• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাগৰ তলিত শুবৰে মন বুলি গীতত কণ্ঠ নিগৰাই সাগৰ তলিতেই শেষ নিশ্বাস ত্যাগ কৰিলে জুবিনে

সাগৰ তলিত শুবৰে মন বুলি গীতত কণ্ঠ নিগৰাই সাগৰ তলিতেই শেষ নিশ্বাস ত্যাগ কৰিলে জুবিনে

9 months ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

6 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

12 hours ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

12 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

12 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

13 hours ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

13 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

14 hours ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

15 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

16 hours ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

16 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

18 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাগৰ তলিত শুবৰে মন বুলি গীতত কণ্ঠ নিগৰাই সাগৰ তলিতেই শেষ নিশ্বাস ত্যাগ কৰিলে জুবিনে

সাগৰ তলিত শুবৰে মন বুলি গীতত কণ্ঠ নিগৰাই সাগৰ তলিতেই শেষ নিশ্বাস ত্যাগ কৰিলে জুবিনে

editor by editor
September 19, 2025
in জীৱনশৈলী
0
সাগৰ তলিত শুবৰে মন বুলি গীতত কণ্ঠ নিগৰাই সাগৰ তলিতেই শেষ নিশ্বাস ত্যাগ কৰিলে জুবিনে
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাগৰ তলিত শুবৰে মন বুলি গীতত কণ্ঠ নিগৰাইছিল জুবিনে৷ জুবিনৰ সেই কামনাই যেন পূৰণ হ’ল৷ সাগৰ তলিতেই শেষ হৈ গ’ল সেই সুৰীয়া সত্বা৷ কোটি কোটি অনুৰাগীক কন্দুৱাই সাগৰ তলিতেই বিদায় ল’লে জুবিনে৷ এই দুখবৰ ছিংগাপুৰৰ পৰা আহিছে বিদেশ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটালৈ। খবৰটো প্ৰায়েই শোকস্তদ্ধ হৈ পৰিছিল পবিত্ৰ মাৰ্ঘেৰিটা। আনুষ্ঠানিকভাৱে ছিংগাপুৰ বিদেশ মন্ত্ৰালয়ৰ পৰা দিয়া হৈছিল জুবিন গাৰ্গৰ উশাহ স্তব্ধ হোৱাৰ খবৰ৷ পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰথম এই খবৰ দিছিল মুখ্যমন্ত্ৰীক। শোকস্তদ্ধ হৈ পৰিছিল মুখ্যমন্ত্ৰীও। বি টি চিৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰীয়ে লগে লগেই বাতিল কৰিছে সকলো অনুষ্ঠান৷ মুখ্যমন্ত্ৰীয়ে এই খবৰ পায়েই লিখিছে, জুবিন নোহোৱা হোৱাৰ দুখতকৈনো ডাঙৰ দুখ আৰু কি হ’ব পাৰে?

ৰাজ্যত এই খবৰ বিয়পি পৰাৰ পাছত শোকত ভাগি পৰিছে গুণমুদ্ধ। সকলোৰে চকুত কেৱল চকুপানী। বিশ্বাস কৰিব পৰা নাই এই দুঃখবৰ। জুবিনৰ মৃত্যু হৈছে ১৯ছেপ্টেম্বৰ, শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি আবেলি ২.৪৫বজাত। হাঁহি হাঁহি ঘৰৰ পৰা ওলাই যোৱা জুবিন আৰু জীৱন্তে উভতি নাহে অসমলৈ৷ এই খবৰে সকলোকে ভাঙি পেলাইছে৷ বহু অনুৰাগীয়ে কান্দি কান্দি এটাই প্ৰাৰ্থনা কৰিছে এই খবৰ মিছা হওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

June 22, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

June 21, 2026 - Updated on June 22, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

June 21, 2026
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

June 21, 2026
Next Post
গৰিমাই এতিয়াও প্ৰাৰ্থনা কৰি আছে, জুবিনে উশাহটো লৈ থাকক! ছিংগাপুৰত সম্পন্ন মৰোণোত্তৰ পৰীক্ষা, নিশাই নশ্বৰ দেহ অসমলৈ অনাৰ সম্ভাৱনা

গৰিমাই এতিয়াও প্ৰাৰ্থনা কৰি আছে, জুবিনে উশাহটো লৈ থাকক! ছিংগাপুৰত সম্পন্ন মৰোণোত্তৰ পৰীক্ষা, নিশাই নশ্বৰ দেহ অসমলৈ অনাৰ সম্ভাৱনা

ব্ৰহ্মপুত্ৰ হোৱা হ’লে জুবিন দাক উভতাই পথালে হেঁতেন, কিন্তু সেয়া বিদেশৰ সাগৰ আছিল, বুজি নাপালে তেওঁৰ গভীৰতা ! স্কুবা ডাইভিং কৰাটো উচিত নাছিল নেকি জুবিনৰ বাবে?

ব্ৰহ্মপুত্ৰ হোৱা হ’লে জুবিন দাক উভতাই পথালে হেঁতেন, কিন্তু সেয়া বিদেশৰ সাগৰ আছিল, বুজি নাপালে তেওঁৰ গভীৰতা ! স্কুবা ডাইভিং কৰাটো উচিত নাছিল নেকি জুবিনৰ বাবে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.