• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজ কন্যাৰ প্ৰেমিকৰ সৈতে মাতৃৰ গোপন প্ৰেম : পলাই গৈ সম্পন্ন কৰিলে বাগদান

নিজ কন্যাৰ প্ৰেমিকৰ সৈতে মাতৃৰ গোপন প্ৰেম : পলাই গৈ সম্পন্ন কৰিলে বাগদান

5 years ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

32 minutes ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

1 hour ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

2 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

2 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

3 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

4 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

4 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

5 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

5 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

6 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

7 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

নিজ কন্যাৰ প্ৰেমিকৰ সৈতে মাতৃৰ গোপন প্ৰেম : পলাই গৈ সম্পন্ন কৰিলে বাগদান

editor by editor
February 21, 2022
in বিবিধ, বিশ্ব
0
নিজ কন্যাৰ প্ৰেমিকৰ সৈতে মাতৃৰ গোপন প্ৰেম : পলাই গৈ সম্পন্ন কৰিলে বাগদান
0
SHARES
346
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজ কন্যাৰ প্ৰেমিকৰ সৈতে গোপনে প্ৰেম কৰি ধৰা পৰিছে এগৰাকী মাতৃ৷ সামাজিক মাধ্যমত এগৰাকী যুৱতীয়ে নিজৰ জীৱনৰ সেই কৰুণ গাথা প্ৰকাশ কৰিছে৷

যুৱতীগৰাকীয়ে প্ৰকাশ কৰা মতে, তেতিয়া তাইৰ বয়স মাত্ৰ ১৭ বছৰ৷ এগৰাকীৰ ২১ বছৰীয়া যুৱকৰ তাই প্ৰেমত পৰিল৷ দুয়োৰে সম্পৰ্ক অতি গভীৰ হৈ উঠিল৷

ইয়াৰ মাজতে যুৱতীগৰাকীয়ে প্ৰেমিকক নিজৰ ঘৰলৈ আনি পিতৃ-মাতৃৰ সৈতে পৰিচয় কৰাই দিয়ে৷ তাৰ পিছৰ প্ৰেমিক গৰাকী প্ৰায়ে প্ৰেমিকাৰ ঘৰলৈ আহিবলৈ ধৰা হ’ল৷ প্ৰেমিকাই ভাবিলে তাইৰ বাবে প্ৰেমিক তেওঁলোকৰ ঘৰলৈ সঘনে অহা হৈছে৷

এদিন যুৱতী গৰাকীয়ে দেখিলে যে তেওঁৰ প্ৰেমিকে মাতৃৰ সৈতে অধিক ঘণিষ্ঠ হৈ পৰিছে৷ প্ৰেমিকাই গম নোপোৱাকৈ প্ৰেমিক আৰু প্ৰেমিকাৰ মাতৃয়ে গেপনে প্ৰেমৰ সম্পৰ্কৰ পাতনি মেলিলে৷ ইয়াৰ মাজতে অতি অন্তৰংগভাৱে প্ৰেমিকাই মাতৃ আৰু প্ৰেমিক দেখা পালে৷

যুৱতী গৰাকীয়ে কথাটো মাতৃক ক’লে৷ প্ৰথমে মাতৃয়ে কথাটো হাঁহিৰে উৰুৱাই দিলে৷ কিন্তু তাই মাতৃক বাৰে বাৰে প্ৰেমিকৰ সৈতে ঘণিষ্ঠভাৱে দেখা পায় কথাটো সঘনাই ক’বলৈ ধৰিলে৷ তথাপিও মাতৃয়ে বিভিন্ন কথাৰে কন্যাক ফুচুলাই ৰাখিলে৷

কিন্তু হঠাতে এদিন অন্য এক ঘটনা ঘটে৷ যুৱতীগৰাকীৰ মাতৃ আৰু প্ৰেমিকে পাকঘৰত বাচন ধুই আছিল৷ হঠাতে কিবা কামত পাকঘৰলৈ গৈ যুৱতীগৰাকীয়ে দেখে মাতৃ আৰু প্ৰেমিকে পাকঘৰত অসংযত অৱস্থাত আছে৷

কিন্তু মাতৃয়ে কথাটো অস্বীকাৰ কৰি কন্যাক মানসিক ৰোগ হোৱা বুলি ক’লে৷ আনকি মাতৃয়ে কন্যাক এগৰাকী মনোৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি চিকিৎসা কৰিবলৈও ক’লে৷

কন্যাই মাতৃৰ কথা বিশ্বাস কৰি এগৰাকী মনোৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি চিকিৎসা আৰম্ভ কৰিলে৷ বয়সত কিছু সৰু হৈ থকাৰ বাবে কথাবোৰ বিশ্বাস কৰি লয়৷

ইয়াৰ কিছু মাহৰ পিছত প্ৰেমিক আৰু মাতৃক গাড়ীৰে ক’ৰবালৈ উলাই যোৱা দেখা পালে৷ তাই সেয়া ইলুশ্যন বুলিয়ে ভাবিলে৷

এদিন যুৱতীগৰাকীয়ে পিতৃ-মাতৃৰ সৈতে আত্মীয় ঘৰত নৈশ আহাৰ গ্ৰহণ কৰিবলৈ যায়৷ কিবা কাৰণত সেইদিনা মাতৃৰ মোবাইলটো যুৱতীগৰাকীৰ হাতত পৰে৷ আৰু তাই মেচেজবোৰ চাই দেখে মাতৃ আৰু প্ৰেমিক গভীৰ প্ৰেমত মগ্ন৷

এই সঁচা কথাটো জনাৰ পিছত দেউতাক তাই দুখত ভাগি পৰে৷ কিন্তু ইয়াতে কাহিনী শেষ হোৱা নহ’ল৷

যুৱতীগৰাকীয়ে সামাজিক মাধ্যমৰ ভিডিঅটোত কয় যে এদিন তাইৰ মাক প্ৰেমিকৰ সৈতে পলায় য়ায়৷ তাৰ কিছু পিছত তাইৰ মাক গৰ্ভৱতী অৱস্থাত প্ৰেমিকৰ সৈতে বাগদানো সম্পন্ন হৈ যোৱাৰ খবৰো লাভ কৰে। এই কথাটো জানি পাৰিব তেওঁলোকৰ পৰিচিত সকলো লোক হতবাক হৈ পৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalextra marital affair
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

ইউৰোপত যুদ্ধৰ দামামা : ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী দুই অঞ্চলক স্বাধীনতা ঘোষণা ৰাছিয়াৰ

ইউৰোপত যুদ্ধৰ দামামা : ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী দুই অঞ্চলক স্বাধীনতা ঘোষণা ৰাছিয়াৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.