• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ ধনাঢ্য ব্যক্তি ৫০ বছৰীয়া এলান মাস্কৰ ২৭ বছৰীয়া অভিনেত্ৰীৰে প্ৰেম! কোন এই অভিনেত্ৰী?

বিশ্বৰ ধনাঢ্য ব্যক্তি ৫০ বছৰীয়া এলান মাস্কৰ ২৭ বছৰীয়া অভিনেত্ৰীৰে প্ৰেম! কোন এই অভিনেত্ৰী?

5 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

9 minutes ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

19 minutes ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

31 minutes ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

41 minutes ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

1 hour ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

2 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

5 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

5 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

7 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

7 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

8 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিশ্বৰ ধনাঢ্য ব্যক্তি ৫০ বছৰীয়া এলান মাস্কৰ ২৭ বছৰীয়া অভিনেত্ৰীৰে প্ৰেম! কোন এই অভিনেত্ৰী?

editor by editor
February 23, 2022
in বিবিধ, বিশ্ব
0
বিশ্বৰ ধনাঢ্য ব্যক্তি ৫০ বছৰীয়া এলান মাস্কৰ ২৭ বছৰীয়া অভিনেত্ৰীৰে প্ৰেম! কোন এই অভিনেত্ৰী?
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এল’ন মাস্ক৷ বিশ্বৰ বৰ্তমানৰ আটাইতকৈ ধনী ব্যক্তি৷ এগৰাকী ২৭ বছৰীয়া অভিনেত্ৰীৰ সৈতে ৫০ বছৰীয়া এই এল’ন মাস্কে নতুনকৈ প্ৰেমৰ সম্পৰ্ক গঢ়িছে৷

প্ৰকাশিত বাতৰি অনুসৰি মাস্কে আষ্ট্ৰেলিয়াৰ ২৭ বৰ্ষীয় অভিনেত্ৰী নাতাশা বেছেটৰ সৈতে প্ৰেমৰ সম্পৰ্কত গঢ়ি তুলিছে৷

সংবাদ পত্ৰ ডেইলী মিলৰ মতে অভিনেত্ৰী নাতাশাই এলান মাস্কৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকা বুলি দাবী কৰিছে৷

‘’৫০ বছৰীয়া তেওঁ মোৰ প্ৰেমত আৱদ্ধ৷ কিন্তু মই তেওঁৰ বেংক বেলেঞ্চৰ প্ৰেমত পৰা নাই৷’’ অভিনেত্ৰীগৰাকীয়ে ডেইলী মিলক কয়৷

উল্লেখ্য যে এলান মাস্কৰ বৰ্তমান সম্পত্তিৰ পৰিমাণে ২৩৩ বিলিয়ন মাৰ্কিন ড’লাৰ অতিক্ৰম কৰিছে৷

এল’ন মাস্কক অভিনেত্ৰী নাতাশাৰ সৈতে ল’ছ এঞ্জেলছত একেলগে দেখা গৈছিল৷ তেওঁলোকৰ এক ঘণিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে যে বিগত কিছু দিনৰ পৰা দুয়ো সঘনাই মিলিত হৈছে৷ প্ৰথমে দুয়োৱে বন্ধুত্ব গঢ়ি এতিয়া প্ৰেমত আৱদ্ধ হৈ আছে৷

স্মৰ্তব্য যে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত গায়িকা গ্ৰীম্ছে সৈতে সম্পৰ্ক শেষ কৰিছিল এলান মাস্কে৷ গ্ৰীম্ছ-এ সামাজিক মাধ্যম যোগে সম্পৰ্ক শেষ কৰাৰ কথা নিজেই ঘোষণা কৰিছিল৷

মাস্ক আৰু গ্ৰীম্ছে এটা এবছৰীয়া পুত্ৰ সন্তানো আছে৷ ইফালে এলান মাস্কৰ আৰু প্ৰথমা পত্নী আস্তিন মাস্কৰ পাঁচটা সন্তান আছে৷ ইমানেই নহয় ব্ৰিটিছ অভিনেত্ৰী তলুলাহ ৰিলেৰ সৈতেও এলানে বিবাহপাশত আৱদ্ধ হৈছিল৷

গ্ৰীম্ছেৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকাৰ পূৰ্বেও এল’ন মাস্কে অন্য কে’বাগৰাকী সুন্দৰীৰ সৈতে প্ৰেমাৱদ্ধ হৈ আছিল৷ সদাগৰ এল’ন মাস্কে ইগৰাকীৰ পিছত সিগৰাকীকৈ সুন্দৰী নাৰীক জীৱনৰ পৰা বিদায় দি পুনৰ আদৰি লয় অন্য এগৰাকী সুন্দৰী নাৰীক৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalelon musk
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
পাকিস্তানৰ আকাশত অচিনাক্ত ৰহস্যময়ী যান : সন্দেহ এলিয়নৰ প্ৰৱেশ!

পাকিস্তানৰ আকাশত অচিনাক্ত ৰহস্যময়ী যান : সন্দেহ এলিয়নৰ প্ৰৱেশ!

বিপদত বিতৰ্কৰ কুইন কংগণা ৰাণাৱট : হাজিৰ হ’ব লাগিব আদালতৰ কাঠগৰাত

বিপদত বিতৰ্কৰ কুইন কংগণা ৰাণাৱট : হাজিৰ হ’ব লাগিব আদালতৰ কাঠগৰাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.