• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘যৌন নিৰ্যাতন, ভিডিঅ’ কলিঙত হস্তমৈথুন’, বলিউদৰ অভিনেত্ৰীৰ মহাবিস্ফোৰণ

4 years ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

10 minutes ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

41 minutes ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

1 hour ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

3 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

14 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

15 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘যৌন নিৰ্যাতন, ভিডিঅ’ কলিঙত হস্তমৈথুন’, বলিউদৰ অভিনেত্ৰীৰ মহাবিস্ফোৰণ

editor by editor
February 23, 2022
in চিনেমা, ভাৰত
0
‘যৌন নিৰ্যাতন, ভিডিঅ’ কলিঙত হস্তমৈথুন’, বলিউদৰ অভিনেত্ৰীৰ মহাবিস্ফোৰণ
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদ মানেই যেন ছবি উদ্যোগ আৰু যৌন নিৰ্যাতনৰ একেটা মুদ্ৰাৰ দুটা পিঠি৷ এপিঠিত যদি ছবি উদ্যোগৰ বিভিন্ন প্ৰসংগবোৰ আৰু আনটো পিঠি হৈছে অভিনেত্ৰীৰ ওপৰত চলোৱা যৌন উৎপীড়নৰ খবৰবোৰ৷ এই দুটা পিঠিৰ যৌন নিৰ্যাতনৰ খবৰে মাজে মাজে উত্তাল কৰি আহিছে বলিউদ৷

এইবাৰ পুনৰ যৌন নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী অভিনেত্ৰীয়ে৷ বিভিন্ন সময়ত বিভিন্ন কাৰণত বিতৰ্কৰ আৱৰ্তত সোমাই পৰা অভিনেত্ৰী উৰ্ফি জাভেদে এইবাৰ উত্থাপন কৰিছে যৌন উৎপীড়নৰ গুৰুতৰ অভিযোগ৷

অভিনেত্ৰী উৰ্ফি জাভেদে এইবাৰ এগৰাকী কাষ্টিং ডাইৰেক্টৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ সোমবাৰে নিজৰ ইনষ্টাগ্ৰামৰ ষ্টৰীত বলিউদৰ এই অভিনেত্ৰীগৰাকীয়ে উবেদ আফ্ৰিদি নামৰ এগৰাকী কাষ্টিং ডাইৰেক্টৰ সৈতে হোৱা কিছুসংখ্যক কথোপকথনৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে৷

উক্ত কথোপকথনৰ এটাত দেখা গৈছে কাষ্টিং ডাইৰেক্টৰ গৰাকীয়ে কম্প্ৰ’মাইজৰ বিনিময়ত এটা গানৰ ভিডিঅ’ত অভিনয়ৰ সুযোগ দিয়া হ’ব বুলি উল্লেখ কৰিছে৷ উৰ্ফিয়ে আফ্ৰিদিৰ এই কাৰ্য ৰাজহুৱা কৰি দিম বুলি কোৱাত উৰ্ফিক কোনেও পাট্টা নিদিয়ে বুলি তাচ্ছিল্য কৰিছে৷

ইমানেই নহয়, অভিনেত্ৰীগৰাকীয়ে আফ্ৰিদিৰ বিৰুদ্ধে আৰু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ উৰ্ফিলৈ ভিডিঅ’ কলিং কৰি আফ্ৰিদিয়ে হস্তমৈথুন কৰা বুলিও বিস্ফোৰক অভিযোগ কৰিছে উৰ্ফিয়ে৷

‘‘আমি টকাৰ বাবে পৰিশ্ৰম কৰো৷ সয়ে পাৰিশ্ৰমিক বিচৰাতো অন্যায় নহয়, কিন্তু যৌন নিৰ্যাতন হৈছে অপৰাধ৷’’ অভিনেত্ৰী গৰাকীয়ে কয়৷

উৰ্ফি জাভেদে এই অভিযোগ অনাৰ পিছতে বলিউদৰ অভিনেতা প্ৰিয়ঙ্ক শৰ্মাও একেই অভিযোগ আনিছে৷ প্ৰিয়ঙ্ক শৰ্মায়ো কে’বাটাও স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি আফ্ৰিদিৰ বিৰুদ্ধে তদ্ৰুপ অভিযোগ উত্থাপন কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBollywoodbollywood sexual assaultsexual assault
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

April 17, 2026
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়
জীৱনশৈলী

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

April 17, 2026
Next Post
মাটি খান্দি ৰাতিটোৰ ভিতৰতে কোটিপতি হ’ল এগৰাকী গঞা, কিন্তু কেনেকৈ?

কেৱল জেকলিনেই নহয়, বলিউদৰ বহু অভিনেত্ৰীলৈ মূল্যৱান গিফ্ট মহাপ্ৰৱঞ্চক চন্দ্ৰশেখৰৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন