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

3 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

4 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

5 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

6 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

14 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

14 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হিজাব বিতৰ্কৰ মাজতে কৰ্ণাটকত বজৰং দলৰ সদস্যক হত্যা : প্ৰতিবাদত উত্তাল

editor by editor
February 21, 2022
in অপৰাধ, ভাৰত
0
হিজাব বিতৰ্কৰ মাজতে কৰ্ণাটকত বজৰং দলৰ সদস্যক হত্যা : প্ৰতিবাদত উত্তাল
0
SHARES
143
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিজাব বিতৰ্কৰ মাজতে কৰ্ণাটকত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড৷ দেওবাৰে ৰাতি সংঘটিত হৈছে এই হত্যাকাণ্ড৷

ঘটনাৰ বিৱৰণীৰ মতে দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত এখন চাৰিচকীয়া বাহনত অহা এটা চাৰি পাঁচজনীয়া এটা দলে শিৱমোগা চহৰৰ ছিগেহট্টি অঞ্চলত বৰজং এদলৰ হৰ্ষ নামৰ এজন সদস্যক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে৷

বজৰং দলৰ সদস্যজনক আক্ৰমণ কৰি দুস্কৃতিকাৰীৰ দলটো পলায়ন কৰে৷ ইফালে স্থানীয় লোকে আহত হৰ্ষক উদ্ধাৰ কৰি হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷

বজৰং দলৰ সদস্যগৰাকীৰ মৃত্যুৰ পিছতে সমগ্ৰ চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে উত্তেজনাই বিৰাজ কৰিছে৷ এই ঘটনাৰ পিছতে শিবমোগা চহৰৰ ছিগেহট্টি অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ ইফালে হিন্দুত্ববাদী সংগঠনসমূহে হত্যাকাণ্ডৰ বিৰুদ্ধে সমগ্ৰ চহৰজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।

কেইবাখনো বাহনত অগ্নিসংযোগ কৰি প্ৰতিবাদী কাৰ্যসূচীক হিংসাত্মক কৰি তোলা দেখা গৈছে। হিন্দুত্ববাদী সংগঠনসমূহে চহৰ জুৰি উলিওৱা প্ৰতিবাদী সমদলে শিৱমোগা চহৰ স্তব্ধ প্ৰায় কৰি তোলাৰ পৰিপ্ৰেক্ষিত ইতিমধ্যে প্ৰশাসনে উক্ত অঞ্চলটোত ১৪৪ধাৰা জাৰি কৰিছে।

ইফালে কৰ্ণাটকৰ গৃহমন্ত্ৰী আৰু আৰক্ষীয়ে উক্ত হত্যাকাণ্ড হিজাব বিতৰ্কৰ সৈতে কোনো সম্পৰ্ক নাই বুলি প্ৰকাশ কৰিছে৷ উল্লেখ্য যে ৰাজধানী বাংগালুৰুৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ নিলগৰ চহৰখনত হিজাব বিতৰ্কৰ অন্য এক মুখ্য কেন্দ্ৰ আছিল ৷

গৃহমন্ত্ৰী আৰগা জ্ঞানেন্দ্ৰই সকলোকে ধৈৰ্য ধৰিবলৈ আহ্বান জনাই কয় যে তদন্ত চলি আছে আৰু শীঘ্ৰেই দোষীক গ্ৰেপ্তাৰ কৰা হ’ব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalhijab rowkarnataka murdermurder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম
বিনোদন

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

October 18, 2026
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা
ভাৰত

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

October 18, 2026
Next Post
IPLৰ সম্প্ৰচাৰৰ বাবে ৫০ হাজাৰ কোটি টকীয়া যুঁজ! কাৰ কাৰ মাজত এই যুদ্ধ?

IPLৰ সম্প্ৰচাৰৰ বাবে ৫০ হাজাৰ কোটি টকীয়া যুঁজ! কাৰ কাৰ মাজত এই যুদ্ধ?

৯০ বছৰৰ অন্তত চিৰিয়াখানাত জন্ম হ’ল আফ্ৰিকান জন্তু আৰ্ডভাৰ্কৰ পোৱালি

৯০ বছৰৰ অন্তত চিৰিয়াখানাত জন্ম হ’ল আফ্ৰিকান জন্তু আৰ্ডভাৰ্কৰ পোৱালি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.