• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPLৰ সম্প্ৰচাৰৰ বাবে ৫০ হাজাৰ কোটি টকীয়া যুঁজ! কাৰ কাৰ মাজত এই যুদ্ধ?

IPLৰ সম্প্ৰচাৰৰ বাবে ৫০ হাজাৰ কোটি টকীয়া যুঁজ! কাৰ কাৰ মাজত এই যুদ্ধ?

4 years ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

12 minutes ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

59 minutes ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

1 hour ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

2 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

3 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

4 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

5 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

6 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

19 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

20 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

IPLৰ সম্প্ৰচাৰৰ বাবে ৫০ হাজাৰ কোটি টকীয়া যুঁজ! কাৰ কাৰ মাজত এই যুদ্ধ?

editor by editor
February 21, 2022
in ক্ৰীড়া, বাণিজ্য, ভাৰত
0
IPLৰ সম্প্ৰচাৰৰ বাবে ৫০ হাজাৰ কোটি টকীয়া যুঁজ! কাৰ কাৰ মাজত এই যুদ্ধ?
0
SHARES
200
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ IPLৰ সম্প্ৰচাৰৰ বাবে কেবাটাও ক’ৰ্পৰেট গোষ্ঠীৰ মাজত এক আকৰ্ষণীয় যুঁজ আৰম্ভ হৈছে৷

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰ-ৰ মতে টেলিভিশ্যন আৰু ডিজিটেল মাধ্যমসমূহত IPLৰ খেলসমূহ সম্প্ৰচাৰৰ স্তত্ব ক্ৰয়ৰ দৰ অভিলেখসংখ্যক ৫০ হাজাৰ কোটি টকা স্পৰ্শ কৰিব পাৰে৷

সংবাদ সংস্থাটোৰ মতে আমাজন আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ-এ IPLৰ পাঁচবছৰৰ বাবে টিভি আৰু ডিজিটেল মাধ্যমসমূহত সম্প্ৰচাৰৰ একচেতীয়া অধিকাৰৰ বাবে চ’নি গ্ৰুপ আৰু ৱাল্ট ডিজনীৰ ইণ্ডিয়াৰ ইউনিটৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নামিব পাৰে৷

আৰু দুয়োপক্ষৰ মাজৰ সম্প্ৰচাৰৰ এই স্বত্ব ক্ৰয় মূল্যই অভিলেখসংখ্যক ৫০ হাজাৰ কোটি টকা স্পৰ্শ কৰাৰ সম্ভাৱনা আছে৷

স্মৰ্তব্য যে ইয়াৰ পূৰ্বে ডিজনী মালিকাধীন ষ্টাৰ ইণ্ডিয়াই ২০১৭ চনৰ পৰা ২০২২ চনলৈকে সম্প্ৰচাৰৰ স্বত্বৰ বাবে ১৬,৩৪৮ কোটি টকা পৰিশোধ কৰিছিল৷

উল্লেখ্য যে ২.৫ বিলিয়ন অনুৰাগীৰে ক্ৰিকেট হৈছে বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ জনপ্ৰিয় ক্ৰীড়া৷ আৰু IPL হৈছে বিশ্ব ক্ৰিকেটৰ বৃহত্তম টুৰ্ণামেণ্টসমূহৰ আটাইতকৈ আগশাৰী টুর্ণামেণ্ট৷

২০২১ বৰ্ষৰ IPLৰ প্ৰথম ছেছনত টিভি আৰু ডিজিটেল মাধ্যমসমূহত দৰ্শনাৰ্থীৰ সংখ্যা আছিল ৩৫০ মিলিয়নৰো অধিক৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amazonasom live 24assam live 24axom live 24axom live 24 digitaliplreliance industries
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?
বাণিজ্য

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

July 27, 2026
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!
ভাৰত

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

July 27, 2026
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!
বাণিজ্য

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

July 27, 2026
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক
বাণিজ্য

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

July 27, 2026
Next Post
৯০ বছৰৰ অন্তত চিৰিয়াখানাত জন্ম হ’ল আফ্ৰিকান জন্তু আৰ্ডভাৰ্কৰ পোৱালি

৯০ বছৰৰ অন্তত চিৰিয়াখানাত জন্ম হ’ল আফ্ৰিকান জন্তু আৰ্ডভাৰ্কৰ পোৱালি

পশু খাদ্য কেলেংকাৰি : ৬০ লাখ জৰিমনাসহ আকৌ ৫ বছৰৰ জে’ল প্ৰাঃ মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ

পশু খাদ্য কেলেংকাৰি : ৬০ লাখ জৰিমনাসহ আকৌ ৫ বছৰৰ জে’ল প্ৰাঃ মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.