অতুল বৰাৰ বিৰুদ্ধে কেৱল প্ৰফুল্ল কুমাৰ মহন্তই নহয়, এইবাৰ বিদ্ৰোহ সূচনা কৰাৰ সম্ভাৱনা আছে অগপৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। কিন্তু কিয়?