• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউৰোপত যুদ্ধৰ দামামা : ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী দুই অঞ্চলক স্বাধীনতা ঘোষণা ৰাছিয়াৰ

ইউৰোপত যুদ্ধৰ দামামা : ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী দুই অঞ্চলক স্বাধীনতা ঘোষণা ৰাছিয়াৰ

5 years ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

9 minutes ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

43 minutes ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

1 hour ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

2 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

3 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

5 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

6 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

6 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

7 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

8 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

8 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ইউৰোপত যুদ্ধৰ দামামা : ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী দুই অঞ্চলক স্বাধীনতা ঘোষণা ৰাছিয়াৰ

editor by editor
February 22, 2022
in বিশ্ব, ৰাজনীতি
0
ইউৰোপত যুদ্ধৰ দামামা : ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী দুই অঞ্চলক স্বাধীনতা ঘোষণা ৰাছিয়াৰ
0
SHARES
130
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্ব সম্প্ৰদায়ৰ ভাবুকি, সতৰ্কা আদিলৈ কোনো ভ্ৰূক্ষেপেই নকৰিলে যুদ্ধংদেহি ৰাছিয়াই৷ বিশ্ব সম্প্ৰদায়লৈ কোনো কেৰেপ নকৰাকৈ সোমবাৰে ৰাছিয়াই ইউক্ৰেইনৰ দুই বিচ্ছিন্নতাবাদী অঞ্চলৰ স্বাধীনতা ঘোষণা কৰিছে৷

ইউক্ৰেইনৰ ড’নেৎচক আৰু লুহানৎচক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে স্বাধীন ৰাষ্ট্ৰ বুলি স্বীকৃতি প্ৰদান কৰিছে৷ ইমানেই নহয় স্বাধীনতাক স্বীকৃতি প্ৰদান কৰি ড’নেৎচকত যুদ্ধ টেংকাৰৰ মজুত কৰা হৈছে৷

আন্তৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰ-এ প্ৰকাশ কৰা মতে বিবদামান অঞ্চলটোত অতি কমেও সাতখন টেংক দেখা গৈছে৷ কিন্তু এই টেংকসমূহ কোন দেশৰ সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ সংবাদ সংস্থাটোৰ মতে উক্ত টেংকসমূহত কোনো দেশৰ ল’গ’ সংলগ্ন হৈ থকা নাই বাবে কোন দেশৰ সেয়া স্পষ্ট হোৱা নাই ৷

ইফালে সোমবাৰে ক্ৰেমলিনত ড’নেৎচক আৰু লুহানৎচৰ বিদ্ৰোহী নেতাসকলৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বন্ধুত্ব তথা সহযোগিতামূলক এক চুক্তিত স্বাক্ষৰ কৰিছে৷

এই চুক্তি স্বাক্ষৰ কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতু পুটিনে অভিযোগ কৰে ইউক্ৰেইনে পূৱ ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী অঞ্চলসমূহত আক্ৰমণৰ বাবে চলাই আহিছে৷ ৰাষ্ট্ৰপতি পুটিনে অতি শীঘ্ৰেই কীয়েভক মস্কোপন্থী বিচ্ছিন্নতাবাদীৰ বিৰুদ্ধে সামৰিক পদক্ষেপ বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰিছে৷ উক্ত অঞ্চলসমূহত সামৰিক পদক্ষেপ বন্ধ নকিৰলে ইউক্ৰেইনক যুদ্ধৰ বাবে সাজু হ’বলৈও সকিয়াই দিছে ৰাষ্ট্ৰপতি পুটিনে৷

ইফালে ৰাছিয়ান সেনাই দাবী কৰিছে সোমবাৰে ইউক্ৰেইনৰ সীমান্তত পাঁচ কুটাঘাতকাৰীক হত্যা কৰিছে৷ ইফালে বেলাৰুছে ঘোষণা কৰিছে ৰাছিয়াই বেলাৰুছত সামৰিক অনুশীলন আৰু সঞ্চালন বৃদ্ধি কৰিছে৷

উপগ্ৰহীয় ছবিটো দেখা গৈছে সীমান্ত অঞ্চলসমূহত ৰাছিয়াই সেনা মোতায়েন আৰু সঞ্চালন বৃদ্ধি কৰিছে৷ আনফালে সংবাদ সংস্থা চিএনএনৰ মতে পূৱ ইউক্ৰেইনৰ বিবদামান এলেকাই ৰাছিয়ান সেনাক প্ৰৱেশ কৰিবলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰপতি পুটিনে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalRussia Ukraine clash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’
অসম

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

September 12, 2026
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?
প্ৰযুক্তি

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
Next Post
অপৰাধ নগৰীলৈ ৰূপান্তৰ গুৱাহাটী! দুৰ্বৃত্তৰ গুলীত প্ৰাণ গ’ল ব্যৱসায়ীৰ

অপৰাধ নগৰীলৈ ৰূপান্তৰ গুৱাহাটী! দুৰ্বৃত্তৰ গুলীত প্ৰাণ গ’ল ব্যৱসায়ীৰ

শিক্ষাগত অহৰ্তা বিতৰ্কৰ অৱসান! কেম্ব্ৰিজৰ পৰা ডিগ্ৰী লাভ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ

শিক্ষাগত অহৰ্তা বিতৰ্কৰ অৱসান! কেম্ব্ৰিজৰ পৰা ডিগ্ৰী লাভ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.