• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিক্ষকতা এৰা মহিলাই এতিয়া মাহে উপাৰ্জন কৰে ২৪ লাখ টকা: কিন্তু কেনেকৈ?

শিক্ষকতা এৰা মহিলাই এতিয়া মাহে উপাৰ্জন কৰে ২৪ লাখ টকা: কিন্তু কেনেকৈ?

5 years ago
ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

26 minutes ago
পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

44 minutes ago
আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

1 hour ago
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

2 hours ago
বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

2 hours ago
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

3 hours ago
তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

4 hours ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

12 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

12 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

13 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

14 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শিক্ষকতা এৰা মহিলাই এতিয়া মাহে উপাৰ্জন কৰে ২৪ লাখ টকা: কিন্তু কেনেকৈ?

editor by editor
February 21, 2022
in ফেশ্বন, বিনোদন, বিবিধ, বিশ্ব
0
শিক্ষকতা এৰা মহিলাই এতিয়া মাহে উপাৰ্জন কৰে ২৪ লাখ টকা: কিন্তু কেনেকৈ?
0
SHARES
741
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলাগৰাকীৰ নাম মণিকা হ’ল্ড৷ পেচাত তেওঁ আছিল এগৰাকী স্নাতক শিক্ষয়িত্ৰী৷ তেওঁ শিক্ষকতা কৰি মাহে উপাৰ্জন কৰিছিল মাত্ৰ ১.৫ লাখ টকাহে৷

উক্ত উপাৰ্জনকলৈ সন্তুষ্ট হোৱা নাছিল মণিকা হ’ল্ড৷ অধিক উপাৰ্জনৰ বাবে মণিকাই ল’লে এক অন্য পথ৷ ইয়াৰ পিছতে মণিকাৰ জীৱনেই সলনি হৈ গ’ল৷ এসময়ত ক্লাছ ৰুমত সোমাই থকা মণিকাই এতিয়া বিশ্ব পৰিভ্ৰমণ কৰি ফুৰে৷

বৰ্তমান আমেৰিকাৰ বাসিন্দা সুন্দৰী মণিকাই শিক্ষকতাৰ মাজতে মডেলিং শিকিবলৈ আৰম্ভ কৰিলে৷ ডেইলী ষ্টাৰত প্ৰকাশ কৰা অনুসৰি মণিকাই ছয় বছৰৰ পূৰ্বে আমেৰিকালৈ কামৰ সন্ধানত গৈছিল৷

ইয়াৰ পিছতে স্নাতক শিক্ষকতা আৰম্ভ কৰে৷ শিক্ষকতাৰ মাজে মাজে মণিকাই মডেলিঙো কৰিবলৈ আৰম্ভ কৰে৷ তেওঁ OnlyFunsত একাউণ্ট খুলি তাতে নিজৰ ফ’টো আপলোড দিবলৈ আৰম্ভ কৰে৷

সন্দৰ সুঠাম দেহৰ গৰাকী মণিকাই আকৰ্ষণীয় ভংগিমাৰে উক্ত পেজত নিজৰ ফ’টো দিবলৈ আৰম্ভ কৰাৰ পিছতে তেওঁৰ পেইজটোৰ ফ্ল’ৱাৰ্ছ বৃদ্ধি পাবলৈ ধৰে৷ এসয়মৰ মাত্ৰ ৩০০ ফ্ল’ৱাৰ্ছ থকা মণিকাই এটা ইণ্টাৰভিউ দিয়াৰ পিছতে অভাৱনীয়ভাৱে তেওঁৰ ফ্ল’ৱাৰ্ছ বাঢ়িবলৈ ধৰিলে৷ মণিকাই কোৱা মতে ইয়াৰ পিছতে হঠাতে তওঁৰ ফ্ল’ৱাৰ্ছৰ সংখ্যা ২ লাখলৈ বৃদ্ধি হয়৷

ফ্ল’ৱাৰ্ছ বৃদ্ধি হোৱাৰ পিছতে লকডাউনৰ সময়ত মণিকাই বিভিন্ন ভংগীমাৰে ফ’টো আৰু ভিডিঅ’ আপলোড কৰিবলৈ ধৰিলে৷ তেওঁৰ ফ্ল’ৱাৰ্ছসকলে তেওঁৰ ফ’টো আৰু ভিডিঅ’সমূহ ধন ভৰি চাবলৈ ধৰিলে৷

এইদৰে লাহে লাহে মণিকাৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিলে৷ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰাত তেওঁ শিক্ষকতা ত্যাগ কৰি OnlyFunsৰ চাইটত অধিক সময় দিবলৈ আৰম্ভ কৰে৷

আৰু এইদৰেই এতিয়া মণিকা হ’ল্ডে মাহে ২৪ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ মাহে ২৪ লাখ উপাৰ্জন কৰা মণিকাই এতিয়া বিভিন্ন দেশ পৰিভ্ৰমণ কৰি ফুৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalMonica Hold
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড
বিনোদন

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

August 22, 2026
পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ
অপৰাধ

পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

August 22, 2026
আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু
ভাৰত

আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

August 22, 2026
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস
বিশ্ব

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

August 22, 2026
Next Post
এখন বিশেষ পাৰ্ক : নাৰী-পুৰুষ উভয়ে উলংগ হৈ কৰিব পাৰে প্ৰৱেশ

এখন বিশেষ পাৰ্ক : নাৰী-পুৰুষ উভয়ে উলংগ হৈ কৰিব পাৰে প্ৰৱেশ

নিজ কন্যাৰ প্ৰেমিকৰ সৈতে মাতৃৰ গোপন প্ৰেম : পলাই গৈ সম্পন্ন কৰিলে বাগদান

নিজ কন্যাৰ প্ৰেমিকৰ সৈতে মাতৃৰ গোপন প্ৰেম : পলাই গৈ সম্পন্ন কৰিলে বাগদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.