• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ জোঁৱাই হ’ল আশীষ বিদ্যাৰ্থী

অসমৰ জোঁৱাই হ’ল আশীষ বিদ্যাৰ্থী

3 years ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

6 minutes ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

47 minutes ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

1 hour ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

2 hours ago
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

2 hours ago
আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

4 hours ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

16 hours ago
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

17 hours ago
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

17 hours ago
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

18 hours ago
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

19 hours ago
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমৰ জোঁৱাই হ’ল আশীষ বিদ্যাৰ্থী

editor by editor
May 25, 2023
in অসম, চিনেমা, বিনোদন
0
অসমৰ জোঁৱাই হ’ল আশীষ বিদ্যাৰ্থী
0
SHARES
5.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি জনপ্ৰিয় বলিউড অভিনেতা আশীষ বিদ্যাৰ্থীয়ে কলকাতাৰ এটা ক্লাবত এক অনুষ্ঠানত অসমৰ ৰূপালী বৰুৱাক বিয়া কৰায়। জনপ্ৰিয় অভিনেতাগৰাকীয়ে ইয়াৰ পূৰ্বে অভিনেত্ৰী, গায়ক আৰু থিয়েটাৰ শিল্পী ৰাজোশী বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

উল্লেখ্য যে, ৰূপালী বৰুৱা এগৰাকী ফেশ্বন উদ্যোগী আৰু কলকাতাৰ এক আপস্কেল ফেশ্বন উদ্যোগৰ সৈতে জড়িত। আশীষ বিদ্যাৰ্থী আৰু ৰূপালী বৰুৱাই তেওঁলোকৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ সৈতে এই বিবাহ অনুষ্ঠিত কৰে। তেওঁলোকৰ বিবাহ সম্পন্ন হোৱাৰ পিছত আশীষ বিদ্যাৰ্থীয়ে কয়, “মোৰ জীৱনৰ এই পৰ্যায়ত, ৰূপালীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাটো এক অসাধাৰণ অনুভৱ। ৰাতিপুৱা আমাৰ আদালতত বিবাহ হৈছিল, তাৰ পিছত সন্ধিয়া একেলগে মিলিত হৈছিলো।”

প্ৰবীণ অভিনেতাজনৰ জন্ম ১৯৬২ চনৰ ১৯ জুনত দিল্লীত হৈছিল। আশীষ বিদ্যাৰ্থীয়ে ১৯৮৬ চনত আৰম্ভ হোৱা কেৰিয়াৰত কেইবাখনো হিন্দী, তেলেগু, তামিল, কানাড়া, মালায়ালম, ইংৰাজী, ওড়িয়া, মাৰাঠী আৰু বঙালী চলচ্চিত্ৰত কাম কৰিছে। লগতে ২০০ খনতকৈও অধিক চলচ্চিত্ৰত ১১ টা ভাষাত কাম কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ
বিনোদন

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

July 9, 2026
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?
বিনোদন

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

July 8, 2026
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ
বিনোদন

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

July 8, 2026
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?
জীৱনশৈলী

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

July 8, 2026
Next Post
কোহলী, শুভমনক লৈ অসুখী অধিনায়ক ৰোহিত

কোহলী, শুভমনক লৈ অসুখী অধিনায়ক ৰোহিত

মহানগৰীত জলপ্ৰলয়!

মহানগৰীত জলপ্ৰলয়!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.