• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাচা বাদাম গাই চেলিব্ৰিটি হ’ল ভুৱন! লাখপতি ভুৱনে বিক্ৰী নকৰে এতিয়া কাচা বাদাম

কাচা বাদাম গাই চেলিব্ৰিটি হ’ল ভুৱন! লাখপতি ভুৱনে বিক্ৰী নকৰে এতিয়া কাচা বাদাম

5 years ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

22 minutes ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

34 minutes ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

51 minutes ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

1 hour ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

2 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

2 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

3 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

4 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

4 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

6 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

7 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কাচা বাদাম গাই চেলিব্ৰিটি হ’ল ভুৱন! লাখপতি ভুৱনে বিক্ৰী নকৰে এতিয়া কাচা বাদাম

editor by editor
February 22, 2022
in বিবিধ, ভাৰত, সংগীত
0
কাচা বাদাম গাই চেলিব্ৰিটি হ’ল ভুৱন! লাখপতি ভুৱনে বিক্ৰী নকৰে এতিয়া কাচা বাদাম
0
SHARES
530
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিছুদিন পূৰ্বে এটা গান গাই ৰাতিটো ভিতৰতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এজন বাদাম বিক্ৰী কৰা ফেৰীৱালা৷ গানটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে গানটো গোৱা কেচা বাদামৰ ফেৰীৱালাজন হৈ পৰিল চেলিব্ৰেটি৷

সেই ভাইৰেল হোৱা গানটো আছিল ‘বাদাম বাদাম দাদা কাচা বাদাম, আমাৰ কাছে নাই গো বুবু ভাজা বাদাম’৷ আৰু গানটো গাই ভাইৰেল হোৱা বাদাম ফেৰীৱালাজনৰ নাম হ’ল ভুবন বাদ্যকৰ৷ পশ্চিমবংগৰ বীৰভূম অঞ্চলত বাদাম বিক্ৰী কৰা এই ভুবনে এতিয়া ত্যাগ কৰিছে ফেৰীৱালাৰ জীৱন৷ কিন্তু কিয়?

Bhuwan Badyakar at Someplace Else during a concert in Kolkata on Friday 18 February 2022. Photo by ARIJIT SEN

আচলতে সেই গানটো ভাইৰেল হোৱাৰ পিছতে এতিয়া ৰকষ্টাৰ হৈ পৰিছে ভুবন বাদ্যকৰ৷ তেওঁ এতিয়া বিভিন্ন অনুষ্ঠানত প্ৰফশ্যনেল গায়কৰ দৰেই গান গায়৷ সেইদৰে গান গাই ভুবন বাদ্যকৰে উপীৰ্জন কৰে ধন৷ ইয়াৰ পূৰ্বে তেওঁ বাদাম বিক্ৰী কৰি দৈনিক ২৫০ ৰপৰা ৩০০ টকা উপাৰ্জন কৰিছিল৷

এই ভুবন বাদ্যকৰে এতিয়া ফাইভ ষ্টাৰ হোটেলটো সংগীত পৰিৱেশন কৰে৷ অৰ্থাৎ ফাইভ ষ্টাৰ হোটেলত ভুবন বাদ্যকৰে সংগীত পৰিৱেশন কৰি ধন উপাৰ্জন কৰে৷ বিভিন্ন নাইট ক্লাৱত ভুবন বাদ্যকৰৰ গানত এতিয়া যুৱক-যুৱতীয়ে উদ্দাম নৃত্য কৰি যৌৱন উপভোগ কৰে৷

ইফালে ভাইৰেল হোৱা গানটোৰ বাবে ইউটিউবত আপলোড কোৱা মিউজিক কোম্পানীটোৱে ভুবন বাদ্যকৰক ৩ লাখ টকাৰ ৰ’য়েলিটিও দিছে৷ দৰ্শক তথা মানুহৰ এই আদৰ স্নেহ তথা মৰম পাই অভিভূত হৈ পৰা ভুবন বাদ্যকৰক এতিয়া চুবুৰীয়াই বাদাম বিক্ৰী কৰিবলৈ হাক দিছে৷

ইফালে ভুবন বাদ্যকৰে নিজেও অনুভৱ কৰিছে এতিয়া বাদাম বিক্ৰী কৰাতো তেওঁৰ বাবে লজ্জানক কাম৷ কাৰণ বাদাম বিক্ৰী কৰিলে মানুহে তেওঁক এতিয়া ঠাট্টা কৰিব, হাঁহিব৷

ভুবন বাদ্যকৰে এজন শিল্পী হ’ব বিচাৰে৷ চেলিব্ৰিটি হ’ব বিচাৰে ভুবন বাদ্যকৰে৷ সেয়ে ভুবন বাদ্যকৰে এতিয়া  কাচা বাদাম আৰু বিক্ৰী নকৰে৷

উল্লেখ্য যে ৰাণু মণ্ডলৰ পিছত ইণ্টাৰনেটে আৱিষ্কাৰ কৰা প্ৰতিভা হ’ল ভুবন বাদ্যকৰ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbhuban baidykar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?
বাণিজ্য

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

September 29, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

September 29, 2026
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

September 29, 2026
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?
অসম

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

September 29, 2026
Next Post
‘আহক চেলেনত বিতৰ্ক কৰো’, প্ৰধানমন্ত্ৰীক মোদীক প্ৰত্যাহ্বান পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ

‘আহক চেলেনত বিতৰ্ক কৰো’, প্ৰধানমন্ত্ৰীক মোদীক প্ৰত্যাহ্বান পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ

সমগ্ৰ বিশ্বৰ বাবে আজিৰ দিনটো কিয় বিশেষ? কি এই ’পেলিনড্ৰম দিন’?

সমগ্ৰ বিশ্বৰ বাবে আজিৰ দিনটো কিয় বিশেষ? কি এই ’পেলিনড্ৰম দিন’?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.