• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

6 months ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

4 minutes ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

9 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

9 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

9 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

10 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

10 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

11 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

11 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

12 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

13 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

14 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

editor by editor
March 27, 2026
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য
0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পশ্চিম এছিয়াৰ সামৰিক সংঘাতৰ প্ৰায় এমাহেই হ’ব৷ এই পৰিস্থিতিত ইন্ধন, গেছৰ সৰবৰাহক লৈ দেশ কিমান প্ৰস্তুত সেয়া চালিজাৰি চাবৰ বাবেই শুকুৰবাৰে সমস্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ জৰুৰী বৈঠকৰ আয়োজন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ শুকুৰবাৰে সন্ধিয়া ৬বাজি৩০ মিনিটত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে এই বৈঠক হ’ব বুলি জনা গৈছে৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ দপ্তৰৰ পৰা জনোৱা হৈছে এই কথা৷

সূত্ৰৰ খবৰ অনুসৰি দেশত ইন্ধন, তেল, গেছৰ সৰবৰাহৰ পৰিস্থিতি কি, ৰাজ্যসমূহে কি কি ব্যৱস্থা লৈছে, নাগৰিকসকলৰ নিৰাপত্তাৰ বিষয়েও আলোচনা হব পাৰে৷ এই সংকটময় পৰিস্থিতিত কেন্দ্ৰৰ সৈতে সমন্বয় ৰাখি সমস্ত ৰাজ্যৰ একলগে কাম কৰাৰ বাৰ্তাও দিব পাৰে বুলি ধাৰণা কৰিছে বহুজনে৷ সূত্ৰৰ খবৰ অনুসৰি এই সংকটময় সময়ত দেশৰ আভ্যন্তৰীণ স্থিতিশীলতা কেনেকৈ বজায় ৰাখিব পাৰি, ৰাজ্যসমূহে কোনো বিকল্প ব্যৱস্থাৰ প্ৰস্তুতি লৈছে নে নাই? বৈঠকত সেই বিষয়সমূহক লৈয়ো আলোচনা হব পাৰে৷

অৱশ্যে এই মিটিঙত অসমসহ পাঁচ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰিবৰ্তে মুখ্যসচিবে বৈঠকত যোগ দিব বুলি সূত্ৰই প্ৰকাশ কৰিছে৷ সূত্ৰৰ খবৰ অনুসৰি কভিডৰ সময়ত যেনেকৈ সকলো ৰাজ্যই একেলগে কান্ধত কান্ধ মিলাই কেন্দ্ৰৰ সৈতে সমন্বয় ৰাখি কাম কৰিছিল এই সংকটময় পৰিস্থিতিত টিম ইণ্ডিয়া হিচাপে সকলো ৰাজ্যক কাম কৰাৰ বাৰ্তা দিব পাৰে প্ৰধানমন্ত্ৰীয়ে৷ ইয়াৰোপৰি দেশৰ স্থিতাবস্থা বজায় ৰাখিবলৈ আৰু আপৎকালীন পৰিকল্পনাক লৈয়ো আলোচনা হ’ব পাৰে৷

উল্লেখ কৰা প্ৰয়োজন যে চলিত সপ্তাহৰ আৰম্ভণিতে সংসদৰ উভয় কক্ষত পশ্চিম এছিয়াৰ সামগ্ৰিক পৰিস্থিতিক লৈ বিবৃত্তি দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে৷ তেওঁৰ দাবী আছিল এতিয়া ইন্ধনৰ সংকট হোৱা নাই৷ তথাপিও কেন্দ্ৰ চৰকাৰে সতৰ্কতা অৱলম্বন কৰিছে৷ যাতে দেশত গেছ, ইন্ধন, তেলৰ অভাৱ জনতাৰ মাজত নহয়৷ তাৰ বাবে ইথানল উৎপাদনত জোৰ দিছে কেন্দ্ৰই৷ বিগত মঙ্গলবাৰে ৰাজ্যসভাৰ প্ৰধানমন্ত্ৰীয়ে জনাইছে, পশ্চিম এছিয়াৰ যুদ্ধৰ নেতিবাচক প্ৰভাৱৰ মোকাবিলাৰ কৌশল নিৰ্ধাৰণ কৰিবলৈ সাতটা ক্ষমতাপ্ৰাপ্ত সংগঠনো গঠন কৰিছে কেন্দ্ৰই৷ সংকটৰ এই পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে সকলো উৎসৰ পৰা গেছ আৰু অপৰিশোধিত তেল সংগ্ৰহৰ চেষ্টা কৰিছে বুলি জনাইছে প্ৰধানমন্ত্ৰীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

September 15, 2026
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা
অপৰাধ

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

September 14, 2026
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি
ভাৰত

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

September 14, 2026
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

September 14, 2026
Next Post
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.