• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্ঘটনাটো মৃত্যু নোহোৱা এই গ্ৰাহাম কোন? কিয় মৃত্যু নহয় পথ দুৰ্ঘটনাত?   

দুৰ্ঘটনাটো মৃত্যু নোহোৱা এই গ্ৰাহাম কোন? কিয় মৃত্যু নহয় পথ দুৰ্ঘটনাত?   

5 years ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

14 minutes ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

59 minutes ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

1 hour ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

3 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

3 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

5 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

6 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

15 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

15 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

দুৰ্ঘটনাটো মৃত্যু নোহোৱা এই গ্ৰাহাম কোন? কিয় মৃত্যু নহয় পথ দুৰ্ঘটনাত?   

editor by editor
February 22, 2022
in বিবিধ, বিশ্ব
0
দুৰ্ঘটনাটো মৃত্যু নোহোৱা এই গ্ৰাহাম কোন? কিয় মৃত্যু নহয় পথ দুৰ্ঘটনাত?   
0
SHARES
276
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাম গ্ৰাহাম৷ সম্পূৰ্ণভাৱে ক’বলৈ গ’লে হ’ল মীট গ্ৰাহাম৷ এই মীট গ্ৰাহাম প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কোৱা হয় প্ৰেজক্ট গ্ৰাহাম৷

এতিয়া প্ৰশ্ন, হ’ল কি এই গ্ৰাহাম? কোন এই গ্ৰাহাম? কিয় দুৰ্ঘটনাটো মৃত্যু নহয় গ্ৰাহামৰ? কেনেকৈ ৰক্ষা পৰে গ্ৰাহামে?

এই গ্ৰাহাম হৈছে পথ দুৰ্ঘটনাটো বাছি থাকিব পৰা এজন মানৱ! যিটোক ডিজাইন আৰু অস্ত্ৰোপচাৰ কৰি প্ৰস্তুত কৰিছে চিকিৎসকসহ শিল্পীৰ এটা দলে৷

২০১৬ চনত আৰম্ভ কৰাএই প্ৰকল্পটোত জড়িত আছে প্ৰধানত তিনিগৰাকী ব্যক্তি৷ তেওঁলোক হৈছে অষ্ট্ৰেলিয়াৰ মেল’বৰ্ণৰ শিল্পী পাট্ৰিকিয়া পিক্কিনিনি, ট্ৰিউমাৰ চাৰ্জন ডাঃ খ্ৰিষ্টিয়ান কেনফিল্ড ম’ণাছ ইউনিভাৰ্ছিটি এক্সিডেন্ট ৰিচাৰ্ছ চেণ্টাৰৰ দুৰ্ঘটনা বিশেষজ্ঞ ডাঃ ডেভিদ ল’গান৷

এই সম্পূৰ্ণ প্ৰকল্পটোৰ বাবে ব্যয় হৈছিল ১৪৯,০০০ৰ পৰা ২০০,০০০ অষ্ট্ৰেলিয়ান ড’লাৰ৷ ২০১৬ চনত ৮ আগষ্টত ষ্টেট লাইবেৰী অৱ ভেক্টোৰিয়াত মীট গ্ৰাহাম প্ৰকল্পৰ এই আৰ্হিটো প্ৰদৰ্শন কৰা হৈছিল৷ আৰু প্ৰায় ডেৰটা বছৰৰ অন্তত ২০১৮ চনৰ ফেব্ৰুৱাৰীত এই প্ৰকল্পটো সফলতাৰে সম্পন্ন কৰা হৈছিল৷

‘ৰাজহুৱা সুৰক্ষা’ অভিযান ‘‘টুৱাৰ্ড জিৰ’’ৰ অংশ এই ডিজাইনটোৱে ২০১৭ চনৰ বীজলে ডিজাইন অৱ দ্য ইয়েৰত মনোনীত হৈ ইয়াৰ খিতাপো লাভ কৰিছিল৷

এতিয়া আহো কি আছিল এই প্ৰজেক্ট গ্ৰাহাম? এই প্ৰজেক্ট গ্ৰাহাম হৈছে দুৰ্ঘটনাটো প্ৰাণৰক্ষা পোৱা এটা শাৰীৰিক অৱয়ৱ৷ যিটোক দুৰ্ঘটনা বিশেষজ্ঞ ডাঃ বেভিদ ল’গানৰ গৱেষণা, শিল্পী পাট্ৰিকিয়াৰ আৰ্হি প্ৰস্তুত আৰু চাৰ্জন ডাঃ কেনফিল্ডে অস্ত্ৰোপচাৰ সম্পন্ন কৰি সম্পূৰ্ণ কৰি তুলিছিল৷

প্ৰকল্পটোৰ দ্বাৰা দুৰ্ঘটনাগ্ৰস্ত মানুহে আটাইতকৈ আঘাতপ্ৰাপ্ত হোৱা তথা আঘাত লাভ কৰি মৃত্যু মুখত পৰা অংশসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা বিভিন্ন কোষ সংলগ্ন কৰি গ্ৰাহামক প্ৰস্তুত কৰা হৈছিল৷ যাৰ দ্বাৰা যিকোনো ভয়ংকৰ দুৰ্ঘনাটোত গ্ৰাহামৰ মৃত্যু নহয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalgrahammeet grahamproject graham
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?
অসম

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

September 29, 2026
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ
বিশ্ব

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

September 29, 2026
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস
ক্ৰীড়া

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

September 29, 2026
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ
নিয়োগ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

September 29, 2026
Next Post
কাচা বাদাম গাই চেলিব্ৰিটি হ’ল ভুৱন! লাখপতি ভুৱনে বিক্ৰী নকৰে এতিয়া কাচা বাদাম

কাচা বাদাম গাই চেলিব্ৰিটি হ’ল ভুৱন! লাখপতি ভুৱনে বিক্ৰী নকৰে এতিয়া কাচা বাদাম

‘আহক চেলেনত বিতৰ্ক কৰো’, প্ৰধানমন্ত্ৰীক মোদীক প্ৰত্যাহ্বান পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ

‘আহক চেলেনত বিতৰ্ক কৰো’, প্ৰধানমন্ত্ৰীক মোদীক প্ৰত্যাহ্বান পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.