• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমগ্ৰ বিশ্বৰ বাবে আজিৰ দিনটো কিয় বিশেষ? কি এই ’পেলিনড্ৰম দিন’?

সমগ্ৰ বিশ্বৰ বাবে আজিৰ দিনটো কিয় বিশেষ? কি এই ’পেলিনড্ৰম দিন’?

5 years ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

29 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

1 hour ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

2 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

3 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

3 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

4 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

4 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

6 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

6 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

7 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

7 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

সমগ্ৰ বিশ্বৰ বাবে আজিৰ দিনটো কিয় বিশেষ? কি এই ’পেলিনড্ৰম দিন’?

editor by editor
February 22, 2022
in Uncategorized
0
সমগ্ৰ বিশ্বৰ বাবে আজিৰ দিনটো কিয় বিশেষ? কি এই ’পেলিনড্ৰম দিন’?
0
SHARES
252
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰ দিনটো হৈছে অতি বৰিল দিন৷ কেবা শতিকাৰ পিছত আজিৰ দিনটো পোৱা গৈছে৷ সাধাৰণভাৱে আজি হৈছে ২০২২ চনৰ ফেব্ৰুৱাৰি মাহৰ ২২ তাৰিখ, অৰ্থাৎ ২২-০২-২০২২৷

কিন্তু সংখ্যাতত্বৰ মতে আজিৰ দিনটো বিশ্বৰ লগতে পৃথিৱীৰ কেলেণ্ডাৰৰ বাবেই এটি অতি বিৰলদিন৷ যদি আমি আজিৰ দনিটোক সংখ্যাৰে লিখো তেতিয়া হ’ব ২২০২২২০২২৷ ইয়াক পেলিনড্ৰম বুলি কোৱা হয়৷ অৰ্থাৎ আজিৰ দিনটো পেলিনড্ৰম দিন!

যি শব্দক চিধাকৈ আৰু ওলোটাকৈ পঢ়িলেও উচ্চাৰণ আৰু অৰ্থ একেই থাকে তাকেই পেলিনড্ৰম বোলা হয়৷ আজি ২০২২ চনৰ ফেব্ৰুৱাৰি মাহৰ ২২ তাৰিখ৷ আজিৰ তাৰিখটোও হৈছে পেলিনড্ৰম৷

অৱশ্যে আজিৰ তাৰিখটো কেৱল পেলিনড্ৰমেই নহয় ই হৈছে এটা এম্বিগ্ৰাম আৰু ‘Twosday’ও৷ এনেধৰণৰ শব্দক এম্বিগ্ৰাম বুলি কোৱা হয় যিবোৰ সংশোধিত কৰি কেবাটাও অ’ৰিয়েন্টেশ্যনত পঢ়িব পাৰি৷ আইনাত প্ৰতিফলিত কৰি পঢ়িব পৰা শব্দকো এম্বিগ্ৰাম বুলি কোৱা হয়৷

আনহাতে সপ্তাহৰ দ্বিতীয়টো দিন মংগলবাৰ পৰাৰ বাবে মানুহে এই বিৰল দিনটোক ‘Twosday’ বুলিও  অভিহিত কৰিছে৷

আজিৰ দিনটো কেৱল এইবোৰ কাৰণেই বিশেষ নহয় বা বিশেষত্ব থকা দিন নহয়৷ তাৰিখ হিচাপে পেলিনড্ৰম দিন আকৌ ২০০ বছৰৰ মূৰতহে পোৱা যাব৷ অৰ্থাৎ আজি পেলিনড্ৰম দিন উদযাপন কৰা কোনো লোকেই পৰৱৰ্তী পেলিনড্ৰম দিন উদযাপন কৰিবলৈ জীয়াই নাথাকিব৷

সেয়ে চাগে আজি সামাজিক মাধ্যমত অসংখ্য লোকে ২০.০২.২০২২ৰ শুভেচ্ছাও জ্ঞাপন কৰাও দেখা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

‘যৌন নিৰ্যাতন, ভিডিঅ’ কলিঙত হস্তমৈথুন’, বলিউদৰ অভিনেত্ৰীৰ মহাবিস্ফোৰণ

‘যৌন নিৰ্যাতন, ভিডিঅ’ কলিঙত হস্তমৈথুন’, বলিউদৰ অভিনেত্ৰীৰ মহাবিস্ফোৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.