• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিক্ষাগত অহৰ্তা বিতৰ্কৰ অৱসান! কেম্ব্ৰিজৰ পৰা ডিগ্ৰী লাভ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ

শিক্ষাগত অহৰ্তা বিতৰ্কৰ অৱসান! কেম্ব্ৰিজৰ পৰা ডিগ্ৰী লাভ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ

4 years ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

3 minutes ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

1 hour ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

2 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

3 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

3 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

4 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

4 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

5 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

5 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

6 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

7 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

শিক্ষাগত অহৰ্তা বিতৰ্কৰ অৱসান! কেম্ব্ৰিজৰ পৰা ডিগ্ৰী লাভ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ

editor by editor
February 22, 2022
in ভাৰত, শিক্ষা
0
শিক্ষাগত অহৰ্তা বিতৰ্কৰ অৱসান! কেম্ব্ৰিজৰ পৰা ডিগ্ৰী লাভ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ
0
SHARES
361
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০১৪ চনত লোকসভালৈ নিৰ্বাচিত হৈয়ে এক বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল বিজেপিৰ নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী৷

২০১৪ চনত কেন্দ্ৰত ক্ষমতালৈ আহিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাংসদ স্মৃতি ইৰাণীক মন্ত্ৰী সভাত অন্তভুৰ্ক্ত কৰি বৰ্তমানৰ শিক্ষা তথা তেতিয়াৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ দায়িত্ব অৰ্পণ কৰিছিল৷

তেতিয়াই বিতৰ্কৰ আৱৰ্ত সোমাই পৰিছিল কেন্দ্ৰীয় স্মৃতি ইৰাণী৷ বিৰোধীয়ে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ শিক্ষাগত অহৰ্তাক লৈ প্ৰশ্নৰ উত্থাপন কৰিছিল৷

নিৰ্বাচন আয়োগত দাখিল কৰা শপনামাত উল্লেখ থকা শিক্ষাগত প্ৰমাণ পত্ৰৰ সৈতে তেওঁ উল্লেখ কৰা বিশ্ববিদ্যালয়ৰ পৰা কোনো ডিগ্ৰী লাভ কৰা নাছিল বুলি বিৰোধীয়ে অভিযোগ কৰিছিল৷

স্মৃতি ইৰাণীয়ে ইয়াৰ প্ৰমাণ দিবলৈ গৈও নিজে এক অনাহূত পৰিস্থিতিৰ সন্মুখীন হৈছিল৷ অৱশেষত প্ৰাইভেটতকৈ ডিগ্ৰী লোৱা বুলি বিৰোধীক প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈছিল স্মৃতি ইৰাণীসহ বিজেপি দল৷

তেতিয়া উত্থাপন হোৱা সেই অভিযোগ তথা বিতৰ্কৰ সত্যতা প্ৰমাণ নহ’লেও এতিয়া ৪৫ বছৰৰ বয়সত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কেম্ব্ৰিজৰ পৰা ডিগ্ৰী লোৱা বুলি প্ৰকাশ পাইছে৷

মন্ত্ৰী স্মৃতি ইৰাণীয়ে নিজৰ টুইটাৰ হেণ্ডলত টুইট কৰি লিখিছে যে ২০২১ আৰু ২০২২ বৰ্ষত তেওঁ দুটা ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে৷

মহামাৰীয়ে কেৱল প্ৰত্যাহ্বান অনাই নাছিল, এই মহামাৰীয়ে অধ্যয়নৰ সুযোগও আনি দিয়া বুলি উল্লেখ কৰি স্মৃতি ইৰাণীয়ে লিখিছে যে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ২০২১ বৰ্ষৰ নৱেম্বৰত অনলাইনৰ যোগেদি ইউ চি বাৰ্কেলি পাঠ্যক্ৰমৰ ডিগ্ৰী আৰু ২০২২ৰ ফেব্ৰুৱাৰিত বিজনেছ এনালাইটিকছ : ডিছিশ্যন মেকিং ইউছিং ডাটাৰ ডিগ্ৰীও লাভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalsmriti irani
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক
বিনোদন

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

July 27, 2026
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন
ভাৰত

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

July 27, 2026
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ
অপৰাধ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

July 27, 2026
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!
ভাৰত

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

July 27, 2026
Next Post
জঘন্য! যুৱতীক হত্যা কৰি অপ্ৰাকৃতিক যৌন সম্ভোগ : পত্নীয়ে আৰক্ষীক দিলে খবৰ

জঘন্য! যুৱতীক হত্যা কৰি অপ্ৰাকৃতিক যৌন সম্ভোগ : পত্নীয়ে আৰক্ষীক দিলে খবৰ

টুইটাৰতে আৰম্ভ প্ৰেম! এতিয়া গভীৰ প্ৰেমত আৱদ্ধ চুপাৰষ্টাৰ হৃতিক ৰোশন, প্ৰেমিকা কোন?

টুইটাৰতে আৰম্ভ প্ৰেম! এতিয়া গভীৰ প্ৰেমত আৱদ্ধ চুপাৰষ্টাৰ হৃতিক ৰোশন, প্ৰেমিকা কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.