অগপৰ পাবত গজা নেতাৰ স্পষ্টীকৰণ। সাংবাদিকক নীতি শিক্ষা দিয়া জিতু বৰগোহাঁইৰ আজি A TO Zলৈ নাযাওঁ। ABCতেই স্পষ্টীকৰণৰ উত্তৰ দিলে ‘অসম লাইভ ২৪’-এ।