• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেচবুকে সাময়িকভাৱে নিষিদ্ধ কৰিলে বিতৰ্কিত লেখিকা তছলিমা নাছৰিণক! কিন্তু কিয়?

ফেচবুকে সাময়িকভাৱে নিষিদ্ধ কৰিলে বিতৰ্কিত লেখিকা তছলিমা নাছৰিণক! কিন্তু কিয়?

5 years ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

52 minutes ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

1 hour ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

2 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

2 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

3 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

4 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

5 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

6 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

7 hours ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

7 hours ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

8 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ফেচবুকে সাময়িকভাৱে নিষিদ্ধ কৰিলে বিতৰ্কিত লেখিকা তছলিমা নাছৰিণক! কিন্তু কিয়?

editor by editor
February 23, 2022
in বিশ্ব, ভাৰত
0
ফেচবুকে সাময়িকভাৱে নিষিদ্ধ কৰিলে বিতৰ্কিত লেখিকা তছলিমা নাছৰিণক! কিন্তু কিয়?
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশৰ নিৰ্বাসিত বিতৰ্কিত লেখিকা তছলিমা নাছৰিণক সামাজিক মাধ্যমৰ জনপ্ৰিয় চাইট ফেচবুকে নিষিদ্ধ কৰিছে৷

 

যোৱা ২১ ফেব্ৰুৱাৰীত ফেচবুকে সাময়িকভাৱে বিতৰ্কিত লেখিকা তছলিমা নাছৰিণক নিষিদ্ধ কৰিছে৷ উল্লেখ্য যে ২১ ফেব্ৰুৱাৰীত বিশ্ব মাতৃভাষা দিৱস আছিল৷ মাতৃভাষা দিৱসৰ দিনা মাতৃভাষা বিষয়ে বিশেষ কিবা লিখিছিল তছলিমা নাছৰিণে৷

 

তছলিমাই লিখিছিল তেওঁৰ মাতৃভূমি বাংলাদেশত কেনেকৈ মাতৃভাষা দিৱস পালন কৰা হয়? স্মৃতিকাতৰ হৈ তছলিমাই নিজ মাতৃভূমি বাংলাদেশৰ সম্পৰ্কেও লিখিছিল৷ সততে বিতৰ্কিত পোষ্ট আদি লিখাৰ বাবেই তছলিমা নাছৰিণক ফেচবুকে সাময়িকভাৱে নিষিদ্ধ কৰা বুলি ধাৰণা কৰা হৈছে৷

 

ফেচবুকে সাময়িকভাৱে নিষিদ্ধ কৰাৰ ফলত অহা ২৮ দিনলৈ তছলিমা নাছৰিণৰ পোষ্টবোৰ সকলোৰে পোষ্টৰ তলত থাকিব৷ যাৰ ফলত তেওঁৰ পোষ্ট সকলোৰে দৃষ্টিগোচৰ নহ’ব৷

 

৪৫ ঘণ্টা পৰ্যন্ত তেওঁ কোনো পোষ্ট আৰু মন্তব্য দিব নোৱাৰিব তছলিমা নাছৰিণে৷ পাঁচদিনৰ বাবে তছলিমাই কোনো গ্ৰুপতো যোগ দিব নোৱাৰিব৷

 

এইদৰে ফেচবুকৰ সাময়িক নিষিদ্ধকৰণৰ সন্মুখীন হৈ তছলিমাই লিখিছে, ‘এয়াই মোৰ বাবে ২১ ফেব্ৰুৱাৰীৰ উপহাৰ৷’’

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalfacebook ban taslima nasrintaslima nasrin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প
বিশ্ব

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

October 24, 2026
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা
বিশ্ব

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

October 24, 2026
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন
ভাৰত

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

October 24, 2026
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ
ভাৰত

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

October 24, 2026
Next Post
ডাউদ ইব্ৰাহিমৰে ধনৰ লেনদেন : মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকক গ্ৰেপ্তাৰ EDৰ

ডাউদ ইব্ৰাহিমৰে ধনৰ লেনদেন : মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকক গ্ৰেপ্তাৰ EDৰ

বিশ্বৰ ধনাঢ্য ব্যক্তি ৫০ বছৰীয়া এলান মাস্কৰ ২৭ বছৰীয়া অভিনেত্ৰীৰে প্ৰেম! কোন এই অভিনেত্ৰী?

বিশ্বৰ ধনাঢ্য ব্যক্তি ৫০ বছৰীয়া এলান মাস্কৰ ২৭ বছৰীয়া অভিনেত্ৰীৰে প্ৰেম! কোন এই অভিনেত্ৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.