• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল জেকলিনেই নহয়, বলিউদৰ বহু অভিনেত্ৰীলৈ মূল্যৱান গিফ্ট মহাপ্ৰৱঞ্চক চন্দ্ৰশেখৰৰ!

কেৱল জেকলিনেই নহয়, বলিউদৰ বহু অভিনেত্ৰীলৈ মূল্যৱান গিফ্ট মহাপ্ৰৱঞ্চক চন্দ্ৰশেখৰৰ!

5 years ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

2 seconds ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

24 minutes ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

43 minutes ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

1 hour ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

3 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

4 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

4 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

5 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

5 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

6 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কেৱল জেকলিনেই নহয়, বলিউদৰ বহু অভিনেত্ৰীলৈ মূল্যৱান গিফ্ট মহাপ্ৰৱঞ্চক চন্দ্ৰশেখৰৰ!

editor by editor
February 23, 2022
in অপৰাধ, ভাৰত
0
কেৱল জেকলিনেই নহয়, বলিউদৰ বহু অভিনেত্ৰীলৈ মূল্যৱান গিফ্ট মহাপ্ৰৱঞ্চক চন্দ্ৰশেখৰৰ!
0
SHARES
190
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০০ কোটি টকা প্ৰৱঞ্চৱনাৰ গোচৰত EDএ গ্ৰেপ্তাৰ কৰা মহাপ্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ সম্পৰ্কে আৰু ন ন তথ্য উন্মোচন হৈছে৷

মহাপ্ৰৱঞ্চক চন্দ্ৰশেখৰৰ নতুনকৈ উন্মোচন হোৱা তথ্যই বলিউদকো হচকিত কৰি তোলা দেখা গৈছে৷

EDএ প্ৰকাশ কৰা অনুসৰি চন্দ্ৰশেখৰে বলিউদৰ অভিনেত্ৰী কেৱল জেকলিন ফাৰ্ণাণ্ডেজকে বিলাসী বাহন উপহাৰ দিয়া নাছিল৷ মহাপ্ৰৱঞ্চক চন্দ্ৰশেখৰে জেকলিনৰ বাহিৰে বলিউদৰ আৰু বহু অভিনেত্ৰীক অতি মূল্যৱান উপহাৰ দিছিল৷

সূত্ৰৰ অনুসৰি চন্দ্ৰশেখৰে মূল্যৱান উপহাৰ দিয়া বলিউদৰ অভিনত্ৰীসকলৰ ভিতৰত ছাৰা আলী খান, জাহ্নৱী, ভূমি পাণ্ডেকাৰো আছে৷

অভিযুক্ত সুকেশ চন্দ্ৰশেখৰে অভিনেত্ৰী জাহ্ণৱীক ১৯ লাখ টকাৰ লগতে দামী বেগো উপহাৰ দিছিল৷ আনহাতে নায়িকা ছাৰা আলী খানক দিছিল অতি মূল্যৱান ঘড়ী৷

অৱশ্যে চন্দ্ৰশেখৰে দিয়া উপহাৰটো ভূমি পাণ্ডডাকৰে গ্ৰহণ কৰা নাছিল৷

প্ৰকাশ পোৱা মতে বলিউদৰ বহু অভিনেত্ৰীয়ে কাৰাগাৰত সুকেশ চন্দ্ৰশেখৰক সাক্ষাৎ কৰিবলৈ গৈছিল৷

ইফালে মহাপ্ৰৱঞ্চক চন্দ্ৰশেখৰে কাৰাগাৰৰ পৰা এখন পত্ৰ লিখি দাবী কৰিছিল যে জেকলিন ফাৰ্ণাণ্ডেজৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্কত আছিল আৰু সেয়ে জেকলিনক বিলাসী বাহন উপহাৰ দিছিল৷

অৱশ্যে এই সম্পৰ্কে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBollywoodbollywood actresssukesh chandra sekhar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং
অসম

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ
অসম

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

September 29, 2026
Next Post
ফেচবুকে সাময়িকভাৱে নিষিদ্ধ কৰিলে বিতৰ্কিত লেখিকা তছলিমা নাছৰিণক! কিন্তু কিয়?

ফেচবুকে সাময়িকভাৱে নিষিদ্ধ কৰিলে বিতৰ্কিত লেখিকা তছলিমা নাছৰিণক! কিন্তু কিয়?

ডাউদ ইব্ৰাহিমৰে ধনৰ লেনদেন : মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকক গ্ৰেপ্তাৰ EDৰ

ডাউদ ইব্ৰাহিমৰে ধনৰ লেনদেন : মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকক গ্ৰেপ্তাৰ EDৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.