• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

1 hour ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

1 hour ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

2 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

2 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

3 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

4 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

4 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

5 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

6 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

7 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

8 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ 23 ফেব্ৰুৱাৰী দিনটো...

editor by editor
February 23, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
300
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ— কৰ্মস্থানত মধ্যম৷ দূৰ ভ্ৰমণৰ যোগ৷ বিদ্যা-বুদ্ধিত শুভ৷ সন্তানক লৈ চিন্তা বাঢ়িব৷ শৰীৰত বিষ হ’ব পাৰে৷ শুভ ৰং মুগা, শুভ সংখ্যা ২

বৃষ— কৰ্মোন্নতিত আনৰ প্ৰভাৱ পৰিব পাৰে৷ বিখ্যাত লোকৰ সংগ পাব পাৰে৷ ভ্ৰমণ নকৰাই ভাল৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫

মিথুন— পশ্চিম দিশত ভ্ৰমণত লাভৱান হ’ব৷ শত্ৰু নাথ হ’ব, গোপন তথ্যৰ সন্ধান পাব পাৰে৷ আৰ্থিক ব্যয়, শৰীৰ মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪

সিংহ— ধাৰ্মিক দিশ প্ৰকাশ পাব৷ কৰ্মব্যস্ততা বাঢ়িব৷ শৰীৰ মধ্যম৷ আৰ্থিক চিন্তা বৃদ্ধি৷ বিষ্ণু ভগৱানক পূজা কৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৩

কন্যা— কোনো যোগাযোগৰ পৰা লাভৱান হ’ব পাৰে৷ কৰ্মস্থানত মধ্যম৷ শিং থকা জীৱ-জন্তুৰ পৰা সাৱধান হওক৷ প্ৰেমত কষ্ট৷ মাখন ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ৫

তুলা— লেখক-লেখিকাৰ সুনাম বৃদ্ধি৷ সততা ৰক্ষা পৰিব৷ শৰীৰ ভাল, কৰ্মব্যস্ততা বাঢ়িব৷ দাম্পত্য শুভ৷ নতুন সংস্থাপন পাব পাৰে৷ ব্যয় বৃদ্ধি৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪

বৃশ্চিক— যান-বাহনত কষ্ট হ’ব পাৰে৷ কৰ্মত মধ্যম৷ নিজৰ শক্তিক বিশ্বাস ৰাখক৷ ব্যয় বৃদ্ধি৷ হালধীয়া শুভ ৰং, শুভ সংখ্যা ৩

ধনু— কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি৷ মনত দুঃশ্চিন্তা নানিব৷ খৰচৰ মাত্ৰা বৃদ্ধি৷ শৰীৰত পুৰণি বেমাৰে কষ্ট দিব পাৰে৷ শুভ ৰং কমলা, শুভ সংখ্যা ৮

মকৰ— কৰ্মত জটিল হ’ব৷ বন্ধুৰ পৰা সাৱধান হওক৷ দুষ্ট লোকৰ পৰা সাৱধান হওক৷ বিদ্যাত শুভ৷ সোণালী ৰং শুভ, শুভ সংখ্যা ৩

কুম্ভ— বাত বিষ হ’ব পাৰে৷ ব্যায়াম বাণিজ্যত শুভ৷ আনৰ ওপৰত ভৰসা নকৰিব, সমস্যা সমাধান হ’ব৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ১

মীন— নতুন যোগাযোগৰ অনুকূল আশা৷ বিদ্যাত মধ্যম৷ আকস্মিক কোনো সুযোগৰ সম্ভাৱনা আছে৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৬

কৰ্কট— কৰ্মস্থানত উচ্চপদস্থ ব্যক্তিৰ লগত সাক্ষাৎ হ’ব পাৰে৷ খৰচ বৃদ্ধি৷ সু-সংবাদ পাব৷ কিছু পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলগা হ’ব পাৰে৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

July 27, 2026
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ
বিনোদন

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

July 27, 2026
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?
বাণিজ্য

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

July 27, 2026
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!
জীৱনশৈলী

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

July 27, 2026
Next Post
‘যৌন নিৰ্যাতন, ভিডিঅ’ কলিঙত হস্তমৈথুন’, বলিউদৰ অভিনেত্ৰীৰ মহাবিস্ফোৰণ

‘যৌন নিৰ্যাতন, ভিডিঅ’ কলিঙত হস্তমৈথুন’, বলিউদৰ অভিনেত্ৰীৰ মহাবিস্ফোৰণ

মাটি খান্দি ৰাতিটোৰ ভিতৰতে কোটিপতি হ’ল এগৰাকী গঞা, কিন্তু কেনেকৈ?

মাটি খান্দি ৰাতিটোৰ ভিতৰতে কোটিপতি হ’ল এগৰাকী গঞা, কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.