• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

25 minutes ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

60 minutes ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

2 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

3 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

3 hours ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

4 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

4 hours ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

5 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

6 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

7 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

7 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ 22 ফেব্ৰুৱাৰী দিনটো...

editor by editor
February 22, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
63
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ— মাটি-বাৰি, ধন লাভৰ যোগ; সুবন্ধু লগ পাব; শাৰীৰিক বিষ-বেদনা বৃদ্ধি পাব; ভ্ৰমণত শুভ; শুভ ৰং সেউজীয়া; শুভ সংখ্যা ৫।

বৃষ— ঘৰ-দুৱাৰ উন্নতিৰ চিন্তা; দাম্পত্যত বিশৃংখলা; ৰহস্যমূলক কামত মনোযোগ বৃদ্ধি; ভ্ৰমণত মাধ্যম; মেৰুন শুভ ৰং; শুভ সংখ্যা ৯।

মিথুন— কর্মস্থানত উন্নতি; শত্ৰু বৃদ্ধি হ’ব; শাৰীৰিক উন্নতি হ’ব; ব্যয় বৃদ্ধি; আপোনাৰ কথাত আনক কষ্ট দিব পাৰে; শুভ ৰং হালধীয়া; শুভ সংখ্যা ২।

কর্কট— সামজিক স্থিতি উন্নতি; লগ-বন্ধুৰ পৰা হানি হ’ব পাৰে; নিজক ব্যস্ত কৰি ৰাখক; নীলা ৰং শুভ; শুভ সংখ্যা ৪।

সিংহ— বন্ধুৰ সংখ্যা বৃদ্ধি পাব; ব্যৱসায়ত মন স্থিৰ কৰি ৰাখক; সোচৰা ব্যাধিয়ে আমনি কৰিব; কর্মত উন্নতি; গোলাপী শুভ ৰং; শু সংখ্যা ১।

কন্যা— ৰাজনীতিৰ লগত জড়িত ব্যক্তি বলিষ্ঠ পদক্ষেপ পাব; মিলিজুলি কাম কৰিলে অধিক লাভৱান হ’ব; ভ্ৰমণত মাধ্যম; নীলা শুভ ৰং; শুভ সংখ্যা ৭।

তুলা— চিঙা বা ফটা বস্ত্ৰ পৰিধান নকৰিব; মানসিক শক্তি উন্নত স্থান পাব; গণেশক পূজা কৰক; শুভ ৰং ৰঙা; শুভ সংখ্যা ৮।

বৃশ্চিক— কর্মত উন্নতি যুগ; দূৰণি সংবাদে আনন্দিত দিব; কিছুমান ক্ষেত্ৰত নিৰৱতা অৱলম্বন কৰিব; বগা ৰং ব্যৱহাৰ কৰিব; শুভ সংখ্যা ৬।

ধনু— সততাত আনে আঘাট কৰিব পাৰে; কৰ্মস্থান নতুন উদ্যমেৰে কাম কৰিবলৈ উৎসাহ পাব; শুভ ৰং গেৰুৱা; শুভ সংখ্যা ৯।

মকৰ— নতুন কামত তৎপৰতা বাঢ়িব; গোপনীয় কাৰ্যত তথ্য সংগ্ৰহত কৃতকাৰ্য হ’ব; শত্ৰুৰ ষড়যন্ত্ৰৰ ব্যৰ্থ হ’ব; গোলপীয়া শুভ ৰং; শুভ সংখ্যা ৫।

কুম্ভ— নতুন কৰ্মসংস্থাপনৰ যোগ; মূৰৰ বিষত কষ্ট পাব পাৰে; বিশ্বাসযোগ্যতা বৃদ্ধি পাব; শুভ ৰং বাদামী; শুভ সংখ্যা ৩।

মীন— ৰাজনৈতিক ক্ষেত্ৰত অলপ জটিল সমস্যাৰ সন্মুখীন হ’ব; কৰ্মস্থানত ব্যস্ততা বাঢ়িব; পুৰণি কথাই মনত কষ্ট দিব; শুভ ৰং বগা; শুভ সংখ্যা ৪।

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarastrologyastronomyaxom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in Assamdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assamese
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা
বিশ্ব

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

July 16, 2026
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা
নিয়োগ

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

July 16, 2026
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’
বিনোদন

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

July 16, 2026
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?
বিনোদন

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

July 16, 2026
Next Post
ইউৰোপত যুদ্ধৰ দামামা : ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী দুই অঞ্চলক স্বাধীনতা ঘোষণা ৰাছিয়াৰ

ইউৰোপত যুদ্ধৰ দামামা : ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী দুই অঞ্চলক স্বাধীনতা ঘোষণা ৰাছিয়াৰ

অপৰাধ নগৰীলৈ ৰূপান্তৰ গুৱাহাটী! দুৰ্বৃত্তৰ গুলীত প্ৰাণ গ’ল ব্যৱসায়ীৰ

অপৰাধ নগৰীলৈ ৰূপান্তৰ গুৱাহাটী! দুৰ্বৃত্তৰ গুলীত প্ৰাণ গ’ল ব্যৱসায়ীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.