• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পশু খাদ্য কেলেংকাৰি : ৬০ লাখ জৰিমনাসহ আকৌ ৫ বছৰৰ জে’ল প্ৰাঃ মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ

পশু খাদ্য কেলেংকাৰি : ৬০ লাখ জৰিমনাসহ আকৌ ৫ বছৰৰ জে’ল প্ৰাঃ মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ

4 years ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

10 minutes ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

37 minutes ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

2 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

2 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

3 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

12 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

12 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

13 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

13 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

14 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

15 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

পশু খাদ্য কেলেংকাৰি : ৬০ লাখ জৰিমনাসহ আকৌ ৫ বছৰৰ জে’ল প্ৰাঃ মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ

editor by editor
February 21, 2022
in অপৰাধ, ভাৰত, ৰাজনীতি
0
পশু খাদ্য কেলেংকাৰি : ৬০ লাখ জৰিমনাসহ আকৌ ৫ বছৰৰ জে’ল প্ৰাঃ মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ
0
SHARES
65
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিহাৰৰ পশু খাদ্য কেলেংকাৰিৰ পঞ্চমটো গোচৰত দোষী সাব্যস্ত হোৱা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক পুনৰ পাঁচ বছৰৰ কাৰাদণ্ড আৰু ৬০ লাখ টকাৰ জৰিমনা বিহা হৈছে৷

যোৱা ১৫ ফেব্ৰুৱাৰীত ৰাঁচীৰ চিবিআইৰ বিশেষ আদালতে বিহাৰৰ পশু খাদ্যৰ পঞ্চমটো গোচৰটো অন্য ৩৯ গৰাকীৰ সৈতে প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক দোষী সাব্যস্ত কৰিছিল৷

সোমবাৰে আদালতে এই গোচৰৰ আটইকেইজন দোষীৰে শাস্তি ঘোষণা কৰিছে৷ আদালতে শাস্তি ঘোষণা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক পুনৰ পাঁচ বছৰৰ কাৰাদণ্ড আৰু ৬০ লাখ টকাৰ জৰিমনা বিহিছে৷

উল্লেখ্য যে লালু প্ৰসাদৰ মুখ্যমন্ত্ৰীত্বৰ কালত ১৯৯০ চনত বিহাৰত বিয়াগোম পশু খাদ্য কেলেংকাৰি সংঘটিত হৈছিল৷

প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ সহযোগীসকলৰে তেতিয়াৰ বিহাৰৰ কে’বাটাও কোষাগাৰৰ পৰা পশু খাদ্যৰ নামত ১৩৯.৫ কোটি টকা নীতি বৰ্হিভূতভাৱে উলিয়াই নি সেই বিয়াগোম কেলেংকাৰি সংঘটিত কৰা তথ্য প্ৰমাণ পোৱা গৈছে৷

ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ বিৰুদ্ধে উক্ত কেলেংকাৰি অন্য এটা গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে৷ ভগলপুৰ কোষাগাৰৰ পাৰ পশু খাদ্যৰ নামত ধন উলিয়াই নিয়া অন্য এটা গোচৰ পাটনাৰ চিবিআইৰ আদালতত বিচাৰাধীন হৈ আছে৷

ইয়াৰ পূৰ্বে বিহাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী পশু খাদ্য কেলেংকাৰিৰ চাৰিটা গোচৰত দোষী প্ৰমাণিত হৈ কাৰাবাস খাটি আছিল যদিও কিছু মাহৰ পূৰ্বে জামিনত মুক্তি লাভ কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBihar Fodder ScamLalu Prashad Yadav
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?
বিনোদন

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

July 7, 2026
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

July 7, 2026
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?
ভাৰত

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

July 6, 2026
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক
জীৱনশৈলী

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

July 6, 2026
Next Post
চৰ্চাত ৰশ্মিকা : দক্ষিণৰ কোন তাৰকাৰে বিয়াত বহিল পুষ্পাৰ নায়িকা ৰশ্মিকা?

চৰ্চাত ৰশ্মিকা : দক্ষিণৰ কোন তাৰকাৰে বিয়াত বহিল পুষ্পাৰ নায়িকা ৰশ্মিকা?

শিক্ষকতা এৰা মহিলাই এতিয়া মাহে উপাৰ্জন কৰে ২৪ লাখ টকা: কিন্তু কেনেকৈ?

শিক্ষকতা এৰা মহিলাই এতিয়া মাহে উপাৰ্জন কৰে ২৪ লাখ টকা: কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.