• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাউদ ইব্ৰাহিমৰে ধনৰ লেনদেন : মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকক গ্ৰেপ্তাৰ EDৰ

ডাউদ ইব্ৰাহিমৰে ধনৰ লেনদেন : মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকক গ্ৰেপ্তাৰ EDৰ

5 years ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

24 minutes ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

39 minutes ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

1 hour ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

1 hour ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

2 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

3 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

4 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

5 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

5 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

6 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ডাউদ ইব্ৰাহিমৰে ধনৰ লেনদেন : মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকক গ্ৰেপ্তাৰ EDৰ

editor by editor
February 23, 2022
in Uncategorized
0
ডাউদ ইব্ৰাহিমৰে ধনৰ লেনদেন : মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকক গ্ৰেপ্তাৰ EDৰ
0
SHARES
152
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰাষ্ট্ৰৰ সংখ্যালঘু মন্ত্ৰণালয় বিভাগৰ মন্ত্ৰী নৱাব মালিকক গ্ৰেপ্তাৰ কৰিছে এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰ(ED)এ৷

বুধবাৰে মন্ত্ৰী নৱাব মালিকক বিত্তীয় প্ৰৱঞ্চনা তথা আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিমৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে৷

বুধবাৰে পুৱা EDৰ এটা দলে মন্ত্ৰী নৱাব মালিকৰ বাসগৃহত উপস্থিত হৈ এঘণ্টাৰ বাবে সোধপোছ কৰাৰ পিছতে তদন্তকাৰী সংস্থাটোৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয়৷ সংস্থাটোৰ কাৰ্যালয়ত ৮ ঘণ্টাজোৰা মাৰথান জেৰাৰ অন্তত EDএ মন্ত্ৰী মালিকক গ্ৰেপ্তাৰ কৰে৷

EDৰ বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে যে মন্ত্ৰী মালিকে তদন্তকাৰী সংস্থাটোৰ সৈতে সহযোগিতা কৰা নাছিল৷

ইফালে স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ পথত সংবাদিকৰ আগত মন্ত্ৰী মালিকে কয় যে ‘তেওঁ সকলোবোৰ ফাদিল কৰিব আৰু এই যুঁজত জিকিবই’৷

ইফালে নৱাব মালিকৰ গ্ৰেপ্তাৰ পিছতে তেওঁৰ দল ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

‘‘প্ৰতিদিনে বিজেপি-এনচিবি-চিবিআই-ইডিৰ নেক্সাছ ফাদিল কৰি অহাৰ বাবে নৱাব মালিকক অন্যায়ভাৱে সোধপোচ কৰি গ্ৰেপ্তাৰ কৰা হৈছে৷ আমি পিছুৱাই নাহো৷ এচিপি-ৰ বিজেপি আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ সকলো কুকৰ্মৰ ফাদিল কাৰ্য অব্যাহত থাকিব৷’’ দলটোৰ মুখপাত্ৰ সঞ্জয় থাতকাৰেই কয়৷

উল্লেখ্য যে যোৱা কে’বামাহৰ পৰা নৱাব মালিকে এনচিবি, চিবিআই, ইডি আৰু বিজেপিৰ নেক্সাছৰ বিৰুদ্ধে সৰৱ হৈ আহিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
বিশ্বৰ ধনাঢ্য ব্যক্তি ৫০ বছৰীয়া এলান মাস্কৰ ২৭ বছৰীয়া অভিনেত্ৰীৰে প্ৰেম! কোন এই অভিনেত্ৰী?

বিশ্বৰ ধনাঢ্য ব্যক্তি ৫০ বছৰীয়া এলান মাস্কৰ ২৭ বছৰীয়া অভিনেত্ৰীৰে প্ৰেম! কোন এই অভিনেত্ৰী?

পাকিস্তানৰ আকাশত অচিনাক্ত ৰহস্যময়ী যান : সন্দেহ এলিয়নৰ প্ৰৱেশ!

পাকিস্তানৰ আকাশত অচিনাক্ত ৰহস্যময়ী যান : সন্দেহ এলিয়নৰ প্ৰৱেশ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.