• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘আহক চেলেনত বিতৰ্ক কৰো’, প্ৰধানমন্ত্ৰীক মোদীক প্ৰত্যাহ্বান পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ

‘আহক চেলেনত বিতৰ্ক কৰো’, প্ৰধানমন্ত্ৰীক মোদীক প্ৰত্যাহ্বান পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ

4 years ago
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

5 minutes ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

34 minutes ago
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

1 hour ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

2 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

3 hours ago
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

3 hours ago
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

4 hours ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

4 hours ago
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

5 hours ago
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

6 hours ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

6 hours ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘আহক চেলেনত বিতৰ্ক কৰো’, প্ৰধানমন্ত্ৰীক মোদীক প্ৰত্যাহ্বান পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ

editor by editor
February 22, 2022
in ভাৰত, ৰাজনীতি
0
‘আহক চেলেনত বিতৰ্ক কৰো’, প্ৰধানমন্ত্ৰীক মোদীক প্ৰত্যাহ্বান পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজৰ দেশতে বিভিন্ন বিতৰ্ক আৰু ব্যৰ্থতাৰ বাবে কৰ্কথনা আৰু সমালোচনাৰ সন্মুখীন হৈ আহিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে৷ এই ইমৰাণ খানে এতিয়া ভাৰতৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টিভিৰ চেনেলত দুয়ো দেশৰ সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰত্যাহ্বান জনাইছে৷

ইফালে কোনো দিনে সংবাদ মাধ্যমৰ সন্মুখীন নোহোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই আহ্বান জনাই ইমৰাণ খানে একপ্ৰকাৰে কটাক্ষ কৰিলেই বুলিবই পাৰিব৷ উল্লেখ্য যে ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰে পৰা যোৱা প্ৰায় ৮ টা বছৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰো সংবাদ মেল সম্বোধন কৰা নাই৷

আনহাতে, পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে কয় যে দুই দেশৰ মাজৰ বিভিন্ন সমস্যাৰাজি সমাধান কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে চেনেলৰ মজিয়াত বহিবলৈ তেওঁ আগ্ৰহী৷

দুদিন পূৰ্বে ৰাছিয়া ভ্ৰমণলৈ যোৱা পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত কয় যে তেওঁ আন্তৰিকভাৱে এটা টিভি চেনেলত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত বহিব বিচাৰে৷

পাক প্ৰধানমন্ত্ৰী গৰাকীৰ মতে সেই আলোচনা অথবা বিতৰ্কত সকলো সমস্যা সমাধান হৈ গ’লে দুয়ো দেশৰ কোটি কোটি মানুহ উপকৃত হ’ব৷

কিন্তু পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ এই প্ৰত্যাহ্বান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰিববলৈ সাহস কৰিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ আনকি ভাৰতে ইমৰাণ খানৰ এই প্ৰত্যাহ্বানৰ সম্পৰ্কেও এতিয়াও আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷

অৱশ্যে, পূৰ্বৰে পৰা ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰি কৈ আহিছে যে পাকিস্তানে সন্ত্ৰাসবাদী সংগঠনসমূহক নিৰ্মূলৰ ব্যৱস্থা গ্ৰহণ নকৰালৈকে ভাৰতে পাকিস্তানৰ লগত আলোচনাত নবহে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalMP ModiPak PM Imran Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ
জীৱনশৈলী

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

May 27, 2026
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ
জীৱনশৈলী

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

May 27, 2026
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী
অসম

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

May 27, 2026
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

May 27, 2026
Next Post
সমগ্ৰ বিশ্বৰ বাবে আজিৰ দিনটো কিয় বিশেষ? কি এই ’পেলিনড্ৰম দিন’?

সমগ্ৰ বিশ্বৰ বাবে আজিৰ দিনটো কিয় বিশেষ? কি এই ’পেলিনড্ৰম দিন’?

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.