• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমত ক’ত কেতিয়া ভোটগ্ৰহণ?

অসমত ক’ত কেতিয়া ভোটগ্ৰহণ?

5 years ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

32 minutes ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

1 hour ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

2 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

3 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

11 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

12 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

12 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

13 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

14 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

14 hours ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

15 hours ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমত ক’ত কেতিয়া ভোটগ্ৰহণ?

editor by editor
February 26, 2021
in অসম, ৰাজনীতি
0
অসমত ক’ত কেতিয়া ভোটগ্ৰহণ?
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ব’হাগ বিহুৰ পূৰ্বেই অসমত ৩টা পৰ্যায়ত নিৰ্বাচন। অসমত ৩টা পৰ্যায়ত হ’ব ভোটগ্ৰহণ। ৪৭টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ২৭ মাৰ্চত অসমত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ। ২ মে’ত হ’ব অসমত নিৰ্বাচনৰ ফলাফল ঘোষণা। অসমত দ্বিতীয় পৰ্যায়ত ৩৯টা সমষ্টিৰ ভোটগ্ৰহণ। অসমত ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। তৃতীয় পৰ্যায়ত ৪০টা সমষ্টিত ভোটগ্ৰহণ। ৬ এপ্ৰিলত অসমত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ।  অসমত থাকিব ৩৩,৫৩০ ভোটকেন্দ্ৰ। সকলো ভোটকেন্দ্ৰ থাকিব লাগিব ভূমি মহলাত। প্ৰত্যেকটো ভোটকেন্দ্ৰত থাকিব ১,০০০কৈ ভোটাৰ। মনোনয়ন জমা দিওঁতে প্ৰাৰ্থীৰ লগত দুজনহে লোক থাকিব পাৰিব।। মনোনয়ন জমাৰ সময়ত দুখনহে গাড়ী ব্যৱহাৰ কৰিব পাৰিব। প্ৰচাৰৰ সময়ত প্ৰাৰ্থীসহ ৫ জন লোকহে থাকিব পাৰিব। অসমত প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ সৰ্বোচ্চ সীমা ৩০ লাখ ৮০ হাজাৰ। অসমত নিৰ্বাচন আয়োগৰ পৰ্যবেক্ষক হ’ব এছ শ্ৰীনিৱাসন। অসমত আয়োগৰ নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক হ’ব মীনা নিগম। অসমৰ বিহু উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ দিন ধাৰ্য। ভোটকেন্দ্ৰত থাকিব পানী, চাবোন আৰু ছেনিটাইজাৰৰ ব্যৱস্থা। অপৰাধমূলক গোচৰত অভিযুক্ত প্ৰাৰ্থীয়ে বাতৰি কাকতত। বিজ্ঞাপনযোগে এই বিষয়ে প্ৰকাশ কৰিব লাগিব। ভোটাৰে ‘চি ভিজিল’ নামৰ এপত অভিযোগ দাখিল কৰিব পাৰিব

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam electionassam live 24assam politicsaxom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
Next Post
কোন সমষ্টিত কেতিয়া ভোট?

কোন সমষ্টিত কেতিয়া ভোট?

৭ খুন মাফ নহয়! ফাঁচি নিশ্চিত চবনমৰ!

৭ খুন মাফ নহয়! ফাঁচি নিশ্চিত চবনমৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.