• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টুইটাৰতে আৰম্ভ প্ৰেম! এতিয়া গভীৰ প্ৰেমত আৱদ্ধ চুপাৰষ্টাৰ হৃতিক ৰোশন, প্ৰেমিকা কোন?

টুইটাৰতে আৰম্ভ প্ৰেম! এতিয়া গভীৰ প্ৰেমত আৱদ্ধ চুপাৰষ্টাৰ হৃতিক ৰোশন, প্ৰেমিকা কোন?

4 years ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

41 minutes ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

2 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

2 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

2 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

3 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

3 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

4 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

5 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

6 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

7 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

8 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

টুইটাৰতে আৰম্ভ প্ৰেম! এতিয়া গভীৰ প্ৰেমত আৱদ্ধ চুপাৰষ্টাৰ হৃতিক ৰোশন, প্ৰেমিকা কোন?

editor by editor
February 22, 2022
in চিনেমা, বিবিধ, সংগীত
0
টুইটাৰতে আৰম্ভ প্ৰেম! এতিয়া গভীৰ প্ৰেমত আৱদ্ধ চুপাৰষ্টাৰ হৃতিক ৰোশন, প্ৰেমিকা কোন?
0
SHARES
233
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমৰ গুঞ্জনত মুখৰিত বলিউদ৷ যোৱা কিছুদিন ধৰি মায়ানগৰীতে দক্ষিণৰ দুই চেলেব্ৰিটি ৰশ্মিকা আৰু বিজয়ৰ প্ৰেমৰ মধুৰ গুঞ্জনো ধ্বনিত হৈছে৷

এই প্ৰেমৰ ধ্বনিতে এইবাৰ যোগ হৈছে বলিউদৰ চুপাৰষ্টাৰ হৃতিক ৰোশনৰ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে এগৰাকী যুৱতীৰ সৈতে হাতে হাতে ধৰি এখন ৰেষ্টুৰেণ্টৰ পৰা হৃতিক ৰোশনক ওলাই অহা দেখা গৈছিল৷ তেতিয়াই হৃতিক ৰোশনে পুনৰ প্ৰেমত পৰা বুলি খুব চৰ্চা লাভ কৰিছিল৷

এই চৰ্চাক এতিয়া অন্য এক মাত্ৰা প্ৰদান কৰিছে খোদ হৃতিক ৰোশনে৷ হৃতিক ৰোশনে সামাজিক মাধ্যমত নিজ পৰিয়ালৰ সৈতে উক্ত যুৱতী গৰাকী থকা ফ’টো শ্বেয়াৰ কৰাৰ পিছতে সংবাদ মাধ্যমে হৃতিকৰ নতুন প্ৰেমক নিশ্চিত কৰিছে৷

এতিয়া প্ৰশ্ন হ’ল কোন সেই যুৱতী? সেই যুৱতী গৰাকী আন কোনো নহয়, তেওঁ হ’ল সংগীত শিল্পী চাবা আজাদ৷

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি দুয়োৰে মাজত টুইটাৰৰ যোগেদি ভাৱ বিনিময় হৈছিল৷ প্ৰথমাৱস্থাত টুইটাৰত প্ৰায় দমাহ পৰ্যন্ত তেওঁলোকে ডেটিং কৰিছিল ৷

উল্লেখ্য যে পত্নী চুজান খানৰ সৈতে বিচ্ছেদ হোৱাৰ পিছৰে পৰা হৃতিক ৰোশচনে ছিংগল হৈ আছে বুলি জনা যায়৷

কিছুদিন পূৰ্বে চুজান খানে সৰু পৰ্দাৰ এগৰাকীৰ অভিনেতাৰ সৈতে অন্তৰংগ ফ’টো শ্বেয়াৰ কৰিছিল৷ সামাজিক মাধ্যমত চুজান খানৰ উক্ত ফ’টোসমূহ ভাইৰেল হোৱাৰ পিছতে সম্পৰ্কত অহা বুলিও চৰ্চা লাভ কৰিছিল৷

তাৰ কিছুদিন পিছতে হৃতিক ৰোশনক হাতে হাতে ধৰি থকা অৱস্থাত এগৰাকীৰ ৰহস্যময়ী যুৱতীৰ সৈতে মুম্বাইৰ বিলাসী ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দেখা পোৱাৰ লগে লগে অভিনেতাগৰাকীও কোনো যুৱতীৰে সম্পৰ্কত অহা বুলি চৰ্চা লাভ কৰিছিল৷ এতিয়া সৈই চৰ্চাই পুনৰ নতুন মাত্ৰা লাভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalhritik roshanSaba Azad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ
অপৰাধ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

July 27, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

July 27, 2026
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ
বিনোদন

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

July 27, 2026
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?
বাণিজ্য

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

July 27, 2026
Next Post
দুৰ্ঘটনাটো মৃত্যু নোহোৱা এই গ্ৰাহাম কোন? কিয় মৃত্যু নহয় পথ দুৰ্ঘটনাত?   

দুৰ্ঘটনাটো মৃত্যু নোহোৱা এই গ্ৰাহাম কোন? কিয় মৃত্যু নহয় পথ দুৰ্ঘটনাত?   

কাচা বাদাম গাই চেলিব্ৰিটি হ’ল ভুৱন! লাখপতি ভুৱনে বিক্ৰী নকৰে এতিয়া কাচা বাদাম

কাচা বাদাম গাই চেলিব্ৰিটি হ’ল ভুৱন! লাখপতি ভুৱনে বিক্ৰী নকৰে এতিয়া কাচা বাদাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.