• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপেক্ষাৰ অন্ত, আহি আছে Big Boss Season 14

অপেক্ষাৰ অন্ত, আহি আছে Big Boss Season 14

6 years ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

23 minutes ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

52 minutes ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

2 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

2 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

2 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

3 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

4 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

6 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

6 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

অপেক্ষাৰ অন্ত, আহি আছে Big Boss Season 14

editor by editor
August 3, 2020
in বিনোদন
0
অপেক্ষাৰ অন্ত, আহি আছে Big Boss Season 14
0
SHARES
54
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনাই সমগ্ৰ দেশ স্তব্ধ কৰাৰ পাছত দেশত এতিয়া আৰম্ভ হৈছে আনলক। সাধাৰণ জনতাৰ লগতে বলীউডৰ চেলিব্ৰেটিসকলে আৰম্ভ কৰিছে নিজৰ নিজৰ প্ৰজেক্টৰ কাম। Big Boss চোৱাসকলৰ বাবে আছে এটা ভাল খবৰ। বিগ বছৰ নতুন ছিজন অর্থাৎ ছিজন ১৪ চাব পাৰিব। কিছুদিন পূর্বে শ্ব’টোৰ টেগ লাইন মুকলি কৰা হয়। আপুনি জানি সুখী হ’ব যে ২০ ছেপ্টেম্বৰৰ পৰা বিগবছ ছিজন ১৪ অন এয়াৰ হ’ব। পূর্বৰ দৰে এইবাৰো এই শ্ব’টো হষ্ট কৰিব চলমান খানে। এইবাৰ হষ্ট কৰিবৰ বাবে চলমান খানে এটা এপিছডৰ বাবে বিচাৰিছে ১৬ কোটি টকা। এইবাৰ এই শ্ব’টোৰ থিম হ’ব জংঘল। ক’ৰোনা ভাইৰাছৰ কাৰণে বিগ বছৰ ঘৰতো কিছু সালসলনি ঘটোৱা হৈছে। এইবাৰ বিগ বছৰ ঘৰত অংশগ্ৰহণকাৰীসকলক ৰেষ্টুৰেণ্ট, হোটেল, জিম, মার্কেটৰ সুবিধা প্ৰদান কৰা হ’ব। শ্ব’ত প্ৰৱেশ কৰাৰ পূর্বে প্ৰতিগৰাকী অংশগ্ৰহণকাৰীক ক’ৰোনা পৰীক্ষা কৰোৱা হ’ব। আৰু তাৰ পাছত প্ৰতিগৰাকী সদস্যক ১৪ দিনৰ বাবে আইছ’লেচনত ৰখা হ’ব। এইবাৰ বিগ বছত থাকিব নিয়া শর্মা, বিবয়ন, দিছ’না, সুগন্ধা মিশ্ৰা, জয় ছ’নি, অবিনাশ মুখার্জী আৰু ছ’ৰিন মির্জি।এইবাৰৰ শ্ব’ত চলমান খানে অংশগ্ৰহণকাৰীৰ ঘৰলৈ নাযায়। ক’ৰোনাৰ বাবে এই ছিজনত কোনো প্ৰকাৰে ৰিস্ক নলয় চলমান খানে। সেইবাবে নিজৰ ফার্ম হাউচৰ পৰা ছিজন ১৪ৰ হষ্ট কৰিব চলমান খানে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: big bossSalman Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য
বিনোদন

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

March 18, 2026
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড
বিনোদন

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

March 17, 2026
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?
বিনোদন

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

March 16, 2026
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য
বিনোদন

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

March 16, 2026
Next Post
বৰ্ণহিন্দু অসমীয়া আৰু জাতীয়তাবাদ

বৰ্ণহিন্দু অসমীয়া আৰু জাতীয়তাবাদ

পৱিত্ৰ ৰাখী বন্ধন। দেশজুৰি পালন ভাতৃ-ভগ্নীৰ স্নেহবন্ধনৰ এই বিশেষ দিনটো।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.